Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cm Conrad Sangma:মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল’: মুখ্যমন্ত্ৰী কনৰাড চাংমা

publisher by publisher
November 29, 2022
in Uncategorized
Reading Time: 3 mins read
0
Cm Conrad Sangma:মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল’: মুখ্যমন্ত্ৰী কনৰাড চাংমা
2
SHARES
21
VIEWS
ShareShareShareShare

Cm Conrad Sangma:
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে কয় , মুক্ৰ’ গাঁৱত ২২ নৱেম্বৰত সংঘটিত হিংসাত্মক ঘটনাত ৬ জন লোক নিহত হোৱাৰ পিছত সীমান্ত বিবাদ সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰক্ৰিয়া “অলপ জটিল” হৈ পৰিছে।

সেয়েহে এতিয়া আলোচনাৰ বাবে উপযুক্ত সময় নহয় বুলি মন্তব্য কৰে চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ADVERTISEMENT

অসম আৰু মেঘালয়ে আন্তঃৰাজ্যিক সীমান্তত ১২ টা বিতৰ্কিত অঞ্চল চিনাক্ত কৰিছে। ২০২১ চনৰ জুলাইত প্ৰথম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰা উত্তৰ-পূবৰ দুয়োখন ৰাজ্যই এই বছৰৰ মাৰ্চত ছয়টা ক্ষেত্ৰত মতভেদ সমাধানৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

“পৰিস্থিতি (সীমান্ত আলোচনাৰ বাবে) অলপ জটিল আৰু আমি তৎক্ষণাত আগবাঢ়িব নোৱাৰিবও পাৰোঁ। এইটো পলম হ’ব পাৰে,” চাংমাই কয়।

আন্তঃৰাজ্যিক সীমাৰ কাষৰ বিতৰ্কিত খণ্ড-১ অঞ্চলৰ মুক্ৰ’ গাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত ৰাজ্যখনৰ ৰাজধানী শ্বিলং আৰু খাচী জয়ন্তীয়া পাহাৰ অঞ্চলৰ ছয়খন জিলাত এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে বাকী ছয়টা বিতৰ্কিত ক্ষেত্ৰৰ মতভেদ সমাধানৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু আঞ্চলিক সমিতিও গঠন কৰা হৈছে।

আমি দৃঢ়ভাৱে অনুভৱ কৰোঁ যে আন্তঃৰাজ্যিক সীমান্তত মতভেদ সমাধানৰ ক্ষেত্ৰত এইটোৱেই আগবাঢ়ি যোৱাৰ উপায়,” মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে , তেওঁৰ চৰকাৰে অতি সোনকালে সীমান্ত বিবাদ সমাধান হোৱাটো বিচাৰে।

ছেপ্টেম্বৰত মেঘালয় চৰকাৰে বিষয়টো পৰীক্ষা কৰিবলৈ তিনিখন আঞ্চলিক সমিতি গঠন কৰিছিল, আৰু এই পেনেলবোৰক ৪৫ দিনৰ ভিতৰত বাকী ছয়টা অঞ্চলৰ বৰ্তমানৰ স্থিতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা কৈছিল।

উত্তৰ-পূবৰ দুখন ৰাজ্যৰ মাজত বাকী ছয়খন বিতৰ্কিত সীমান্ত অঞ্চল পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ব্লক-১, ৰিভয়ৰ ব্লক-২ আৰু পশ্চিম খাচীৰ লাংপিত আছে।

মনকৰিবলগীয়া যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দুয়ো ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে কনৰাড চাংমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত চুবুৰীয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল‘বুলি মন্তব্য কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আগন্তুক সময়চোৱাত নেডাৰ অংশীদাৰ এন পি পি মুৰব্বী চাংমাৰ ভূমিকা কেনে হয় সেইয়া হ’ব লক্ষণীয় ৷

স্মতৰ্ৱ্য যে পাহাৰীয়া ৰাজ্য খনৰ বিধানসভা নিৰ্বাচনলৈ কিছুমাহ থকা সময়তে শাসকীয় এন পি পি দলৰ দুজনকৈ বিধায়ক ক্ৰমে ব্ৰেনডিক আৰ মাৰাক আৰু ফাৰলিন চি এ চাংমাই ত্যাগ কৰিছে বিধায়ক পদ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Meghalaya borderCm Conrad SangmaCm Himanta Biswa SarmaMukroh
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d