Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Eknath Shinde 26th November Visit kamakhya Temple : ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী একনাথ সিন্দে

লগত আহিব দুশ বিধায়ক,কামাখ্যা মন্দিৰত ল'ব সেৱা

publisher by publisher
November 24, 2022
in Assam, News
Reading Time: 1 min read
0
Eknath Shinde 26th November Visit kamakhya Temple : ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী একনাথ সিন্দে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Eknath Shinde 26th November Visit kamakhya Temple :

২৬ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত আহিব দুশ বিধায়ক ৷ মুখ্যমন্ত্ৰী সহিতে দুশ বিধায়কৰ বৃহৎ দলটোৱে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত সেৱা ল’ব৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক৷ মুখ্যমন্ত্ৰী সহ মহাৰাষ্ট্ৰৰ বিধায়কৰ দলটো গুৱাহাটীত থাকি ২৮ নৱেম্বৰ পুনৰ উৰা মাৰিব মুম্বাইলৈ ৷

ADVERTISEMENT

উল্লেখ্য যে বিগত জুন মাহৰ মাজভাগতে উৰ্দ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কাৰ্যনিৰ্বাহ কৰা একনাথ সিন্দে সহ কে’বা গৰাকী মন্ত্ৰী আৰু বিধায়কে থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ কৰি চাৰ্টাড বিমানেৰে আহি গুৱাহাটী ৰেডিয়েছন ব্লুট বাহৰ পাতে ৷

শিৱসেনাৰ বিসম্বাদী গোটৰ নেতৃত্ব লোৱা একনাথ সংগ লয় প্ৰায় ৩৯ জন বিধায়ক৷পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পায় ৪৪ জনকৈ৷ইয়াৰ পিছতে মুম্বাইত উদ্বৱ থাকৰে চৰকাৰ সংখ্যালঘুত পৰিণত হয় ৷ বিদ্ৰোহী একনাথ সিন্দেক সৈমান কৰাৰ বাবে বহু চেষ্টা কৰা হৈছিল যদিও কোনা আশানুৰূপ ফলাফল নেদেখাত উদ্বৱ থাকৰে নিশাই মুখ্যমন্ত্ৰী আবাস ত্যাগ কৰে ৷

আনহাতে ৰাজ্যপাল ভগত সিং কোশৰীয়ে সংখ্যালঘুত পৰিণত হোৱা উৰ্দ্ধৱ থাকৰেক সদনত আস্থা ভোট বিচাৰিবলৈ নিৰ্দেশ দিয়ে ৷আনহাতে ঘটনাক্ৰমে বিজেপিৰ স’তে হাত মিলাই একনাথ সিন্দে আৰু বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰনবিছে এখন সংবামেল সম্বোধন কৰে ৷

সংবাদমেলতে ফাৰনবিছে একনাথক মুখ্যমন্ত্ৰী আৰু ফাৰনবিছক উপ- মুখ্যমন্ত্ৰী ৰূপে দুয়োটা দলে চৰকাৰৰ বাবে সাজু হোৱাৰ আনুষ্ঠানিক ঘোষণা কৰে৷ ৩০ জুনৰ সন্ধিয়া একনাথ সিন্দে আৰু দেবেন্দ্ৰ ফাৰনবিছক ক্ৰমে মুখ্যমন্ত্ৰী আৰু উপ- মুখ্যমন্ত্ৰী ৰূপে শপত বাক্য পাঠ কৰায় ৰাজ্য পাল ভগত সিং কোশৰীয়ে ৷

মনকৰিবলগীয়া যে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা বিসম্বাদী গোট আৰু বিজেপিৰ মাজত মিত্ৰজোঁট গঠনৰ পিছতে সদনত আস্থাভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷

মনকৰিবলগীয়া যে গুৱাহাটীত থকা অৱস্থাতে একনাথ সিন্দে সহ বিসম্বাদী বিধায়ক সকলে দৰ্শন কৰিছিল কামাখ্যা মন্দিৰ ৷ মন্দিৰ দৰ্শনৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপ উল্লেখ কৰিছিল যে মহাৰাষ্ট্ৰ তেওঁৰ দলে চৰকাৰ গঠন কৰিলে পুনৰ কামাখ্যা মন্দৰলৈ পুনৰ আহি সেৱা অৰ্চনা কৰিব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assameknath shindeGuwahatiKamakhyatemple
publisher

publisher

Related Posts

Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d