Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ganges Water Depletion : পানী কমিছে গংগাত ! উদ্বেগজনক প্ৰতিবেদন প্রকাশ বিশ্ব বতৰবিজ্ঞান সংস্থাৰ

publisher by publisher
November 30, 2022
in India, News
Reading Time: 1 min read
0
Ganges Water Depletion : পানী কমিছে গংগাত ! উদ্বেগজনক প্ৰতিবেদন প্রকাশ বিশ্ব বতৰবিজ্ঞান সংস্থাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Ganges Water Depletion :

বিগত দুই দশকত গংগাত মুঠ পানীৰ পৰিমাণ কমিছে । কেৱল গংগাৰেই নহয়, নদী পার্শ্বস্থ অববাহিকা অঞ্চলত ভূগর্ভস্থ পানীৰ পৰিমাণো কমিছে উল্লেখযোগ্যভাৱে । মঙলবাৰে এই সংক্রান্ত এক প্ৰতিবেদন প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ শাখা সংগঠন বিশ্ব বতৰবিজ্ঞান সংস্থাই (ডব্লিউএমঅ’) ।

ADVERTISEMENT

ডব্লিউএমঅ’ই তেওঁলোকৰ ‘ষ্টেট অৱ গ্ল’বেল ৱাটাৰ ৰিছ’ৰ্চ ২০২১’ শীর্ষক প্ৰতিবেদনত জনাইছে, ২০০২ৰ পৰা ২০২১ৰ ভিতৰত ব্যাপক হাৰত কমিছে গংগা নদীৰ পানীৰ পৰিমাণ । গংগাৰ অৱবাহিকা অঞ্চলৰ ভূগর্ভস্থ পানীৰ পৰিমাণো কমিছে ।

RelatedPosts

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

গুজৰাট উপকূলত পাক নৌকা আটক, ভাৰতীয় জলসীমা লঙ্ঘনৰ অভিযোগ

ইন্দোৰ পানী বিষক্ৰিয়া কাণ্ডৰ পাছত কেন্দ্ৰীয় প্ৰতিবেদনত ভয়ংকৰ ছবি

কেৱল গংগা নহয়, একেই ধৰণ দেখা গৈছে দক্ষিণ আমেৰিকাৰ পাটাগনিয়াৰ ছাও ফ্রানচিছকো নদীৰ অৱবাহিকা, সিন্ধু নদীৰ অৱবাহিকা আৰু দক্ষিণ-পশ্চিম আমেৰিকাৰ বিস্তীর্ণ নদী অৱবাহিকা অঞ্চলত । অৱশ্যে ইয়াৰ বিপৰীত চিত্র দেখা গৈছে নাইজাৰ নদী অৱবাহিকা আৰু উত্তৰ আমাজন নদী অৱবাহিকাত । তাত ভূগর্ভস্থ পানীৰ পৰিমাণ বাঢ়িছে ।

ডব্লিউএমঅ’-ৰ প্ৰতিবেদন অনুযায়ী, জলবায়ু পৰিৱর্তন পৃথিৱীৰ উপৰি ভাগৰ ব্যৱহাৰযোগ্য পানীৰ উৎসসমূহক প্রভাৱিত কৰিছে । গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহৰ বৰফ গলি নদীত পানীৰ পৰিমাণ বাঢ়িছে, কিন্তু এটা সময়ৰ পাছত সেয়া হ্রাস পাব লয় ।

বৰ্তমানেই সিন্ধু অৱবাহিকা আৰু গংগা নদীৰ অৱবাহিকা অঞ্চলসমূহত হিমবাহ গলনৰ প্রভাৱ পৰিলক্ষিত হৈছে । হিমবাহৰ বৰফ ক্রমাগত কমি থকাত এটা সময়ৰ পাছত সৰ্বাধিক প্রভাৱিত হ’ব উত্তৰাখণ্ডৰ দৰে অঞ্চল ।

আনহাতে, পঞ্জাৱ, উত্তৰ প্রদেশৰ দৰে ৰাজ্যসমূহত কৃষিকাৰ্য দৈনন্দিন জীৱনযাপনৰ বাবে অত্যাধিক ভূগর্ভস্থ পানীৰ উত্তোলনৰ ফলত তাৰ পৰিমাণো কমিছে দ্রুতগতিত । পৰিৱেশ বিজ্ঞানী আৰু কেন্দ্রীয় ভূ-বিজ্ঞান মন্ত্রণালয়ৰ সচিব এম. ৰাজীবনে কয়, চৰকাৰে এতিয়াই ভূগর্ভস্থ পানীৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত ।

জলবায়ু পৰিৱর্তনৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পালেও এই সমূহ অঞ্চলত তাপমাত্রা অধিক হোৱাত পানী দ্রুত বাষ্পত পৰিণত হৈছে । যিয়ে পৰৱর্তী কালত আৰু মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে বুলি দাবী কৰা হৈছে প্ৰতিবেদনত ।

ভূগৰ্ভত কিমান পৰিমাণে পানী সঞ্চিত হৈ আছে, তাৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ডব্লিউএমঅ’ৱে । পৰিসংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছে ভূগৰ্ভত আর্দ্রতাৰ পৰিমাণ, ভূগর্ভস্থ পানী, বৰফ, গছৰ শিপাত সঞ্চিত পানী, নদী আৰু হ্রদৰ পানীৰ পৰিমাণ ।

প্ৰতিবেদন অনুযায়ী, পাটাগনিয়া, উত্তৰ আফ্রিকা, মাদাগাস্কাৰ, মধ্য আৰু দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চল, দক্ষিণ আমেৰিকাৰ মধ্য ভাগ, পাকিস্তান আৰু উত্তৰ ভাৰতত সঞ্চিত এই পানীৰ পৰিমাণ স্বাভাৱিকতকৈ কম ।

কোনো কোনো অঞ্চলত সেয়া যথেষ্ট কম স্বাভাৱিকৰ তুলনাত । পুনৰ আফ্রিকাৰ কেন্দ্রীয় অঞ্চল, দক্ষিণ আমেৰিকাৰ উত্তৰাংশ বিশেষকৈ আমাজন অৱবাহিকা আৰু চীনৰ উত্তৰাংশত সঞ্চিত পানীৰ পৰিমাণ স্বাভাৱিকতকৈ বহুগুণ বেছি । যিসমূহ অঞ্চলত পানীৰ পৰিমাণ অধিক, তাৰ কাৰণ হিচাপে প্ৰতিবেদনত উল্লেখ কৰা হৈছে গোলকীয় উষ্ণতাৰ ফলত হিমবাহৰ গলনৰ কথা ।

আনহাতে, যিসমূহ অঞ্চলত ভূগৰ্ভত সঞ্চিত পানীৰ পৰিমাণ কম, তাৰ মূল কাৰণ হিচাপে নদী আৰু ভূগর্ভস্থ পানীৰ অত্যধিক ব্যৱহাৰক চিহ্নিত কৰা হৈছে সংশ্লিষ্ট প্ৰতিবেদনত ।

প্ৰতিবেদনত আৰু দাবী কৰা হৈছে, ২০২১ত বিশ্বৰ বিভিন্ন ঠাইয বৃষ্টিপাত স্বাভাৱিকৰ তুলনাত কম হৈছে । ইয়াৰ কাৰণ লা নিনা আৰু জলবায়ু পৰিৱর্তন । লা নিনাৰ বাবে নিৰক্ষীয় প্রশান্ত মহাসাগৰৰ উপৰি ভাগৰ তাপমাত্রা হ্রাস পায় । লগতে ক্রান্তীয় জলবায়ুত পৰিৱর্তন ঘটায় লা নিনাই । ইয়াৰ ফলত বৃষ্টিপাতৰ তাৰতম্য ঘটে । কোনো ঠাইত বৃষ্টিপাতৰ পৰিমাণ কমি যায় । কোনো ঠাইত স্বাভাৱিকতকৈ বৃষ্টিপাত বাঢ়ি যায় ।

লা নিনাৰ ফলত ভাৰতৰ মহাৰাষ্ট্র, কর্নাটক, অন্ধ্রপ্রদেশ, কেৰালা, পশ্চিমবংগ প্রভৃতি ৰাজ্য‌ই প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।

প্ৰতিবেদন অনুযায়ী, ২০২১-ত সমগ্ৰ বিশ্বত চাৰিশৰো অধিক প্রাকৃতিক দুর্যোগ হৈছে । মুঠ ক্ষয়ক্ষতিৰ পৰিমাণ ২৫ হেজাৰ কোটি ডলাৰৰো অধিক । প্রাণ গৈছে প্রায় ১০ হেজাৰ । বিশ্বৰ ১০ কোটি জনবসতি ইয়াৰ ফলত ব্যাপকভাৱে প্রভাৱিত হৈছে ।

বিগত বছৰত পৃথিবীৰ গড় তাপমাত্রা বাঢ়িছে এক ডিগ্রীৰো অধিক । ২০২১ক ইতিহাসৰ সপ্তম উষ্ণতম বর্ষ হিচাপে চিহ্নিত কৰা হয় । লা নিনাৰ বিপৰীত হ’ল এল নিনো । ইয়াৰ ফলত নিৰক্ষীয় প্রশান্ত মহাসাগৰৰ উপৰ ভাগৰ তাপমাত্রা বৃদ্ধি পায় । ইয়াৰ ফলত স্বাভাবিকতকৈ বৃষ্টিপাত কম হয় । বান আৰু খৰাং পৰিস্থিতি অধিক হয় ।

ভাৰতত যেনেদৰে এল নিনোৰ প্রভাৱত খৰাং পৰিস্থিতিৰ পৰিমাণ বাঢ়ি যায় । বিপৰীতে, লা নিনাৰ প্রভাৱত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পায় আ শীতো দীৰ্ঘ সময় থাকে ।

এয়ে প্রথম বিশ্ব বতৰবিজ্ঞান সংস্থাই সমীক্ষা কৰি প্ৰতিবেদন প্রকাশ কৰিছে । ডব্লিউএমঅ’-ৰ দাবী, নাছাৰ গ্রেছ মিছনৰ পৰাই মূলতঃ তেওঁলোকে তথ্য সংগ্রহ কৰিছে । এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বৰ সকলো দেশৰ কি কি কৰণীয় সেই বিষয়ত পৰামর্শও দিয়া হৈছে এই প্ৰতিবেদনত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ganga RiverWater
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d