Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Fifa World Cup :সমাগত বিশ্বকাপ ফুটবল,মেছি ,ৰোণাল্ডোৰ শেষ সুযোগ

মূৰ তুলি যাব খোজে দুয়ো তাৰকা

publisher by publisher
November 18, 2022
in India, News, Politics
Reading Time: 3 mins read
0
Fifa World Cup :সমাগত বিশ্বকাপ ফুটবল,মেছি ,ৰোণাল্ডোৰ শেষ সুযোগ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

ফুটবল কেৱল আনন্দকৰ খেলেই নহয়,স্বাস্থ্যৰক্ষাতো ইয়াৰ গুৰুত্ব অপৰিসীম 

কৃত্রিম বুদ্ধিমত্তাৰ ৰবটৰ ফুটবল প্রতিযোগিতা সম্পন্ন

Fifa World Cup :

এইবাৰৰ কাটাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা মেছি আৰু ৰোণাল্ডোৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । দুয়োজন তাৰকা ফুটবলাৰৰ বাবে এইয়াই হৈছে শেষ সুযোগ । বিশ্বকাপ দখললৈ আহক বা নাহক দুয়ো কিংবদন্তী খেলুৱৈ কিন্তু মূৰ তুলি বিদায় দিব খুজিছে শেষ বিশ্বকাপ।

দেওবাৰৰ পৰা আৰম্ভ হ’ব কাটাৰ বিশ্বকাপ ফুটবল ২০২২ । মাত্ৰ কেইঘন্টামান বাকী থকা সময়ত ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি এতিয়া দুই তাৰকা খেলুৱৈৰ ওপৰত । এইকথাই দুয়োৰে ওপৰত চাপ বৃদ্ধি কৰা দেখা গৈছে । এই বিষয়ক কেন্দ্ৰ কৰিয়েই এই কাটাৰ বিশ্বকাপ এতিয়া সবাতোকৈ বেলেগ হৈ পৰিছে ।

ADVERTISEMENT

লিয়োনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ দুয়োজনৰে কেৰিয়াৰৰ অন্তিম খেল । বিশেষকৈ এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে দুয়োজন বিশ্ববাসীৰ বাবে অতিকে আপোন । সৰ্বস্তৰৰ অনুগামীৰ আশা দুয়োএ এই প্ৰতিযোগিতাত চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি ক্ৰীড়াপ্ৰেমীৰ পৰা বিদায় লওক।

ক্ৰীড়াপ্ৰেমীৰ এই আশাৰ বাবেই দুয়ো খেলুৱৈৰ বাবে এই প্ৰতিযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে । বিশ্বকাপ হাতলৈ আহক বা নাহক , মূৰ উঠাই এই মঞ্চৰ পৰা বিদায় লোৱাৰ গুৰু দায়িত্বৰ সৈতে এই প্ৰতিযোগিতা হ’ব শেষ সুযোগ দুয়ো তাৰকাৰ বাবে । বিশেষকৈ সকলোৰে প্ৰিয়ভাজন মেছিৰ বয়স এতিয়া ৩৭ বছৰ আৰু ৰোণাল্ডোৰ বয়স ৩৫ বছৰ ।

ডিয়োগো মাৰাডোনাৰ দেশৰ মেছিয়ে বৰ্তমানলৈকে বিশ্বকাপৰ সোৱাদ পোৱা নাই । মাৰাডোনাৰ সময়তে দেশখনে বিশ্বকাপ জয় কৰিছিল । একেদৰে পৰ্তুগালৰ ৰোণাল্ডোয়েও আজিলৈকে বিশ্বকাপ হাতত তুলি লোৱাৰ সুযোগ পোৱা নাই । দুয়োজনেই কিন্তু দুৰ্দান্ত খেলুৱৈ । তাত কাৰোৱেই সন্দেহ নাই ।

বিশেষকৈ মেছিৰ ক্ৰীড়াসুলভ মনোভাৱে সকলোকে মোহাচ্ছন্ন কৰি ৰাখে । ভদ্ৰতাৰ চৰম সীমাত উপবিষ্ট মেছি সকলোৰে বাবে অনন্য অনুপ্ৰেৰণা । এটা সাক্ষাৎকাৰত মেছিয়ে কৈছিল , এটা বিশ্বকাপৰ বাবে মই সকলো ট্ৰফি দিব পাৰিম । ভোকাতুৰ হৈ থকা মেছিৰ বাবে এই বিশ্বকাপ হৈ পৰিছে শেষ ভৰষা ।

নিজৰ সকলো উচৰ্গা কৰি খেলিবলৈ সাজু হৈ উঠিছে খেলুৱৈজন । অৱশ্যে মেছিয়ে দেশৰ বাবে আজুৰি আনিছিল কোপা আমেৰিকা কাপ । ইফালে ৰোণাল্ডোয়ে এবাৰ বিশ্বকাপৰ সোৱাদ দিছিল দেশক । মেছিৰ আৰ্জেন্টিনাত ফুটবলৰ যিমান উন্মাদনা আছে ,সেই হিচাবে ৰোণাল্ডোৰ পতুৰ্গালত সেই উন্মাদনা নাই ।

১৯৬৬ চনতে পতুৰ্গালে বিশ্বকাপ ফুটবলত চেমিফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু ৰোণাল্ডোয়ে বিশ্ব ফুটবল ক্ষেত্ৰখনত সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল । প্ৰথমবাৰলৈ ইউৰো কাপ জিকাৰ লগতে দুটা আন্তৰ্জাতিক ট্ৰফি আছে তেওঁৰ লগত ।

একেদৰে দুয়ো খেলুৱৈৰ পুৰস্কাৰ অন্য ফুটবলাৰতকৈ বহুত বেছি । ২০০৮ পৰা ২০১৭ চনলৈকে মেছি-ৰোণাল্ডোয়ে একমাত্র খেলৰ যোগেদি সমগ্ৰ বিশ্বত শাসন কৰিছিল । এইক্ষেত্ৰত দুয়োজনকে টেনিছ খেলুৱৈ ফেডেৰাৰ আৰু নাডালৰ লগত তুলনা কৰিব পাৰি । ফেডেৰা-নাডালৰ বন্ধুত্ব চৰ্চা বিষয় ।

ফেডেৰাৰ শেষ খেলত সহযোগী নাডালে কন্দা সকলোৱে প্ৰত্যক্ষ কৰিছিল । তেনেক্ষেত্ৰত মেছিৰ অৱসৰৰ দিনত ৰোণাল্ডোয়ে কি কৰিব সেইয়া লক্ষণীয় হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cristiano RonaldoFIFAFIFA World CupFootballPortugalQatarronaldo messi
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d