Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Farmland depletion : ৰাজ্যত চাৰি বছৰত সংকুচিত ৩৭ হেজাৰ হেক্টৰ কৃষিভূমি

publisher by publisher
December 2, 2022
in Environment, Assam, Food, India, News
Reading Time: 4 mins read
0
Farmland depletion : ৰাজ্যত চাৰি বছৰত সংকুচিত ৩৭ হেজাৰ হেক্টৰ কৃষিভূমি
2
SHARES
16
VIEWS
ShareShareShareShare

Farmland depletion :

অতিমাত্ৰা বৰষুণ বা হঠাতে সৃষ্টি হোৱা খৰাংসদৃশ পৰিৱেশকে ধৰি প্ৰকৃতিয়ে ধাৰণ কৰা অস্বাভাৱিক ৰূপৰ পৰিণতিত অসমত ক্ৰমশ নিম্নগামী হ’বলৈ ধৰিছে খাদ্য শস্যৰ উৎপাদন ।

ADVERTISEMENT

তুলনামূলকভাৱে পূৰ্বৰ তুলনাত চাউলৰ উৎপাদন সামান্য বৃদ্ধি পালেও শাক-পাচলি, মাহজাতীয় শস্য, তৈলজাত শস্য আদিৰ উৎপাদন দ্ৰুতগতিত নিম্নগামী হৈছে ।

RelatedPosts

Negligence of the irrigation dept:হাজোৰ বৃহত্তৰ অঞ্চলৰ কৃষিভূমিত ছিৰাল ফাট

ফলস্বৰূপে বহিঃৰাজ্যৰ ওপৰত খাদ্য শস্যৰ বাবে নিৰ্ভৰশীল হ’বলগীয়া হৈছে অসম । উল্লেখ্য যে এফালে বতৰৰ পৰিৱৰ্তনৰ বাবে স্বকীয় পৰম্পৰাৰে কৃষি কাৰ্য কৰা অসমৰ কৃষক ৰাইজে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু মু্‌ক্ত বাণিজ্য অৰ্থনীতিৰ সন্মুখত তিষ্ঠি থাকিব নোৱৰাৰ বাবে কৃষিকাৰ্য এৰি কৃষিভূমি পুঁজিপতিক গতাই দিয়াৰ পৰিণতিত কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেও অসমত খাদ্য শস্যৰ উৎপাদনত অৱনতি ঘটিছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ দেশৰ ভিন্ন ৰাজ্যৰ অৰ্থনৈতিক স্থিতি সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, অসমত ২০১৭-১৮ত খাদ্য শস্যৰ উৎপাদন আছিল ৫৫২৫.৯ হেজাৰ টন । ২০১৮-১৯ত এই সংখ্যা ৫৪৬৫ হেজাৰ টনলৈ নিম্নগামী হয় ।

আকৌ ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত খাদ্য শস্যৰ উৎপাদনৰ হাৰ অৱনমিত হয় ৫২৩৬.৪ হেজাৰ টনলৈ । ইয়াৰে ভিতৰত চাউলৰ উৎপাদন আছিল ২০১৭-১৮ত ৫২৮৩.৭ হেজাৰ টন, ২০১৮-১৯ত ৫২২০.৬ হেজাৰ টন আৰু ২০১৯-২০ত উৎপাদন হ্ৰাস পাই ৪৯৮৪.৬ হেজাৰ টনলৈ ।

অৱশ্যে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কৰা ধাৰণা মতে অসমত চাউলৰ উৎপাদন ৫২১৪ হেজাৰ টনলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে খাদ্য শস্যৰ উৎপাদন নিম্নগামী হোৱাৰ মূলতে এফালে প্ৰকৃতিৰ খেয়ালি ৰূপ অন্যতম কাৰণ হোৱাৰ উপৰি কৃষি কাৰ্য কৰা ভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পোৱাটোও মূল কাৰণ হিচাপে চিহ্নিত হৈছে ।

পৰিসংখ্যা মতে, ২০১৯-২০ বিত্তীয় বৰ্ষলৈ অসমত মুঠ কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ আছিল ৩০.১৬ লাখ হেক্টৰ । ইয়াৰে ভিতৰত ৯৮.৭৭ শতাংশই হ’ল গ্ৰামাঞ্চলত ।

কৃষি কৰ্ম কৰা অসমৰ এই বৃহৎ ভূখণ্ডৰ ভিতৰত বছৰেকত এটাহে খেতি কৰা হয় ১৫.২২ লাখ হেক্টৰ ভূমিত । যি সময়ত দেশৰ আন ৰাজ্যত বছৰেকত তিনিটা পৰ্যন্ত খেতি কৰি কৃষক স্বাৱলম্বী হৈছে সেই সময়ত অসমত বছৰেকত দুটাকৈ খেতি কৰা হয় মুঠ কৃষিভূমিৰ ১২.৮৯ লাখ হেক্টৰ ভূমিতহে ।

উল্লেখ্য যে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে ২০১৯-২০ৰ ভূমিৰ তথ্য সম্পৰ্কত প্ৰকাশ কৰা প্ৰতিবেদনৰ মতে, অসমত দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ ।

মাথোঁ চাৰিটা বছৰৰ ভিতৰতে ৰাজ্যখনত প্ৰায় ৩৭,৪৯৯ হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে । ২০১৬-১৭ত অসমত মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ৩১,১৪,৪০৮ হেক্টৰ ।

পিছে ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত মুঠ কৃষিভূমিৰ পৰিমাণ হ্ৰাস পায় ৩০,৭৬,৯০৯ হেক্টৰলৈ । অৰ্থাৎ চাৰিটা বছৰৰ ভিতৰতে হ্ৰাস পালে ৩৭.৪৯৯ হেক্টৰ কৃষিভূমি । মূলতঃ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে ক্ৰমশঃ সংকুচিত হ’বলৈ ধৰিছে ৰাজ্যৰ কৃষিভূমিৰ পৰিমাণ ।

বিগত সময়ছোৱাত বণিয়াৰ ওচৰত কৃষিভূমি বিক্ৰী কৰাৰ প্ৰৱণতা বৃদ্ধি আৰু কৃষিভূমিত গঢ়ি উঠা উদ্যোগ, আৱাসিক অঞ্চল, পথ, দলং আদিৰ বাবে দ্ৰুতগতিত সংকুচিত হয় কৃষিভূমিৰ পৰিমাণ ।

পৰিসংখ্যা মতে, কৃষিভূমিৰ পৰিমাণ হ্ৰাস পোৱাৰ সূত্ৰে ৰাজ্যখনত নিম্নগামী হৈছে তৈলজাত শস্য উৎপাদনৰ পৰিমাণো ।

ইফালে, বতৰ পৰিৱৰ্তনৰ ফলত কৃষকে সময় মতে ঋতুকালীন কৃষিকৰ্ম কৰাত ব্যৰ্থ হোৱাৰ অন্যতম কাৰণ হৈছে অসমৰ জলসিঞ্চন ব্যৱস্থাৰ অতি শোচনীয় পৰিস্থিতি ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ অতি নগণ্য ।

২০১৬-১৭ত ৰাজ্যখনত জলসিঞ্চনৰ ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ ৪৬৫ হেজাৰ হেক্টৰৰ বিপৰীতে ২০১৭-১৮ত এই পৰিমাণ বৃদ্ধি পাইছিল ৪৮৩ হেজাৰ হেক্টৰলৈ ।

আকৌ ২০১৮-১৯ত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত হয় ৪৯৪ হেজাৰ হেক্টৰ আৰু ২০১৯-২০ত এই পৰিমাণ বৃদ্ধি পায় ৫৪৩ হেজাৰ হেক্টৰলৈ ।

অথচ কৃষিকাৰ্যত আগবঢ়া দেশৰ কেইখনমান ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ হ’ল অন্ধ্ৰপ্ৰদেশত ৩৮১৩ হেজাৰ হেক্টৰ, বিহাৰত ৫৪৩৫ হেজাৰ হেক্টৰ, গুজৰাটত ৮৪৩১ হেজাৰ হেক্টৰ, হাৰিয়ানাত ৬২৭৯ হেজাৰ হেক্টৰ, কৰ্ণাটকত ৫০৩৪ হেজাৰ হেক্টৰ আৰু মধ্যপ্ৰদেশত ১৪,৭০৪ হেজাৰ হেক্টৰ কৃষিভূমি ।

অৰ্থাৎ কৃষিখণ্ডত আগবঢ়া দেশৰ শীৰ্ষত থকা ৰাজ্যকেইখনত জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ অসমৰ তুলনাত কে’বাগুণে শীৰ্ষত ।

স্বাভাৱিকতে বতৰ পৰিৱৰ্তনৰ পৰিণতি অতি খৰাঙৰ সময়তো দেশৰ আগশাৰীৰ এই ৰাজ্যকেইখনত খাদ্য শস্য উৎপাদন মুঠেও বিঘ্নিত হোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Drought SeasonFarmland DepletionIndian WeatherPulses
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d