Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Congress : ‘ভাৰত জোড়ো’তেই অন্ত নপৰে, এইবাৰ দেশজুৰি ‘হাতে হাত’ ৰখাৰ কাৰ্যসূচী কংগ্রেছৰ

publisher by publisher
December 4, 2022
in India, News
Reading Time: 1 min read
0
Congress : ‘ভাৰত জোড়ো’তেই অন্ত নপৰে, এইবাৰ দেশজুৰি ‘হাতে হাত’ ৰখাৰ কাৰ্যসূচী কংগ্রেছৰ
2
SHARES
17
VIEWS
ShareShareShareShare

Congress :

‘ভাৰত জোড়ো’ যাত্রাৰ সাফল্যৰ পাছত দেশজুৰি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্রেছে । দলৰ সভাপতি নির্বাচিত হোৱাৰ পাছত মল্লিকার্জুন খৰ্গে (Mallikarjun Kharge) যি ষ্টিয়াৰিং কমিটী গঠন কৰিছিল, দেওবাৰে সেই ষ্টিয়াৰিং কমিটীৰ প্রথম বৈঠক আছিল ।

ADVERTISEMENT

তাতেই সিদ্ধান্ত হৈছে ‘ভাৰত জোড়ো’ (Bharat Jodo) যাত্রাৰ পাছত দলৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ দেশজুৰি ‘হাত চে হাত জোড়ো’ কাৰ্যসূচী গ্রহণ কৰা হ’ব । ভাৰত জোড়ো যাত্রাৰ অন্ত পৰিব জানুৱাৰীত । জানুৱাৰীতেই এই নতুন কাৰ্যসূচী আৰম্ভ হ’ব ।

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

প্ৰকৃততে ৰাহুলৰ ‘ভাৰত জোড়ো যাত্রা‘ই (Bharat Jodo Yatra) কংগ্রেছৰ বাবে অনেকাংশে মৃত সঞ্জীৱনীৰ দৰে কাম কৰিছে । নিষ্ক্রিয় হৈ যোৱা বা ঘৰত বহি যোৱা কংগ্রেছ কর্মীসকল পুনৰ ৰাজপথত ওলাই আহিছে ।

কর্মীসকলৰ সেই উৎসাহ ৰাজনৈতিকভাৱে কাৰ্যত লগাবলৈ তৎপৰ হৈছে কংগ্রেছৰ শীর্ষ নেতৃত্ব । ‘ভাৰত জোড়ো’ যাত্রা আছিল অৰাজনৈতিক । এইবাৰ সম্পূৰ্ণ নিজৰ বেনাৰত নতুন যাত্রা আৰম্ভ কৰিব কংগ্ৰেছে ।

কি এই ‘হাত চে হাত জোড়ো’ যাত্রা ? কংগ্রেছৰ তৰফৰ পৰা জনোৱা হৈছে, ‘ভাথত জোড়ো’ৰ দৰে কেন্দ্রীয় স্তৰত নহয় । ভাথত জোড়ো যাত্রা হ’ব একেবাৰে ব্লকস্তৰত । দলৰ ব্লকস্তৰৰ কর্মীসকলে সৰু সৰু দল গঠন কৰিব । প্রতিটো ব্লকত প্ৰেৰণ কৰা হ’ব ৰাহুল গান্ধীয়ে স্বাক্ষৰ কৰা পত্ৰ ।

বিজেপিৰ মোদী (Narendra Modi) চৰকাৰৰ বিৰুদ্ধে চার্জশ্বিট । চৰকাৰৰ ব্যর্থতা জনসাধাৰণৰ দুৱাৰত লৈ যোৱাই মূল লক্ষ্য কংগ্রেছৰ (Congress) ।

Congress Steering Committee, chaired by Congress President Shri @Kharge and Chairperson CPP Smt. Sonia Gandhi, met at AICC HQ. pic.twitter.com/xI13otPuMV

— Congress (@INCIndia) December 4, 2022

কোৱা হৈছে, ২০২৪ৰ পূৰ্বে দলৰ সংগঠনক চাংগা কৰিব পাৰে এই কাৰ্যসূচীয়ে । যুৱ সমাজক লক্ষ্য কৰা হৈছে এই যাত্রাত ।

ষ্টায়াৰিং কমিটীৰ বৈঠকত আৰু এটা গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে কংগ্রেছে । আগন্তুক ফেব্রুৱাৰীত দলৰ তিনি দিনীয়া প্লেনাৰি ছেছনৰ আয়োজন হ’ব ছত্তিশগড়ৰ ৰায়পুৰত । বিধিমতে এই প্লেনাৰি ছেছনতেই বাছনি কৰা হ’ব কংগ্রেছৰ কার্যকৰী কমিটী বা কংগ্রেছ ৱর্কিং কমিটীৰ ।

সমগ্ৰ দেশৰ এআইচিচি (AICC) সদস্যসকল এই প্লেনাৰি ছেছনত উপস্থিত থাকিব । তাতেই সিদ্ধান্ত লোৱা হ’ব আগন্তুক দিনত দল কোন পথে যাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPCongressTMC
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d