Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ 

publisher by publisher
November 14, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Bodoland University :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ আজি পুৱা প্ৰাতঃভ্ৰমণৰ সময়ত বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ সৈতে অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰে।

ADVERTISEMENT

9dbd0580 b2cc 420a 97b0 2fd28859ff06

মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত অৱস্থিত “বায়োটেক কিষাণ হাব এণ্ড টেকন’লজি ইনকুবেশ্যন চেণ্টাৰ”টো পৰিদৰ্শন কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰু অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে মত-বিনিময় কৰে।

WhatsApp Image 2022 11 14 at 17.46.26 2

এই বাৰ্তালাপৰ সময়ত তেওঁ কাঠফুলাৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ লগতে অসমত কাঠফুলা খেতিৰ বিকাশ তথা কাঠফুলাৰ এখন বৃহৎ বজাৰ কিদৰে গঢ়ি তুলিব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰিবৰ বাবে গৱেষণা কেন্দ্ৰটিৰ সংশ্লিষ্ট অধ্যাপক তথা বিজ্ঞানীসকলক অনুৰোধ জনায়।

WhatsApp Image 2022 11 14 at 17.46.26 3

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বিটিআৰ-প্ৰধান প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়খনো পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত তেওঁ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি সামগ্ৰিকভাৱে সকলো দিশৰে বুজ লোৱাৰ লগতে প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা অধ্যাপকসকলৰ সৈতেও মত-বিনিময় কৰে।

WhatsApp Image 2022 11 14 at 17.46.25 1

আনহাতে মন্ত্ৰী সিংহলে আজি বিটিচি সচিবালয় ভৱনত আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত বিটিআৰ অঞ্চলত ৰূপায়িত বিভিন্ন জনকল্যাণমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

অন্যান্য বিষয়ৰ লগতে বৈঠকত বিশেষকৈ জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ [পথ], লোক নিৰ্মাণ [গৃহ] আদি বিভাগৰ লগতে পৌৰ অঞ্চলসমূহত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ৷

WhatsApp Image 2022 11 14 at 17.46.26 1

বৈঠকত তেওঁ অঞ্চলটোত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা [নগৰীয়া], প্ৰধান মন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ], জল-জীৱন মিছন আদি আঁচনিৰ কাম-কাজৰো বিশদভাৱে বুজ লয়৷

এই বৈঠকত বিটিআৰ-প্ৰধান প্ৰমোদ বড়ো, পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্যসকল, প্ৰধান সচিব অনুৰাগ গোৱেলৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SinghalBodoland UniversityKokrajharPramod Boro
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d