Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ

৩০ বছৰলৈ কাছাৰ কাগজ কলৰ সম্পত্তি লীজত দিবলৈ উদ্যোগ গ্রহণ

publisher by publisher
November 21, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ
3
SHARES
34
VIEWS
ShareShareShareShare

Nagaon Paper Mill :

নগাঁও কাগজ কল বিক্ৰীৰ প্রক্রিয়া অব্যাহত ৰখাৰ সময়তে কাছাৰ কাগজ কলৰ সমগ্ৰ প্ৰকল্পটো অতিৰিক্ত ভূমিসহ ৩০ বছৰলৈ লীজত দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে ।

WhatsApp Image 2022 11 21 at 17.37.49অসম চৰকাৰৰ অধীনস্থ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এআইডিচি)ৰ জৰিয়তে তিনিটা শিতানত প্ৰকল্পটোৰ সম্পূৰ্ণ সম্পত্তি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অথবা ব্যক্তিগত খণ্ডক উক্ত সময়ছোৱাৰ বাবে লীজত দিয়াৰ আনুষ্ঠানিকতাও ৰূপায়ণ কৰা হৈছে ।

ADVERTISEMENT

সমগ্ৰ সম্পত্তিৰ হিচাপত লীজত দিব বিচৰা শিতানকেইটা হ’ল প্ৰকল্প আৰু যন্ত্রাংশ অঞ্চল সামৰি থকা ৬৫৯ বিঘা ভূমি, ৯২৪ বিঘা ভূমি সামৰি থকা টাউনশ্বিপ আৰু খালী হৈ পৰি থকা উদ্যোগটোৰ ১.৩৩৩ বিঘা ভূমি। আগ্রহী প্রতিষ্ঠানে অহা ন জানুৱাৰীৰ বিয়লি চাৰি বজাৰ ভিতৰত নিবিদা জমা কৰিব লাগিব।

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Jagiroad:জাগীৰোডত বিহু কৰ্মশালাত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মন্তব্য

Silghat:শিলঘাটৰ জাহাজ ঘাটৰ পৰা জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্পলৈ বৃহৎ যন্ত্রাংশ

উল্লেখ্য যে কাছাৰ কাগজ কলটো পুনৰ সক্ৰিয় কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ অংশ হিচাপে লীজ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰ সমান্তৰালকৈ নগাঁও কাগজ কল প্রকল্প আৰু যন্ত্রাংশ বিক্ৰীৰ নিবিদাও এআইডিচিয়ে আহ্বান কৰিছে।

WhatsApp Image 2022 11 21 at 17.37.37এ আই ডি চিৰ জৰিয়তেই বিক্ৰীৰ নিবিদাৰ আহ্বান কৰা হৈছে। উল্লেখ্য যে বিগত ২০১৫ৰ জুলাইত বন্ধ হোৱা কাছাৰ কাগজ কলটো ২০১৪ত সক্ৰিয় হৈ থকা সময়ৰ পৰাই বিক্ৰীৰ চেষ্টা অব্যাহত আছিল ; কিন্তু কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতিবাদত সেয়া সম্ভৱ নহ’লেও পৰৱৰ্তী বছৰৰ পৰা বন্ধ কৰি দিয়া হয় ৷

তাৰ লগতে বন্ধ কৰি দিয়া হয় কৰ্মচাৰীসকলৰ প্ৰাপ্য ধনো। ইয়াৰ ফলত তীব্র আর্থিক সংকটত ভুগি চাৰিজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰো অভিযোগ উঠিছে ।

কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কৰ্মচাৰী সন্থা তথা দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰে গঠিত যৌথ সমিতিয়ে বৰ্তমানৰ অসম চৰকাৰৰ লগত কে’বালানি আলোচনাত মিলিত হয়। এই আলোচনাৰ ফলশ্রুতিত উদ্যোগটো পুনৰ সক্ৰিয় কৰাৰ আশ্বাস চৰকাৰে দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIDCAuctionCachar Paper MillJagiroadLease For 30 YearsNagaon Paper Mill
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d