Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Silchar Assam Cabinet : শিলচৰত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৩১মাৰ্চৰ ভিতৰত ১০ লাখ ৫৭ হেজাৰ নতুন অৰুণোদয় হিতাধিকাৰী

publisher by publisher
November 29, 2022
in Assam, News
Reading Time: 3 mins read
0
Silchar Assam Cabinet : শিলচৰত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
2
SHARES
21
VIEWS
ShareShareShareShare

Silchar Assam Cabinet :

বৰাক উপত্যকাত স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অমৃত মহোৎসৱৰ সময়ত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক ৷ এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ৷

ADVERTISEMENT

মিনি দিছপুৰলৈ পৰিণত হোৱা কাছাৰ জিলাৰ সদৰ শিলচৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

RelatedPosts

Janata Bhawan Employed Bus Service:জনতা ভৱনৰ কৰ্মচাৰীৰ বাবে বিশেষ বাছ সেৱা

Sarbanada Sonowal গুৱাহাটীৰ ঘৰত সোনোৱালৰ মাঘ বিহু

Magh Bihu : ভোগালীৰ উৰুকাৰ আকৰ্ষণীয় বজাৰ ,

কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকৰ ক্ষেত্ৰত বৰাকবাসী ৰাইজে দিয়া সহাৰীৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যত কেতিয়াবা অসম বিধানসভাৰ বৈঠক এখনো বৰাক উপত্যকাত অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ সিদ্ধান্ত বিষয়ে সদৰি কৰি কয় অহা বৰ্ষৰ ৩১মাৰ্চৰ ভিতৰত ১০ লাখ ৫৭ হাজাৰ ৫১৬ গৰাকী নতুন অৰুণোদয় হিতাধিকাৰী সংযোজন কৰিব ৷ইয়াৰ পূৰ্বে আছিল ১৭ লাখ হিতাধিকাৰী৷ ইয়াৰ লগে লগে মুঠ হিতাধিকাৰী হ’বগৈ ২৭,৭৭,ooo ৷

অৰুণোদয় আচঁনিত চৰকাৰৰ বাৰ্ষি ব্যয় প্ৰায় চাৰি হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, অহা জানুৱাৰী সাতৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হয় ১২জানুৱাৰী জিলা পৰ্যায়ৰ মণিটৰিং সভাৰ সিদ্ধান্তৰ পিছত ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব৷

এই ক্ষেত্ৰত ৰাজহুৱা ওজৰ-আপত্তি গ্ৰহণ কৰি বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ ১০ এপ্ৰিলত চুড়ান্ত অৰুণোদয় হিতাধিকাৰী তালিকা প্ৰকাশ পাব ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে অৰুনোদয় আচঁনিৰ সুবিধা লাভ কৰিব ইন্দিৰা মিৰি বিধৱা পেঞ্চন আৰু দীনদয়াল দিবাংগ আচঁনি হিতাধিকাৰী সকলে ৷

সেই অনুসৰি ইন্দিৰা মিৰি বিধৱা পেঞ্চনধাৰী সকলে পাই থকা ২৫০ ৰ স’তে অৰুণোদয়ৰ ১০০০ টকা যোগ হৈ মুঠ টকা পাব ১২৫০ টকা ৷

শিলচৰ কেবিনেটত ৩২২ টা বিভিন্ন এন জি অ আৰু ৰাজহুৱা অনুষ্ঠানৰ বাবে বিশেষ অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, তিনিচুকীয়াৰ ২৭/৭/৯৯ চনত স্থাপিত হোৱা ৰামপুৰ বাগান এল পি স্কুল খনৰ চৰকাৰীকৰণৰ বাবে দিছপুৰত সুদীৰ্ঘ ৩২বছৰ পৰি থকা ফাইলটো পুনৰ গ্ৰহণ কৰি চৰকাৰীকৰণত কেবিনেটে অনুমোদন জনায় ৷

গুৱাহাটী মহানগৰীক নতুন ৰূপত সজাই -পৰাই দক্ষিণ -পূব এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ উদ্যাগ লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,আজিৰ কেবিনেটে গুৱাহাটী মহানগৰীত তিনিখন নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ অনুমোদন জনায় ৷

সেই অনুসৰি জি এছ ৰোডৰ ডাউন – টাউন হাস্পতালৰ সন্মুখত এখন ফ্লাইঅভাৰৰ বিপৰীতে ফটাশিল- গড়চুক চাইকেল ফেক্টৰীত আন এখন উৰণীয়া সেঁতু আৰু ফটাশিল- কুমাৰপাৰাত নিৰ্মাণ হ’ব তৃতীয় খন উৰণীয়া সেঁতু ৷

আনহাতে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠ টাৰ্মিনেলৰ পৰা আজাৰলৈ এটা অত্যাধুনিক পথ বনোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

অহা পাঁচ ডিচেম্বৰৰ পৰা অসম চৰকাৰে ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক এক নতুন কাৰ্যসূচী কেবিনেট সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, প্ৰথমটো পষেকৰ পাঁচ ডিচেম্বৰত এহেজাৰ কোটি ব্যয় সাপেক্ষে বঙাইগাঁও মেডিকেল কলেজ আৰু উপায়ুক্ত কাৰ্যালয় ভৱন আদি নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷

ছয় ডিচেম্বৰত নলবাৰী উপায়ুক্ত কাৰ্যালয় ভৱন ,ষ্টেডিয়াম নিৰ্মাণ৷সাত ডিচেম্বৰত তামুলপুৰত মেডিকেল কলেজ ,বাকসা-পাগলাদিয়া দলংৰ নিৰ্মাণৰ কাম৷

আঠ ডিচেম্বৰত মৰিগাঁও মেডিকেল কলেজ আৰু ষ্টেডিয়াম ৷ ন ডিচেম্বৰত ১২ শ কোটি ব্যয় সাপেক্ষে গোলাঘাটত গোলাঘাট মেডিকেল কলেজ নিৰ্মাণৰ শুভাৰম্ভৰ লগতে ডেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী হেমচন্দ্ৰ বৰুৱা পথৰ নিৰ্মাণ ৷

দহ ডিচেম্বৰত বিশ্বনাথ জিলাৰ কে’বাটাও প্ৰকল্প আৰম্ভ ।১১ ডিচেম্বৰত মাজুলী- লখিমপুৰ সংলগ্ন দলং কাম আৰম্ভ ৷ ১৩ ডিচেম্বৰত নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ ৷১৪ ডিচেম্বৰত ধেমাজী মেডিকেল কলেজ আৰু উপায়ুক্ত ভৱনৰ নিৰ্মাণ ৷

১৫ ডিচেম্বৰত ডিব্ৰুগড়ত অসমমালাৰ অধীনত কেইবাটাও বৃহৎ পথ নিৰ্মাণৰ কাম আৰম্ভ আৰু ১৬ ডিচেম্বৰত যোৰহাটত লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ ভূমি পূজন আৰু ঐতিহ্যমণ্ডিত যোৰহাট কাৰাগাৰক অমৃত উদ্যানলৈ ৰূপান্তৰিত আৰু উপায়ুক্ত ভৱন ,অত্যাধুনিক সা- সুবিধাযুক্ত ষ্টেডিয়াম নিৰ্মাণৰ কামৰ শুভাৰম্ভ হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

আনহাতে দ্বিতীয়টো বিকাশ পষেকৰ কাৰ্যসূচী আৰম্ভ হ’ব পাঁচ জানুৱাৰী পৰা ২০ জানুৱাৰীলৈ ৷ এই কাৰ্যসূচীৰ অধীনত বৰাক উপত্যকা,কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা,তেজপুৰ আদি কে’বাখনো জিলাত প্ৰকল্প কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠক পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত অনুষ্ঠিত হোৱাৰ বাবে উপত্যকাটোৰ উন্নয়ন বাবে চৰকাৰে দায়বদ্ধ বুলি উল্লেখ কৰি কয়, শিলচৰত মিনি সচিবালয়ৰ নিৰ্মাণৰ বাবে ১৩৫ কোটি টৰা কেবিনেটে অনুমোদন জনায় ৷

আনহাতে বেটাকান্দি মথাউৰি নিৰ্মাণৰ বাবে ৫৯ কোটি,ৰামনগৰত এলিফেণ্ট কৰিডৰ,জি চি কলেজক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ আৰু কৰিমগঞ্জ জিলাত ১১০ কোটি ব্যয় সাপেক্ষে বৃহৎ পানী যোগান আচঁনিৰ প্ৰকল্পত কেবিনেটে অনুমোদন জনোৱাৰ কথা সদৰি কৰে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamborakcabinetHimanta Biswa SarmaSilchar
publisher

publisher

Related Posts

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
Assam

Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: