Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Skill University :মঙলদৈত অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠান

ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

publisher by publisher
November 6, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Assam Skill University :মঙলদৈত অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠান
3
SHARES
29
VIEWS
ShareShareShareShare

Assam Skill University :

উত্তৰ-পূবাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমিপূজন দেওবাৰে কৰা হয় ৷ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।

WhatsApp Image 2022 11 06 at 20.31.45এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি ৰূপে ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,মঙলদৈত স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে দক্ষতা বিকাশ আৰু শিক্ষণৰ বাবে সমৰ্পিত এক বিশ্বমানৰ কেন্দ্ৰ হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিব। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে ১,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে ৰাজ্যক দেশৰ এখন প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লগতে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাব বুলি আশা কৰে।

ADVERTISEMENT

WhatsApp Image 2022 11 06 at 20.31.44ভূমি পূজন অনুষ্ঠানত মন্ত্ৰীত্ৰয় জয়ন্ত মল্লবৰুৱা, ইউ জি ব্রহ্ম, চন্দ্রমোহন পাটোৱাৰী সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, বিধায়কসকল বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, মুজিবুৰ ৰহমান, দুর্গা দাস বড়ো, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত আছিল।

RelatedPosts

Darrang:দৰঙৰ খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ দৰং গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ

RSS:মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক 

Mangaldoi:মঙলদৈত গৰিয়া মৰিয়া -দেশী জাতীয় পৰিষদৰ সমূহীয়া ইফতাৰ সম্পন্ন

WhatsApp Image 2022 11 06 at 20.31.46উল্লেখযোগ্য যে ,এচিয়ান ডেভেলেপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যত প্ৰায় ১০০০ কোটি টকা ব্যয় সাপেক্ষে মঙলদৈত নিৰ্মাণ হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰিব পাৰিব দহ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে |

২০২৪ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলগীয়া বিশ্ববিদ্যালয় খনত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ পাঠ্যক্ৰম | ইতিমধ্যে ৰাজহ বিভাগৰ নিৰ্দেশত উপায়ুক্তই বিশ্ববিদ্যালয় খনৰ বাবে আৱন্টন দিয়া হয় ২৫০ বিঘাৰ সুবিশাল প্ল’ট ৷

WhatsApp Image 2022 11 06 at 20.31.45 1স্মতৰ্ৱ্য যে, দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ মুল পাঠ্যক্ৰম সমূহ হ’ব বৃত্তি প্ৰস্তুত দক্ষতা, প্ৰামাণিক শিক্ষণ, চেম্পিয়ন শিক্ষা,স্ব-নিযুক্তি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Skill UniversityBhumi Pujan CeremonyCM HIMANTA BISWA SARMAHMangaldoi
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d