Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bailley : মহানগৰীত জব্দ ব্ৰেইলী খোৱা পানীৰ নকল বটল

আটক এজনক

publisher by publisher
November 24, 2022
in Assam, News
Reading Time: 1 min read
0
Bailley : মহানগৰীত জব্দ ব্ৰেইলী খোৱা পানীৰ নকল বটল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Bailley :

উত্তৰ- পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দিনক দিনে খোৱা পানীৰ সংকটে দেখা দিছে ৷কেতবোৰ অঞ্চলত পানীৰ নাটনি বাবে বহুতেই পানী ক্ৰয় কৰে পানীৰ টেংকাৰৰ পৰা৷আনহাতে উৎসৱ – পাৰ্বন আৰু দৈনন্দিন খোৱা পানী ৰূপে ব্যৱহাৰ কৰি আহিছে ব্ৰেইলী সহ বহু ব্ৰেণ্ডৰ পানীৰ বটল ৷ কিন্ত শেহতীয়াকৈ এই ব্ৰেণ্ড সমূহ নকল ৰূপত বিক্ৰী কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

ADVERTISEMENT

মহানগৰীত বাসকৰা নাগৰিক সকলে ব্ৰেইলী খোৱা পানীৰ বটল ক্ৰয় কৰিবলৈ যাওতে এবাৰ হ’লেও বটলটো পৰীক্ষা কৰিব ৷কিয়নো আপুনি সেৱন কৰিবৰ বাবে ক্ৰয় কৰা বটলটো প্ৰকৃতাৰ্থত ব্ৰেইলী নে৷ মহানগৰ আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই বহু ব্ৰেণ্ডৰ অবৈধভাৱে পানীৰ ব্যৱসায় কৰি অহা লোক এজনক নকল বটল সহ আটক কৰে ৷কাহিলীপাৰাৰ ভগদত্তপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰা ব্যৱসায়ীজনৰ নাম নয়নতন ডেকা ৷

আৰক্ষীয়ে লোকজনে ‘ব্ৰেইলী পেকেটযুক্ত খোৱা পানী’ৰ ডুপ্লিকেট ২০ লিটাৰ পানীৰ বটল কঢিয়াই অনা এএছ-০৭-বিচি-১৯৩৪ এখন বাহন জব্দ কৰে৷ জব্দকৃত বাহনখনৰ পৰা ১৫টা ডুপ্লিকেট বেইলীৰ লেবেল থকা ২০ লিটাৰ পানীৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ধৃত নয়নতন ডেকাই তেওঁৰ অবৈধ কাৰখানাৰ পৰা দৈনিক নিৰ্মাণ হোৱা বটলত পানী ভৰাই বেইলীৰ ডুপ্লিকেট লেবেল লগাই কেইবাখনো দোকানত বিক্ৰী কৰা বুলি আৰক্ষীৰ মাৰাথন জেৰাত স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪২০ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷

আনহাতে আৰক্ষীয়ে নকল ব্ৰেইলীৰ ফেক্টৰী উৎখাত কৰাৰ পিছতে সষ্টম হৈ পৰে ব্ৰেইলি প্ৰস্তুতকাৰী কোম্পানী উদয়ক এগ্ৰো প্ৰডাক্টছ প্ৰাইভেট লিমিটেড৷ কোম্পানীটোৰ চিইঅ’ৰাজ শেখৰ আগৰৱালে এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে তেওঁলোকৰ ২০ লিটাৰ পেকেট যুক্ত পানীৰ বটলবোৰ সৰ্বোচ্ছ মানদণ্ডৰ স’তে নিৰ্মাণ কৰা ৷একেদৰে বটলবোৰৰ ডিঙিৰ কেপবোৰত হলোগ্ৰাম থাকে৷ সেয়েহে গ্ৰাহক সকলে ব্ৰেইলী ক্ৰয় কৰাৰ পূৰ্বে সুৰক্ষা মোহৰটো পৰীক্ষা কৰিহে ক্ৰয় কৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBailley WaterDrinking waterGuwahati
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d