Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sukhwinder Sing Sukhu New Cm Himachal: সুখৱিন্দৰ সিং সুখু হ’ব হিমাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

মুকেশ অগ্নিহোত্ৰী উপ- মুখ্যমন্ত্ৰী,দুয়োৰে নামত মোহৰ মাৰিলে কংগ্ৰেছ হাইকামাণ্ডে,দেওবাৰে ১২ বজাত ল'ব শপত

publisher by publisher
December 10, 2022
in India, News, Politics
Reading Time: 2 mins read
0
Sukhwinder Sing Sukhu New Cm Himachal: সুখৱিন্দৰ সিং সুখু হ’ব হিমাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
1
SHARES
11
VIEWS
ShareShareShareShare

Sukhwinder Sing Sukhu New Cm Himachal:

সকলো জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ হাইকামাণ্ডে আজি সন্ধিয়া হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে ৷সুখৱিন্দৰ সিং সুখু হ’ব হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী। ইতিমধ্যে সুখুৰ নামত মোহৰ মাৰে কংগ্ৰেছ হাইকামাণ্ডে ৷

ADVERTISEMENT

ৰাজ্যখনৰ গুলবাৰ্গত এক আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী ৰাজিৱ শুক্লা আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৷

RelatedPosts

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাদলৈ খহি পৰিল ট্ৰেভেলাৰ, নিহত কেবাজন, আহত বহু

বৰফৰ তলত যুৱকৰ মৃতদেহ, চাৰি দিন ধৰি কাষ এৰি নগ’ল পোষ্য  

হিমাচলত প্ৰচণ্ড তুষাৰপাতৰ ! পৰ্যটকৰ বাবে সতৰ্কতা জাৰি

ইয়াৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে সুখৱিন্দৰ সিং সুখু নতুন মুখ্যমন্ত্ৰী ৰূপে নিয়োজিত হোৱাটো নিশ্চিত হৈ পৰে ৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে সন্ধিয়া আন এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় কংগ্ৰেছ পৰ্যবেক্ষক ৰাজিৱ শুক্লাই৷ এই বৈঠকতে পাহাৰীয়া ৰাজ্যখনৰ নতুন উপ- মুখ্যমন্ত্ৰী হিচাপে মুকেশ অগ্নিহোত্ৰীৰ নাম অনুমোদন জনায় ৷

উল্লেখ্য যে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত কংগ্ৰেছ বিজয়ী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পদৰ বাবে সৃষ্টি হৈছে জল্পনা কল্পনাৰ।

হিমাচল প্ৰদেশত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত আগশাৰীত থকা নাম কেইটা আছিল প্ৰতিভা সিং, সুখৱিন্দৰ সিং সুখু, মুকেশ অগ্নিহোত্ৰী, ঠাকুৰ কৌল সিং, আৰু আশা কুমাৰী।

উল্লেখযোগ্য প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং লোকসভা সমষ্টিৰ সাংসদ আৰু তেওঁ এই পদৰ বাবে অন্যতম দাবীদাৰ।

আনকি সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ মহলে বীৰভদ্ৰ সিঙৰ উত্তৰাধিকাৰী হিচাপে প্ৰতিভা সিঙকেই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ পদৰ প্ৰচুৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰচাৰ কৰিছিল।

কিন্ত প্ৰতিভা সিংক আশাহত কৰি অৱশেষত সুখৱিন্দৰ সিং সুখুৰ নাম মুখ্যমন্ত্ৰী ৰূপে হাইকামাণ্ডে অনুমোদন জনোৱাত প্ৰতিভা সিং ক্ষুন্ন হৈ পৰাৰ সম্ভাৱনা আছে ৷

আনহাতে দলে প্ৰতিভা সিংৰ ক্ষোভ প্ৰশমিত কৰিবৰ বাবে তেওঁৰ বিধায়ক পুত্ৰ আদিত্য সিংক সুখু কেবিনেটত গুৰু দায়িত্ব দিয়াৰ কথা চিন্তাচৰ্চা কৰিছে ৷

হিমাচলৰ নতুন মুখ্যমন্ত্ৰী ৰূপে সুখৱিন্দৰ সিং সুখুৰ নাম ঘোষণা কৰাৰ পিচতে সুখুৱে সংবাদ মাধ্যমক কয়, ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ পথাৰত খোজ দি আজি এই অৱস্থালৈ উন্নীত হৈ ভাল লাগিছে ৷

কংগ্ৰেছ দলে মোক যি দায়িত্ব অৰ্পণ কৰিছে তাক মই নিষ্ঠা সহকাৰে কৰিম৷ নতুন উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰী আৰু মই ঐক্যতাৰে হিমাচলক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰিম বুলি উল্লেখ কৰে সুখুৱে ৷

স্মতৰ্ৱ্য যে দেওবাৰে দিনৰ ১১বজাত পাহাৰীয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু উপ- মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সুখৱিন্দৰ সিং সুখু আৰু মুকেশ অগ্নিহোত্ৰী সহ মন্ত্ৰী সকলে ৷

শপত গ্ৰহণ অনুষ্ঠানত ছোনীয়া তনয় ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himachal PradeshNew Cm Sukhwinder Sing SudkhuNew Congress GovtNew Dcm Mukesh Agnihotiri
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d