Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Child Health : ছমহীয়া শিশুৰ খাদ্য তালিকা কেনে হোৱা উচিত ? জনিবলৈ পঢ়ক –

publisher by publisher
November 29, 2022
in Lifestyle, Health
Reading Time: 2 mins read
0
Child Health : ছমহীয়া শিশুৰ খাদ্য তালিকা কেনে হোৱা উচিত ? জনিবলৈ পঢ়ক –
9
SHARES
87
VIEWS
ShareShareShareShare

Child Health :

জন্মৰ পৰা ছয় মাহ পৰ্যন্ত এটি শিশুয়ে মাতৃৰ দুগ্ধ পান কৰে । কিন্তু মাতৃ দুগ্ধ এৰাৰ পিছত শিশুটিৰ খাদ্য তালিকা সলনি হয় । অৰ্থাৎ ছয় মাহৰ পিছৰ পৰা শিশুটিৰ খাদ্য তালিকা কেনে হোৱা উচিত ?

ADVERTISEMENT

পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি এটি ছয় মহীয়া শিশুক প্ৰথম অৱস্থাত বিভিন্ন ফলৰ ৰস , যেনে-ডালিমৰ ৰস , কমলাৰ ৰস আদি দিব লাগে ।

RelatedPosts

মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

সমান্তৰালকৈ শিশুটিক ভাত-দালি একেলগে পাতল আৰু কোমলকৈ ৰান্ধি খোৱাৰ লগতে সময় সাপেক্ষে কুকুৰা মাংসৰ জোল , মাছৰ জোল , কণীৰ বগা অংশ খাবলৈ দিব লাগে ।

অৱশ্যে কণীৰ কুহুমটো প্ৰথম অৱস্থাত দিব নেলাগে । কণীৰ বগা অংশৰ লগত অভ্যস্ত হোৱাৰ পিছতহে কণীৰ ৰঙা অংশ দিয়াৰ অভ্যাস কৰিব লাগে ।

কিন্তু কুহুম খোৱাৰ পিছত অভিভাৱকে এইকথা ধ্যান দিব লাগে যে , শিশুটিৰ পেটৰ কোনো সমস্যা হৈছে নেকি ! যদি শিশুটিয়ে কণীৰ ৰঙা অংশটো হজম কৰিব পাৰিছে , তেন্তে দৈনিক খাদ্য তালিকাত কণী সংযোগ কৰিব পাৰিব ।

ক্ৰমে পাৰিবাৰিক খাদ্যৰ লগত শিশুটিক অভ্যস্ত কৰিবলৈ অলপ-অলপকৈ ডাঙৰে খোৱা খাদ্যও খাৱলৈ দিব লাগে । এই অভ্যাসে সোনকালে শিশুটিক ঘৰখনৰ খাদ্যভ্যাসৰ লগত অভ্যস্ত কৰি তুলিব ।

ইয়াৰোপৰি সমান্তৰালকৈ শিশুটিক চাউলৰ গুড়ি , চুজি আদিৰ জলপান দিব লাগে । শিশু বিশেষজ্ঞৰ মতে , চাউলৰ গুড়ি বা চুজি শিশুৰ কাৰণে অতিকৈ উপকাৰী খাদ্য ।

কিছু কিছু শিশুয়ে মিঠা খাই খুব ভাল পায় । তেনে শিশুক যিকোনো জলপানৰ লগত চেনী সংযোগ কৰিব পাৰে । তেনে কৰিলে শিশুটিয়ে খাদ্যৰ জুতি পোৱাত সহজ হ’ব ।

এই সময়ছোৱাতে শিশুক গাখীৰ খোৱাবলৈ আৰম্ভ কৰিব লাগে । কিন্তু গাখীৰৰ লগত প্ৰথম অৱস্থাত সম পৰিমাণৰ পানী মিহলি কৰিব লাগে ।

অৱশ্যে শিশুক জলপান আদিৰ লগতো গাখীৰ মিহলি কৰি দিব পাৰে। সমান্তৰালকৈ ৰুটিৰ লগতো গাখীৰ ঢালি শিশুক খাবলৈ দিব লাগে ।

এটি শিশুৰ শাৰীৰিক , মানসিক বিকাশৰ বাবে সুষম খাদ্য খুবেই জৰুৰী । গতিকে সকলো সময়তে পৰিয়ালৰ লোকসকলে বজাৰত উপলব্ধ হোৱা বিভিন্ন ধৰণৰ ফাষ্ট ফুড জাতীয় খাদ্যভ্যাস শিশুক গঢ়ি তুলিবলৈ চেষ্টা কৰিব নেলাগে ।

বৰঞ্চ থলুৱা খাদ্যৰ সোৱাদ তথা পুষ্টিৰ কথা ধ্যান ৰাখি সদায় ঘৰুৱা খাদ্যৰে শিশুটিৰ খাদ্যভ্যাস গঢ়ি তুলিব লাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: baby FoodcareChildgood healthHealth
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d