Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Carbon Emission : কার্বন নিঃসৰণত ভাৰতেই বিশ্বৰ গড় হাৰৰ তলত : প্ৰতিবেদনত প্ৰকাশ

publisher by publisher
October 28, 2022
in India, International, News
Reading Time: 1 min read
0
Carbon Emission : কার্বন নিঃসৰণত ভাৰতেই বিশ্বৰ গড় হাৰৰ তলত : প্ৰতিবেদনত প্ৰকাশ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Baloch writer claims independence from Pak: পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ

Israel could attack Iran’s oil production facilities:ইৰানৰ তেল উৎপাদন কেন্দ্রত আক্ৰমণ কৰিব পাৰে ইজৰাইলে

United Nations : যুদ্ধৰ ফলত হোৱা খাদ্য সংকটক লৈ চিন্তিত ভাৰত

Carbon Emission :

ভাৰতৰ প্ৰতিজনৰ হিচাপত কার্বন নিঃসৰণৰ হাৰ বিশ্বৰ গড়ৰ তুলনাত যথেষ্ট তলত । অৱশ্যে কার্বন নিঃসৰণত উল্লেখযোগ্য অন্য দেশসমূহত সেই হাৰ গড়তকৈ অধিক । বৃহস্পতিবাৰে প্রকাশিত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে । গোলকীয় উষ্ণতা নিয়ন্ত্রণ কৰিবলৈ সার্বিক পৰিস্থিতি সম্পৰ্কে বিশেষ আশাৰ ৰেঙনি দেখা নাযায় প্রতিবেদনটোত ।

ADVERTISEMENT

অহা মাহত ইজিপ্তত ৰাষ্ট্ৰসংঘৰ বতৰ পৰিৱর্তন সংক্রান্ত সন্মিলন (চিঅ’পি২৭) অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে ইউনাইটেড নেছনছ এনভায়ৰনমেন্ট প্ৰ’গ্রেম (এইএনইপি) ‘এমিছনছ গেপ ৰিপ’র্ট ২০২২ : দ্য ক্ল’জিং উইণ্ড’ নামে ওই প্রতিবেদন প্রকাশ কৰিছে । প্ৰতিবেদনত দেখা গৈছে, ২০২০ত টন কার্বন-ডাই-অক্সাইড ইকুইভেলেন্ট (টিচিঅ’২ই) গ্রিনহাউছ গেছ নিঃসৰণৰ গড় বিশ্বত য’ত ৬.৩, ভাৰতত সেইটো ২.৪ ।

বতাহত যিমান কার্বন-ডাই-অক্সাইড মিশ্ৰিত হয়, অধিকাংশই আহে চীন, ব্রিটেইন, ভাৰত আৰু ৰাছিয়া— এই চাৰি দেশৰ পৰা । তদুপৰি উল্লেখযোগ্য ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ । এই শতকত বিশ্বৰ তাপমাত্রা বৃদ্ধি ডেৰৰ পৰা দুই ডিগ্রী ছেলচিয়াছৰ ভিতৰত ৰাখিবলৈ কার্বন নিঃসৰণ কমোৱাৰ বিষয়ত দেশসমূহ একমত হৈছিল ২০১৫-ত পেৰিছ সন্মিলনত । কিন্তু প্ৰতিবেদনত প্রকাশ, বর্তমান আন্তর্জাতিক পৰিস্থিতি সেই লক্ষ্যতকৈ বহু দূৰত ।

কোন গেছে বতৰ কিমান উত্তপ্ত কৰে, কার্বন-ডাই-অক্সাইডৰ নিৰিখত এটা এককত গণনা কৰাৰ পদ্ধতি টন কার্বন-ডাই-অক্সাইড ইকুইভেলেন্ট (টিচিঅ’২ই) । প্ৰতিবেদন অনুযায়ী, ২০২০ত পৃথিৱীত প্ৰতিজনৰ হিচাপত গ্রীন হাউছ গেছ নিঃসৰণৰ হাৰ আছিল ৬.৩ টিচিঅ’২ই । গড়ৰ যথেষ্ট ওপৰত আমেৰিকা (১৪ টিসিও২ই), ৰাছিয়া (১৩ টিচিঅ’২ই), চীন (৯.৭ টিসিও২ই) ।

আনকি ব্রাজিল আৰু ইন্দোনেছিয়াও (৭.৫ টিচিঅ’২ই) । ইউৰোপীয় ইউনিয়নৰ দেশসমূহত হাৰ ৭.২ টিচিঅ’২ই । অনুন্নত দেশসমূহতকৈ প্ৰতিজনৰ হিচাপত ২.৩ টিচিঅ’২ই গ্রীন হাউছ গেছ নির্গত হয় । ভাৰতত নিঃসৰণ হয় ২.৪ টিচিঅ’২ই । যি জি২০-ৰ সদস্য দেশসমূহৰ গড়ৰ প্রায় অর্ধেক । ছৌদি আৰৱত হাৰ জি২০-ৰ গড়ৰ দ্বিগুণৰ অধিক ।

প্ৰতিবেদনত দাবী, বিশ্বৰ উষ্ণতা বৃদ্ধি ডেৰ ডিগ্রী ছেলচিয়াছৰ মাজত ধৰি ৰাখিবলৈ ২০৩০ৰ ভিতৰত নিঃসৰণ অন্তত ৪৫ শতাংশ আৰু দুই ডিগ্রী ছেলচিয়াছৰ ভিতৰত ৰাখিবলৈ ৩০ শতাংশ কম কৰিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Carbon dioxideCarbon EmissionUnited Nations
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d