Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon: বান – অভূতপূৰ্ব খৰাঙৰ বিড়ম্বনা ,এফালে সোণোৱালী ধাননি আনফালে ছনপৰা পথাৰ

publisher by publisher
November 21, 2022
in Assam, News
Reading Time: 2 mins read
0
Nagaon: বান – অভূতপূৰ্ব খৰাঙৰ বিড়ম্বনা ,এফালে সোণোৱালী ধাননি আনফালে ছনপৰা পথাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon :

এতিয়া আঘোণ। খেতিয়কৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ সময় সমাগত। পথাৰ সোণগুটিৰে সোণোৱালী হ’বলৈ আৰম্ভ কৰিছে। কেইদিনমান পাছতেই কৃষি প্রধান জিলা নগাঁৱৰ একাংশ কৃষক ৰাইজ ব্যস্ত হৈ পৰিব শালি ধান চপোৱাৰ কামত ৷

ADVERTISEMENT

পথাৰসমূহ কাচিৰ খচ খচ শব্দ আৰু দাৱনীৰ হাঁহিৰে মুখৰিত হৈ পৰিব; কিন্তু সেই দৃশ্যৰ আন এক বিপৰীত দৃশ্য বিৰাজ কৰিব কৃষি প্রধান জিলাখনৰ আন কেতবোৰ অঞ্চলত। তাত শুনা পোৱা নাযাব কাচিৰ খচ খচ শব্দ, দাৱনীৰ হাঁহি। তাত ছনপৰা শালিধানৰ পথাৰলৈ চাই দুৰ্ভগীয়া কৃষক ৰাইজে আঘোণৰ বতৰতো চকুলো ঢৌকাৰ দৃশ্যহে পৰিলক্ষিত হ’ব।

মুঠতে কৃষি প্রধান জিলাখনত এইবাৰ আঘোণৰ পথাৰত ভিন্ন দুটা দৃশ্য পৰিলক্ষিত হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে কৃষিপ্রধান নগাঁও জিলাত মুঠ কৃষি ভূমিৰ পৰিমাণ ১,৫১,৭৪৪ হেক্টৰ। ইয়াৰে ৯৩,২৭৫ হেক্টৰ মাটিত শালিধানৰ খেতি, ৮,৭৬৫ হেক্টৰ মাটিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ মাটিত শাক পাচলিৰ খেতি কৰে জিলাখনৰ কৃষক ৰাইজে।

এইবাৰ জিলাখনত হোৱা তিনিটাকৈ প্রলয়ংকৰী বানত জিলাখনৰ ১৯,০৬৭.১৪ হেক্টৰ শালি ধানৰ পথাৰ আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে ধিং ৰাজহ চক্ৰৰ ৩২ হেক্টৰ, কামপুৰ ৰাজহ চক্ৰৰ ৮৩২০ হেক্টৰ, নগাঁও ৰাজহ চক্ৰৰ ৭২৮ হেক্টৰ, ৰূপহী ৰাজহ চক্ৰৰ পাঁচ হেক্টৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ ১৪৮ হেক্টৰ শালি ধানৰ পথাৰ।

জিলাখনত তিনিটাকৈ বানে শালি ধানৰ খেতিসমূহ তচনচ কৰাৰ পাছতো বানাক্ৰান্ত কৃষক ৰাইজে মানসিকভাৱে ভাগি নপৰি পুনৰ শালি ধানৰ খেতি কৰিবলৈ সাজু হৈ আছিল। কিন্তু বানৰ পাছত জিলাখনত আৰম্ভ হয় অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাং। যাৰ ফলত বেয়াকৈ আক্রান্ত হ’বলগীয়া হয় কৃষক ৰাইজ।

চৰকাৰী তথ্য অনুসৰি, জিলাখনত এইবাৰ অভূতপূৰ্ব খৰাং আৰু অনাবৃষ্টিৰ কাৰণে ১১,৯৪১ হেক্টৰ মাটিত শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। এইবাৰ জিলাখনৰ ৪২১ খন গাঁৱৰ ২২,২৮৫ টা কৃষক পৰিয়াল অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাঙৰ কৱলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হয়।

ফলত পানীৰ অভাৱৰ বাবেই জিলাখনৰ ১১,৯৪১ হেক্টৰ কৃষিভূমিত এইবাৰ কৃষকে শালিধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। প্রাকৃতিক দুৰ্যোগৰ বাবেই এইবাৰ কৃষি প্রধান জিলাখনৰ হেজাৰ হেজাৰ খেতিয়কে মুঠ শালিধানৰ মাটিৰ তিনি শতাংশ মাটিতেই এইবাৰ শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। ফলত ই জিলাখনৰ কৃষি অৰ্থনীতিত যে মাধমাৰ শোধাব সেয়া প্রায় নিশ্চিত।

কিয়নো জিলাখনৰ এই দুৰ্ভগীয়া কৃষকসকলৰ অধিকাংশৰেই প্রধান খেতি হৈছে শালি ধানৰ খেতি। উৎপাদিত শালি ধানৰে বছৰটোৰ বাবে চাউল যোগাৰ কৰাৰ উপৰি তেওঁলোকে অতিৰিক্ত ধান বিক্ৰী কৰি যাৱতীয় খৰচ উলিয়ায়। এইবাৰ এই কৃষকসকলে বছৰটোৱেই কিনা চাউলৰ ভাত খাবলৈ বাধ্য হ’ব। যিটো তেওঁলোকৰ বাবে অতি কষ্টসাধ্য হৈ পৰিব বুলি একাংশ ভুক্তভোগী কৃষকে মন্তব্য কৰিছে।

জিলাখনত বিয়াগোম জলসিঞ্চন বিভাগ আছে যদিও বিভাগটো কৃষক ৰাইজৰ বাবে বগাহাতী হোৱাৰ বিপৰীতে একাংশ বিষয়া-ঠিকাদাৰ আদিৰ বাবে ধন ঘটাৰ আঁহিলাতহে পৰিণত হৈছে। জিলাখনৰ কলিয়াবৰৰ হাতীমূৰাত সংযোজিত কলং-কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনি নামৰ এছিয়া মহাদেশৰ দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনি আছে।

এই আঁচনিখনকে ধৰি জিলাখনত বহু কেইখন জলসিঞ্চন আঁচনি আছে যদিও এই আঁচনিসমূহে কৃষিভূমিত প্রয়োজনীয় পানী যোগানত ব্যৰ্থ হৈছে। স্মর্তব্য যে কৃষিপ্রধান জিলা নগাঁও জিলাৰ মুঠ কৃষিভূমিৰ মাত্র ২০ শতাংশ কৃষিভূমিতো এই পর্যন্ত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। যাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ অৱস্থাৰ মাজতো কৃষি প্রধান জিলাখনৰ ৮০ শতাংশ কৃষকেই এতিয়াও কৃষি কাৰ্যৰ বাবে কেৱলমাত্ৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

বিজ্ঞান-প্ৰযুক্তিৰ যুগতো জিলাখনৰ বিভিন্ন ঠাইত গ্রামাঞ্চলৰ ৰাইজে বৰষুণৰ বাবে ভেকুলী বিয়া পতাৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ থাকিবলগীয়া হৈছে। চৰকাৰে জিলাখনৰ কৃষক ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয় কৰি নগাঁও জিলাত স্থাপন কৰা জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই এতিয়া প্ৰহসনতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে।

চৰকাৰৰ জলসিঞ্চন বিভাগৰ অদক্ষতা, বিভাগীয় বিষয়া- কৰ্মচাৰী আৰু ঠিকাদাৰ আদিৰ দুৰ্নীতিৰাজ মনোভাবৰ বাবেই এই আঁচনিসমূহৰ অধিকাংশই অচল-অকামিলা হৈ পৰিছে। জিলা জলসিঞ্চন বিভাগৰ পৰা জানিব পৰা মতে, জিলাখনত ১৫ খন জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰ ভিতৰত ৫০ খনৰো অধিক জলসিঞ্চন আঁচনিয়েই বিকল হৈ আছে ।

বিকল হোৱা আঁচনিৰ ভিতৰত ১৫ খনৰো অধিক আঁচনি মেৰামতি কৰিব পৰা অৱস্থাত নাই। জলসিঞ্চন বিভাগৰ অকল নগাঁও সংমণ্ডলতেই ৮০ খন জলসিঞ্চন আঁচনি আছে। এই আঁচনিসমূহৰো অধিকাংশ আঁচনি বিকল হৈ থকাৰ লগতে ১০ আঁচনি প্রায় বিধ্বস্ত হৈ পৰিছে। জিলাখনৰ বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে।

যাৰ বাবে কৃষক সকলে পানীৰ কাৰণে হাঁহাকাৰ কৰিবলগা হৈছে। জিলাখনৰ কেৱল নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ ৮০ শতাংশ কৃষকৰ পথাৰলৈ জলসিঞ্চনৰ আঁচনিৰ পানী বৈ নাযায় যদিও এই সং মণ্ডলটোত বিভিন্ন জলসিঞ্চন আঁচনিৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকাৰ অবাধ লুণ্ঠন চলি থকা পৰিলক্ষিত হৈছে। যদিহে জিলাখনৰ  সকলো কৃষি ভূমিত জলসিঞ্চনৰ সুব্যৱস্থা থাকিলহেঁতেন তেতিয়া হ’লে এইবাৰ নগঞা কৃষক ৰাইজে শালি ধানৰ খেতি নকৰাকৈ থাকিব লগীয়া নহ’লহেঁতেন। জিলাখনত আঘোণৰ পথাৰত দুটা ভিন্ন দৃশ্য পৰিলক্ষিত নহ’লহেঁতেন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGoldenNagaonpaddy field
publisher

publisher

Related Posts

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ
Assam

September 14, 2026
Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d