Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Child : সন্তানক কি সাতটা গুণ সৰুৰে পৰা শিকোৱাৰ অভ্যাস কৰিব লাগে ?

publisher by publisher
November 23, 2022
in Lifestyle
Reading Time: 1 min read
0
Child : সন্তানক কি সাতটা গুণ সৰুৰে পৰা শিকোৱাৰ অভ্যাস কৰিব লাগে ?
2
SHARES
23
VIEWS
ShareShareShareShare

Child :

এটি শিশু ভৱিষ্যতৰ নাগৰিক । সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ এজন সফল নাগৰিক হ’ব পাৰিব । শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন । ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয় । গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই সাতটা গুণ শিকোৱা একান্তই আৱশ্যক ।

ADVERTISEMENT

১/ সহযোগিতা : সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস সৰুৰে পৰা এটি শিশুক শিকাব লাগে । যিহেতু ই হৈছে এক অপৰিহাৰ্য মানৱীয় বৈশিষ্ট্য । যি ভৱিষ্যতলৈ শিশুটিক সকলোৰে লগত সহযোগ কৰাৰ ক্ষমতা প্ৰদান কৰিব । সহযোগিতা হৈছে সম্প্ৰীতিৰ পৰিচয় । সম্প্ৰীতিৰ অবিহনে কেতিয়াও এখন সমাজত শান্তি -শৃংখলা অটুট নেথাকে ।

RelatedPosts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

Elon Musk:শিশুৰ বাবে সামাজিক মাধ্যম ক্ষতিকাৰক, আঁতৰাই ৰাখিবলৈ পৰামৰ্শ মাস্কৰ

PickPockets In The Guwahati:মহানগৰীত পকেট মাৰৰ ৰূপত শিশু

ThinkstockPhotos 685864090 dcdee 0

২/ ভাগ-বতৰা কৰা : মানুহ সামাজিক প্ৰাণী । সমাজত বাস কৰিবলৈ প্ৰতিজন মানুহে ভাগ-বতৰা কৰা মনোভাৱ থাকিব লাগে । গতিকে এটি শিশুক সৰু অৱস্থাতেই যিকোনো বস্তু ভাগ-বিতৰণ কৰি খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে । যি অভ্যাসে মানুহক সমাজমুখী হোৱাত সহায় কৰে ।

৩/ শুনাৰ অভ্যাস : এটি শিশুক প্ৰথমৰ পৰাই আনৰ কথা শুনিবলৈ শিকাব লাগে । জীৱনত যিকোনো ক্ষেত্ৰতে অহা সমস্যাৰ মুখামুখি হ’বলৈ প্ৰথমে শুনি মন্তব্য দিলে , বিপদত পৰাৰ ভয় নেথাকে । যি অভ্যাসে শিশুটিক ধৈৰ্য আৰু সহনশীল হ’বলৈও শিক্ষা দিব লগতে এই অভ্যাসে এজন ভাল মানুহ হোৱাটো সহায় কৰিব।

Male Children Playing 1296x728 header 1296x728 1

৪/ সামাজিকতা : শিশুক আন মানুহৰ লগত মিলা-প্ৰীতিৰে সহবাস কৰিবলৈ শিকাব লাগে । আনৰ কথাত বাধা নিদি আনৰ মতামতক সন্মান কৰিব শিকালে ভৱিষ্যতে সমাজৰ সৈতে মিলি থকাতো সুবিধা হয় ।

৫/ চাপৰ সন্মুখীন হ’বলৈ শিকাব লাগে : সৰুতেই শিশুক চাপৰ সৈতে মোকাবিলা কৰিবলৈ শিকাব লাগে । যিহেতু মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই আহে । দুখৰ চাপ সহ্য কৰিব পাৰিলেহে সুখ প্ৰাপ্তি হয় । কোনো কাৰণত মন ভাৰাক্ৰান্ত হলে শান্ত কৰিবলৈ চাপ অতিক্ৰম কৰিবই লাগিব ।

Child Development BS

৬/ অনুপ্ৰাণিত কৰা : অনুপ্ৰাণিত কেৱল নিজৰ শিশুকে নহয় । আনৰ কামকো অনুপ্ৰাণিত কৰিবলৈ শিশুক সৰুৰে পৰা শিকাব লাগে । সৰুতে এই শিক্ষা পালে ভৱিষ্যতলৈ অহা কঠিন সময়ক সহজে অতিক্ৰম কৰিব পাৰিব ।

৭/ আনক তুচ্ছ-তাচ্চিল্য কৰিব নেলাগে : শিশু অৱস্থাৰ পৰাই আপোনাৰ শিশুটিক আনক তুচ্ছ-তাচ্চিল্য কৰিবলৈ নিদিব । আনক তুচ্ছ-তাচ্চিল্য কৰা যে বেয়া , সেইকথা সৰুতেই শিকাব লাগে ।

school influences child development

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেনটো শিশুক শিকাবলগীয়া মূল সাতটা বিষয়ৰ ওপৰতহে আলোকপাত কৰোৱা হৈছে ।

ইয়াৰোপৰি এনে বহুত অভ্যাস আছে, যিবিলাক শিশুক শিকোৱাৰ প্ৰয়াস কৰিলে, ভৱিষ্যতলৈ নিসন্দেহে আপোনাৰ শিশুটো বৰ্তমানৰ যুগৰ সৈতে খাপ খাবলৈ সহজ হ’ব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChildChild GrowthGood Habits
publisher

publisher

Related Posts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
Lifestyle

May 11, 2025
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d