Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Satra : সত্ৰ অঞ্চলৰ পৰা ঘৰ- সম্পত্তি এৰি যোৱা সকলক প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ

publisher by publisher
December 5, 2022
in Assam, News, Uncategorized
Reading Time: 2 mins read
0
Satra : সত্ৰ অঞ্চলৰ পৰা ঘৰ- সম্পত্তি এৰি যোৱা সকলক প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ
5
SHARES
47
VIEWS
ShareShareShareShare

Satra :

ৰাজ্য চৰকাৰৰ অসম সত্র ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে যোৱা ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰা অন্তৱৰ্তী প্রতিবেদনত নগাঁও জিলাৰ সত্ৰসমূহৰ বেদখলৰ অতি উদ্বেগজনক তথ্য প্রকাশ পাইছে।

ADVERTISEMENT

আয়োগৰ প্ৰতিবেদনত জিলাখনৰ ইতিহাস প্রসিদ্ধ বৰদোৱা থান আৰু অন্যান্য সংযুক্ত সত্ৰ, বৈষ্ণৱী মন্দিৰৰ বাবে কেতবোৰ পৰামৰ্শৱলীও আগবঢ়োৱা হৈছে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

এই সম্পৰ্কীয় নিৰ্দিষ্ট পৰামৰ্শসমূহত কোৱা হয় যে বৰদোৱা থান মানে কেৱল এটা নিৰ্দিষ্ট সীমাৰ ভিতৰৰ ২৮৬ বিঘা ভূমি নহয়।

গুৰু শ্ৰীশ্ৰী শংকৰদেৱৰ স্মৃতি আৰু কাৰ্যকলাপ কেৱল বৰদোৱা নামৰ এটা সীমাবদ্ধ স্থানৰ স’তে নহয়, পূৰ্বৰ ভূঞা ৰাজ্য বা ভূঞা প্ৰাধান্যৰ প্ৰতিটো কোণৰ স’তেও জড়িত আছিল৷

বৰদোৱা থান অঞ্চল বা ২৮৬ বিঘা ভূমি আৱৰি থকা এই মন্দিৰটো আছিল গুৰুজনাৰ জন্মৰ পৰা ৬৭ বছৰ বয়স পাৰ হোৱালৈকে সকলো কাম-কাজৰ কেন্দ্ৰবিন্দু। যিবোৰ আন বিভিন্ন অংশলৈও সম্প্ৰসাৰিত হৈছিল, য’ত বৰ্তমানৰ পাটেকিৰীও আছিল।

মৈৰাবাৰী, হাবি-বৰঙাবাৰী, মায়ং, আঁহতগুৰি, কোবাইকটা, বালিসত্ৰ, কুসুম্বদী, ৰামপুৰ, কুজি, দেৱৰিয়া, জুৰীয়া, ৰঙাদাৰিয়া, গণকবড়ী, ভলুকাগুৰি, শিমলুবাৰী, শিমলুতল, জাজৰি, গোপালঘাট, বঙালবৰী, চাবুকধৰা, গৰমাৰী, ভূবন্ধা, মিকিৰভেটা, কদমগুৰি, অকৰাবড়ী, বাৰপূজীয়া, বৰহগাঁও, বকাৰীগাঁও, কপাহেৰা, ভকতগাঁও, সোণাৰগুৰি, সৰুপুণীয়া, দলংঘাট ইত্যাদি অঞ্চললৈ বিস্তৃত হৈ আছিল।

এই অঞ্চলসমূহৰ অধিকাংশই জলপথৰ জৰিয়তে সংযুক্ত হৈ আছিল। বর্তমান সময়ত শান্তিজান, কুজিবিল,গৰৈমাৰী সংৰক্ষিত বনাঞ্চল, ৰৌমাৰীবিল আৰু লেতেৰী সুঁতি সামৰি লোৱা প্ৰায় ৮,০০০ৰ পৰা ৯,০০০ বিঘা ভূমি সম্পূৰ্ণৰূপে পূর্ববংগ (বর্তমান বাংলাদেশ) মূলৰ অনুপ্ৰৱেশকাৰীৰ বেদখলৰ বলি হৈছে বুলি প্ৰতিবেদনত কোৱা হৈছে।

‘এই প্রাকৃতিক জলভাগ আৰু বনাঞ্চলসমূহ যিয়েই দখল কৰিছে তেওঁলোক বেদখলকাৰী আৰু তেওঁলোকৰ কাৰ্যকলাপ ক্ষতিকাৰক আৰু আমাৰ জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ ধাৰণাৰ বিৰুদ্ধে।

সেয়েহে তেওঁলোকক উচ্ছেদ কৰিব লাগিব।’ এইদৰে প্ৰতিবেদনত উল্লেখ। গুৰুজনাৰ কাম-কাজ আৰু অসমৰ বৈষ্ণৱ পৰম্পৰাৰ স’তে সংযুক্ত বিস্তৃত জলপথ পুনৰ মুকলি কৰাৰ প্ৰয়োজন আৰু ঐতিহাসিক জলভাগসমূহক উপযুক্ত আৰু বহনক্ষম উৎপাদনশীল ব্যৱহাৰত ৰাখিব লাগিব বুলি প্ৰতিবেদনত কোৱা হৈছে।

ইয়াত কোৱা হৈছে যে সত্ৰসমূহৰ ব্যৱহাৰৰ অধীনত থকা অঞ্চলসমূহ পুনৰ তেওঁলোকৰ দখললৈ ঘূৰাই আনিব লাগিব।

প্রতিবেদনত জিলাখনৰ কুসুম্বৰবড়ী সন্দৰ্ভত কোৱা হয় যে দেওৰা বিলৰ পাৰৰ ঐতিহাসিক কুসুম্বৰ বড়ী এটা সময়ত গুৰুজনাৰ পৰিয়ালৰ পিতৃ-মাতৃৰ ঘৰ আছিল য’ত তেওঁৰ পিতৃ কুসুম্বৰ ভূঞা বাস কৰিছিল।

এই ঠাইখন এতিয়া সম্পূৰ্ণৰূপে অন্য ধৰ্মৰ লোকে দখল কৰিছে। কুসুম্বৰ বড়ীৰ বেদখল সম্পূৰ্ণৰূপে আঁতৰাই বৈষ্ণৱী দর্শনার্থীয়ে প্ৰণাম কৰিবলৈ সেই ঠাইতে এটা উপযুক্ত স্মৃতিসৌধ স্থাপন কৰিব পাৰে বুলি পৰামৰ্শ দিয়া হৈছে।

ইপিনে, ধিং শলগুৰি সত্ৰ সন্দৰ্ভত প্রতিবেদনত উল্লেখ আছে এনে ধৰণে, ‘এই গাঁৱৰ পৰা পলায়ন কৰা দুখন গাঁৱৰ লোকসকলক উচ্ছেদিত মাটি আবণ্টন দি পূৰ্বৰ ঘৰলৈ উভতি যাবলৈ উৎসাহিত কৰিব পাৰে, তাৰ পাছত সত্ৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব অর্পণ কৰা হ’ব পাৰে।

তদুপৰি, এখন গাঁৱে নিজৰ সমগ্র মাটি এটা বিশেষ সম্প্ৰদায়ক কি পৰিস্থিতিত বিক্ৰী কৰিবলগীয়া হৈছিল সেই বিষয়ে সোধ-পোছ কৰিবলৈ আৰু লগতে সেই মাটিখিনি ঘূৰাই দিয়াৰ বৈধতা আৰু পৰিসৰ পৰীক্ষা কৰিবলৈও সঠিক তদন্ত আৰম্ভ কৰিব পাৰি।’

ধিঙৰ পাৰ্শ্বৱৰ্তী নৰোৱা বালিসত্ৰৰ সন্দৰ্ভত প্রতিবেদনত উল্লেখ থাকে যে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বালিসত্র কিছামত তিনি নম্বৰ দাগ (চৰা)ৰ অন্তৰ্গত ৫০২ বিঘা ৪ লেচা প্লট সত্ৰৰ স’তে সংযুক্ত আৰু যুগ যুগ ধৰি সত্ৰৰ ব্যৱহাৰত আছিল।

এই প্লটৰ প্ৰায় ৪০০ বিঘা এতিয়া পূৰ্বৰ পূৰ্ববংগ (বাংলাদেশ) মূলৰ লোকে সম্পূর্ণ বেদখল কৰিছে।

যিটো আইনগতভাৱে বৈধ নহয় আৰু সম্পূৰ্ণৰূপে উচ্ছেদ হ’ব পাৰে। সত্ৰৰ তত্বাৱধানত সামূহিক ভূমি হিচাপে ব্যৱহাৰৰ বাবে সেই অঞ্চলটো পুনৰ সত্ৰলৈ ঘূৰাই আনিব পাৰে।

৫০২ বিঘাৰ ভিতৰত প্ৰায় ১০২ বিঘা, ৰাজ্যিক পশুপালন বিভাগক পশু চিকিৎসালয় নিৰ্মাণ আৰু গৰু খাদ্য ইউনিট স্থাপনৰ বাবে আবণ্টন দিয়া হৈছিল৷

অৱশ্যে বিভাগে কোনো কাম আৰম্ভ কৰা নাই। ইপিনে, আলিপুখুৰী (পাটেকিবৰী) সত্ৰ সন্দৰ্ভত প্রতিবেদনত দিয়া পৰামৰ্শ হ’ল — এই ঐতিহাসিক মন্দিৰৰ অতীতৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ এক উপযুক্ত উন্নয়ন পৰিকল্পনা ৰচনা কৰিব লাগিব।

সত্ৰৰ অন্তৰ্গত মুঠ ৭৬ বিঘা তিনি কঠা দুই লেচা মাটিৰ ভিতৰত ৬৫ বিঘাৰো অধিক মাটি অন্য ধৰ্মৰ লোকৰ দ্বাৰা বেদখল হৈছে।

বেদখলৰ কৱলত পৰা ভূমিখিনি উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সত্ৰত পুনৰ ঘূৰাই আনিব পাৰে। অসম ভূমি ধাৰণ আইন, ১৯৫৬ৰ অধীনত সত্ৰৰ অন্তৰ্গত ৪০০ বিঘা পর্যন্ত মাটি অধিগ্ৰহণৰ ৰিপ’ৰ্ট অধিগ্রহণ আৰু আইনৰ প্ৰয়োগৰ বৈধতা আৰু উপযুক্ততা সম্পৰ্কে ৰাজ্য চৰকাৰে বিষয়টোৰ বিশদ তদন্তৰ নিৰ্দেশ দিব পাৰে।

সত্ৰৰ ক্ষেত্ৰত আইন আৰু লগতে অধিগ্ৰহণ কৰা ভূমি কেনেকৈ অন্য ধৰ্মৰ লোকৰ স’তে বসতি স্থাপন কৰা হৈছিল সেয়া চাবলৈ যিটো আইনৰ অধীনত অনুমোদিত নহয় বুলিও প্রতিবেদনত প্রকাশ।

জিলাখনৰ কোবাইকাটা সত্ৰ সন্দৰ্ভত আয়োগৰ পৰামৰ্শ হ’ল,‘আলিপুখুৰীৰ দৰে কোবাইকাটা সত্ৰৰ বাবেও এটা উপযুক্ত মুক্ত পৰিৱেশ সৃষ্টি কৰা দৰ্কাৰ।

কোবাইকটা সত্ৰৰ ৰাইজে জীৱন আৰু সম্পত্তিৰ ভয়ত কুজিবিলৰ দক্ষিণে থকা গাঁওবোৰলৈ প্ৰব্ৰজন কৰে। তেওঁলোকে কোবাইকটাৰ সু-উন্নত আৰু সুন্দৰ ঘৰ-দুৱাৰ আৰু শস্যৰ পথাৰ এৰি থৈ যায়।

যিবোৰ পাছলৈ বাংলাদেশ (পূৰ্বৰ পূব বংগ) মূলৰ প্ৰব্ৰজনকাৰীয়ে বেদখল কৰে। নিজৰ ঘৰ-সম্পত্তি এৰি পলায়ন কৰা লোকসকলক পূৰ্বৰ ঘৰলৈ উভতি যাবলৈ পতিয়ন নিয়াব পাৰি আৰু বেদখলকাৰীক উচ্ছেদ কৰি তেওঁলোকৰ মাটি ঘূৰাই দিব পাৰি৷’ প্রতিবেদনত উল্লেখ থকা মতে, কোবাইকাটা সত্ৰৰ সত্ৰ চৌহদৰ বাহিৰত আৰু ৪৬ বিঘা প্লট আছিল ৷

বৰদোৱা-ধিং-মৰিগাঁও পথৰ কাষেৰে আৰু মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত কুজিবিল কিছামতৰ অংশ। এই সমগ্ৰ প্লটটো বেদখলকাৰীৰ পৰা মুক্ত কৰি সত্ৰত সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰিব পাৰি।

ঐতিহাসিক কুসুম্বৰ বড়ী, যিটো এটা সময়ত গুৰুজনাৰ পৰিয়ালৰ পিতৃ-মাতৃৰ ঘৰ আছিল, য’ত তেওঁৰ পিতৃ কুসুম্বৰ ভূঞা আগতে বাস কৰিছিল, কোবাইকাটাৰ পৰা প্ৰায় দুই-তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত।

কোবাইকাটা আৰু কুসুম্বৰ বড়ী সংযোগী পথটো এতিয়া অস্বস্তিকৰ অৱস্থাত আছে আৰু ইয়াৰ উন্নয়নৰ প্ৰয়োজন আছে। প্রতিবেদনখনত আৰু কয়, ‘সত্ৰৰ দৰেই বাস্তৱতা যে তেওঁলোকৰ এটা সঠিক ৰাজহৰ আৰ্হি থাকিব লাগে, যাতে বিশদ আয়ৰ প্ৰবাহৰ কাম কৰিব পৰা যায়।

সত্ৰ মহাসভা বা মহাপুৰুষীয়া সত্ৰ মহাসভাৰ দৰে এটা প্রতিষ্ঠানে সত্ৰসমূহক এনে কৌশল ৰচনা আৰু কাৰ্যকৰীকৰণত পথ প্ৰদৰ্শন কৰাত আগভাগ লোৱা উচিত। ইয়াৰ বাবে বৰদোৱা থান আৰু অন্যান্য সংযুক্ত সত্ৰসমূহৰ মাজত এক সুকীয়া নেটৱৰ্ক গঢ়ি তুলিব পাৰে।

ৰাজহ আৰ্হিৰ কথা কওঁতে বৈষ্ণৱী পৰম্পৰাৰ পৰা যাতে কোনো ধৰণৰ বিচ্যুতি নহয় আৰু আধ্যাত্মিকতা মূল হৈ থাকিব লাগে। কিন্তু একে সময়তে সমগ্ৰ নেটৱৰ্কৰ বাহিৰত প্ৰতিখন সত্ৰই এটা মূল ক্ষেত্ৰত গুৰুত্ব দিব লাগে আৰু তাৰ বাবে এটা বিশেষ কেন্দ্ৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে৷’

উদাহৰণস্বৰূপে, ধিং-ছালাগুৰি (মুখা আৰু পুথি চিত্ৰ কলা), আলিপুখুৰী-পাটেকিবৰী (সত্ৰীয়া নৃত্য আৰু সংগীত), বালি-সত্ৰ (সত্ৰীয়া পৰম্পৰাৰ কুটিৰ উদ্যোগ) ইত্যাদি ইত্যাদি।

‘ৰাজ্য চৰকাৰে ৰাজ্যিক পর্যটন বিভাগ আৰু নেটৱৰ্কৰ্ত থকা বৰদোৱা আৰু অন্যান্য সত্ৰৰ লগত আলোচনা কৰি নেটৱৰ্কৰ্ত থকা সকলো সত্ৰকে গুৰুজনাৰ স্মৃতিৰ স’তে সংযোগ কৰি সুপৰিকল্পিত আৰু সুবিকশিত ধৰ্মীয় পর্যটন চার্কিট হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰক। যাক আমি ‘শংকৰ পীঠ’ বা ‘গুৰু পীঠ’ বুলি ক’ব পাৰো।’ এইদৰে উল্লেখ প্রতিবেদনত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamHimanta Biswa SarmaSatra
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d