Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ 

publisher by publisher
November 14, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ 
1
SHARES
7
VIEWS
ShareShareShareShare

Bodoland University :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ আজি পুৱা প্ৰাতঃভ্ৰমণৰ সময়ত বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ সৈতে অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰে।

ADVERTISEMENT

9dbd0580 b2cc 420a 97b0 2fd28859ff06

RelatedPosts

Pijush Hazarika:গহপুৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

Ashok Singhal:অনিল নগৰত ভৰলুৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

Ashok Singhal:মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ

মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত অৱস্থিত “বায়োটেক কিষাণ হাব এণ্ড টেকন’লজি ইনকুবেশ্যন চেণ্টাৰ”টো পৰিদৰ্শন কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰু অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে মত-বিনিময় কৰে।

WhatsApp Image 2022 11 14 at 17.46.26 2

এই বাৰ্তালাপৰ সময়ত তেওঁ কাঠফুলাৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ লগতে অসমত কাঠফুলা খেতিৰ বিকাশ তথা কাঠফুলাৰ এখন বৃহৎ বজাৰ কিদৰে গঢ়ি তুলিব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰিবৰ বাবে গৱেষণা কেন্দ্ৰটিৰ সংশ্লিষ্ট অধ্যাপক তথা বিজ্ঞানীসকলক অনুৰোধ জনায়।

WhatsApp Image 2022 11 14 at 17.46.26 3

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়খনো পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত তেওঁ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি সামগ্ৰিকভাৱে সকলো দিশৰে বুজ লোৱাৰ লগতে প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা অধ্যাপকসকলৰ সৈতেও মত-বিনিময় কৰে।

WhatsApp Image 2022 11 14 at 17.46.25 1

আনহাতে মন্ত্ৰী সিংহলে আজি বিটিচি সচিবালয় ভৱনত আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰ অঞ্চলত ৰূপায়িত বিভিন্ন জনকল্যাণমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

অন্যান্য বিষয়ৰ লগতে বৈঠকত বিশেষকৈ জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ [পথ], লোক নিৰ্মাণ [গৃহ] আদি বিভাগৰ লগতে পৌৰ অঞ্চলসমূহত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ৷

WhatsApp Image 2022 11 14 at 17.46.26 1

বৈঠকত তেওঁ অঞ্চলটোত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা [নগৰীয়া], প্ৰধান মন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ], জল-জীৱন মিছন আদি আঁচনিৰ কাম-কাজৰো বিশদভাৱে বুজ লয়৷

এই বৈঠকত বিটিআৰ-প্ৰধান প্ৰমোদ বড়ো, পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্যসকল, প্ৰধান সচিব অনুৰাগ গোৱেলৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Ashok SinghalBodoland UniversityKokrajharPramod Boro
publisher

publisher

Related Posts

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল
India

Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: