Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ

৩০ বছৰলৈ কাছাৰ কাগজ কলৰ সম্পত্তি লীজত দিবলৈ উদ্যোগ গ্রহণ

publisher by publisher
November 21, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ
2
SHARES
21
VIEWS
ShareShareShareShare

Nagaon Paper Mill :

নগাঁও কাগজ কল বিক্ৰীৰ প্রক্রিয়া অব্যাহত ৰখাৰ সময়তে কাছাৰ কাগজ কলৰ সমগ্ৰ প্ৰকল্পটো অতিৰিক্ত ভূমিসহ ৩০ বছৰলৈ লীজত দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে ।

WhatsApp Image 2022 11 21 at 17.37.49অসম চৰকাৰৰ অধীনস্থ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এআইডিচি)ৰ জৰিয়তে তিনিটা শিতানত প্ৰকল্পটোৰ সম্পূৰ্ণ সম্পত্তি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অথবা ব্যক্তিগত খণ্ডক উক্ত সময়ছোৱাৰ বাবে লীজত দিয়াৰ আনুষ্ঠানিকতাও ৰূপায়ণ কৰা হৈছে ।

ADVERTISEMENT

সমগ্ৰ সম্পত্তিৰ হিচাপত লীজত দিব বিচৰা শিতানকেইটা হ’ল প্ৰকল্প আৰু যন্ত্রাংশ অঞ্চল সামৰি থকা ৬৫৯ বিঘা ভূমি, ৯২৪ বিঘা ভূমি সামৰি থকা টাউনশ্বিপ আৰু খালী হৈ পৰি থকা উদ্যোগটোৰ ১.৩৩৩ বিঘা ভূমি। আগ্রহী প্রতিষ্ঠানে অহা ন জানুৱাৰীৰ বিয়লি চাৰি বজাৰ ভিতৰত নিবিদা জমা কৰিব লাগিব।

RelatedPosts

Japanese Ambassador to Delhi arrives in Jagiroad: জাগীৰোডলৈ জাপানৰ দিল্লীস্থ ৰাষ্ট্ৰদূতৰ আগমন

Jonbeel Mela:জনসমুদ্ৰত পৰিণত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ বাণী বিয়পোৱা জোনবিল মেলা

Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

উল্লেখ্য যে কাছাৰ কাগজ কলটো পুনৰ সক্ৰিয় কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ অংশ হিচাপে লীজ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰ সমান্তৰালকৈ নগাঁও কাগজ কল প্রকল্প আৰু যন্ত্রাংশ বিক্ৰীৰ নিবিদাও এআইডিচিয়ে আহ্বান কৰিছে।

WhatsApp Image 2022 11 21 at 17.37.37এ আই ডি চিৰ জৰিয়তেই বিক্ৰীৰ নিবিদাৰ আহ্বান কৰা হৈছে। উল্লেখ্য যে বিগত ২০১৫ৰ জুলাইত বন্ধ হোৱা কাছাৰ কাগজ কলটো ২০১৪ত সক্ৰিয় হৈ থকা সময়ৰ পৰাই বিক্ৰীৰ চেষ্টা অব্যাহত আছিল ; কিন্তু কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতিবাদত সেয়া সম্ভৱ নহ’লেও পৰৱৰ্তী বছৰৰ পৰা বন্ধ কৰি দিয়া হয় ৷

তাৰ লগতে বন্ধ কৰি দিয়া হয় কৰ্মচাৰীসকলৰ প্ৰাপ্য ধনো। ইয়াৰ ফলত তীব্র আর্থিক সংকটত ভুগি চাৰিজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰো অভিযোগ উঠিছে ।

কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কৰ্মচাৰী সন্থা তথা দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰে গঠিত যৌথ সমিতিয়ে বৰ্তমানৰ অসম চৰকাৰৰ লগত কে’বালানি আলোচনাত মিলিত হয়। এই আলোচনাৰ ফলশ্রুতিত উদ্যোগটো পুনৰ সক্ৰিয় কৰাৰ আশ্বাস চৰকাৰে দিয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIDCAuctionCachar Paper MillJagiroadLease For 30 YearsNagaon Paper Mill
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d