Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Ayurveda Congress : গোৱাত আয়ুর্বেদৰ মহাসন্মিলন, বিজ্ঞানৰ দ্বাৰা প্ৰকাশ কৰা হ’ব শতাধিক গৱেষণাপত্র

publisher by publisher
December 5, 2022
in India, News
Reading Time: 1 min read
0
Ayurveda Congress : গোৱাত আয়ুর্বেদৰ মহাসন্মিলন, বিজ্ঞানৰ দ্বাৰা প্ৰকাশ কৰা হ’ব শতাধিক গৱেষণাপত্র

Print

1
SHARES
6
VIEWS
ShareShareShareShare

Ayurveda Congress :

বিশ্বৰ আগত চিকিৎসাৰ বৈদিক পদ্ধতি দাঙি ধৰিবলৈ গোৱাত (Goa) আৰম্ভ হৈছে ‘ৱর্ল্ড আয়ুর্বেদ কংগ্রেছ আৰু ‘আৰোগ‌্য এক্সপ’, আঠৰ পৰা ১১ ডিচেম্বৰলৈ ।

ADVERTISEMENT

য’ত কেৱল ইতিহাসে নহয়, ‘ছায়েন্টিফিক পেপাৰ’-ৰ আৰ্হিত দাঙি ধৰা হ’ব আয়ুর্বেদৰ শতাধিক সাফল্যৰ গল্প ।

RelatedPosts

Gautam Adani : এদিনতে ৪৮৯,৯৯,৩০,০০,০০০ টকাৰ লোকচান হ’ল গৌতম আদানীৰ

Agartala : আগৰতলাত ৰিভলভাৰ আৰু গুলী সহ গ্রেপ্তাৰ যুৱক

Jio 5G : দেশৰ ১৮৪ চহৰলৈ সম্প্ৰসাৰিত হ’ব জিঅ’ৰ-৫ জি সেৱা

আয়ুর্বেদৰ জৰিয়তে কোন ৰোগমুক্তি হৈছে, তাৰ দীঘলীয়া তালিকা উপস্থাপিত হ’ব । ভেষজ গছৰ পৰা বৈদিক পাণ্ডুলিপিৰ সংৰক্ষণ, ঔষধ প্ৰস্তুত কৰাৰ পৰা ক্লিনিকেল ট্রায়েলৰ পদ্ধতি সকলোবোৰৰ বিষয়ত তিনিদিনীয়া আলোচনাচক্ৰ চলিব ।

আয়োজক ৱর্ল্ড আয়ুর্বেদ ফাউণ্ডেছশন আৰু আয়ুষ মন্ত্রণালয়ৰ সংগী হ’ব বিশ্ব স্বাস্থ‌্য সংস্থা (হু) । পশ্চিম বংগৰ প্রতিনিধিসকলো উপস্থিত থাকিব । আয়ুষ মন্ত্রণালয় সূত্রে এই তথ্য জানিব পৰা গৈছে ।

এয়া যেন আয়ুর্বেদৰ মহাযজ্ঞ (Ayurveda Congress) । ইপিনে পেনেল ডিছকাছন, আনহাতে শতাধিক গৱেষণাপত্রৰ উপস্থাপন । বিদেশত প্ৰস্তুত আয়ুর্বেদৰ সাফল‌্যকাহিনীও লিখা হ’ব এই কংগ্রেছত ।

আয়ুর্বেদৰ অগ্রগতি আৰু পৰম্পৰাক লৈ চুটি ছবি মহাসন্মিলন অনুষ্ঠিত হ’ব । গোৱাৰ পানজিমত আয়োজিত ৱর্ল্ড আয়ুর্বেদ কংগ্রেছত উপস্থিত থকাৰ সম্ভাৱনা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ।

উপস্থিত থাকিব আয়ুষ মন্ত্রী সর্বানন্দ সোনোৱাল, কেন্দ্রীয় আয়ুষ সচিব বৈদ্য ৰাজেশ কোটেচা, বায়’টেকনোলজি মন্ত্রণালয়ৰ সচিব ডা: ৰাজেশ গোখলে, বিজ্ঞান আৰু প্রযুক্তি মন্ত্রণালয়ৰ সচিব শ্রীভাৰী চন্দ্রশেখৰ, ফার্মাচিউটিকেল মন্ত্রণালয়ৰ সচিব এছ অপর্ণা ।

নীতি আয়োগথ সদস্যসকলো উপস্থিত থাকিব । তদুপৰি আইআইটি দিল্লী, আইআইটি যোধপুৰ, জেএনইউ-ৰ দৰে দেশবৰেণ্য একাধিক প্রতিষ্ঠানৰ বিষয়া, অধ‌্যাপক আৰু বিজ্ঞানীসকলো উপস্থিত থাকিব ।

জয়পুৰৰ নেছনেল ইনষ্টিটিউট অৱ আয়ুর্বেদৰ অধ্যাপক মিতা কোটেচা, দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুর্বেদৰ অধ্যাপক তনুজা নেছাৰি, ডা: ৰাজাগোপালা এছ, বেনাৰছ হিন্দু ইউনিভাৰ্চিটিৰ ডা: অনুৰাগ পাণ্ডে । জামনগৰৰ আইপিজিপিটি-ৰ বিষয়াসকলো থাকিব ।

‘হু’-ৱে পূৰ্বেই আয়ুর্বেদক মান‌্যতা দি দিল্লীত গ্ল’বেল চেন্টাৰ তৈয়াৰ কৰাৰ সেউজ সংকেত দিছে । গোৱাৰ অনুষ্ঠানতো থাকিব হু-ৰ একাধিক প্রতিনিধি ।

নেপাল, শ্রীলংকা, ইন্দোনেছিয়া, মালদ্বীপসহ একাধিক দেশৰ প্রতিনিধিসকলো উপস্থিত থাকিব । লিপিৱদ্ধ হোৱা আয়ুর্বেদ সাফল্যৰ কাহিনীৰ লগতে, শেহতীয়াকৈ উদ্ধাৰ হোৱা আয়ুর্বেদ পাণ্ডুলিপিৰ নমুনাও জনসমক্ষত অনা হ’ব ।

বৈদিক আহাৰ, আয়ুর্বেদে কেনেদৰে অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ কাম কৰিছে, পশু চিকিৎসাত আয়ুর্বেদৰ ব‌্যৱহাৰ-এই সকলোবোৰ বিষয়তো মাৰাথন পর্ব থাকিব ।

লগতে, আয়ুর্বেদৰ ব‌্যৱসায়ৰ সম্ভাৱনাৰ কথাও দাঙি ধৰা হ’ব দেশ-বিদেশৰ আগত । চাৰে চাৰি হেজাৰ অতিথি আৰু প্রায় তিনি লাখ লোকে অংশগ্ৰহণ কৰিব এই কংগ্রেছত ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Ayurveda CongressGoaindia
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: