Ganja : গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰাজধানী এক্সপেছৰ পৰা জব্দ ১০৩ কিলোগ্ৰাম গাঞ্জা

WhatsApp Image 2022 10 31 at 15.54.20

Ganja :

গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে আজি দুপৰীয়া গুৱাহাটী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপেছৰ পৰা জব্দ কৰে গাঞ্জা

বিশেষ সূত্ৰৰ পমখেদি ট্ৰেইনখনৰ এটা ডবাত ৰে’ল আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই কলা পলিথিনত বান্ধি থোৱা অৱস্থাত প্ৰায় ১০৩ কিলোগ্ৰাম গাঞ্জাসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰীৰ ভিতৰত আছিল এগৰাকী মহিলা ৷


ডিমাপুৰৰ পৰা নিউ জলপাইগুড়ি অভিমুখে আহিছিল ৰে’ল খন ৷ ইতিমধ্যে ৰে’ল আৰক্ষী ধৃত সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version