Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Achieve Award:সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি কোভিন্দ

মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ

publisher by publisher
December 19, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Achieve Award:সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি কোভিন্দ
1
SHARES
9
VIEWS
ShareShareShareShare

Achieve Award:

অসমৰ সংৱাদজগতৰ চিনাকী মুখ’সাদিন-প্ৰতিদিন’ গোষ্ঠীয়ে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা “সাদিন প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২২” প্ৰদান অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৷

ADVERTISEMENT

WhatsApp Image 2022 12 19 at 19.32.29মহানগৰীৰ পাশ্বৱৰ্তী ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড ট্ৰেকনলজি মেঘালয়ৰ সভাগৃহত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ ভাষণত কয়, এই অনুষ্ঠানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই মোক আমন্ত্রণ জনাইছিল।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

আমন্ত্রণ লাভ কৰাৰ পিছতেই মই অনুষ্ঠানৰ প্রতি সহাঁৰি আগবঢ়াও। কাৰণ অসমৰ সৈতে মোৰ এক মধুৰ সম্পৰ্ক আছে।

অসমক তেওঁৰ দ্বিতীয়খন ঘৰ বুলি উল্লেখ কৰি ৰামনাথ কোবিন্দে কয়, অসম মোৰ বাবে দ্বিতীয়খন ঘৰ। অসমবাসীৰ মৰম সদায় মোৰ হৃদয়ত থাকিব। অতিথিপৰায়ণতা অসমবাসীৰ পৰা শিকিবলগীয়া।

অসমৰ প্রাকৃতিক সৌন্দৰ্যই মোক আপ্লুত কৰে। অসমত প্রাকৃতিক সৌন্দৰ্য আছে, সৌভাগ্য আছে। ভাষণত তেওঁ বঁটা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জনাই কয়, বঁটা প্ৰাপক প্ৰতিগৰাকী ৰাষ্ট্রনিৰ্মাতা।

WhatsApp Image 2022 12 19 at 19.32.28 1ভাৰত ৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত আওঁৰাই ভাষণৰ মাজতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱকো স্মৰণ কৰে।

আনহাতে অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ লৈ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ হিচাপে পৰিগণিত হৈ পৰা সাদিন -প্ৰতিদিন গোষ্ঠীয়ে বিগত ৮ বছৰ ধৰি প্ৰতি বছৰে সমাজ, সংস্কৃতি, শিল্প, সাহিত্য, ক্ৰীড়া, পৰিৱেশকে ধৰি বিভিন্ন শিতানলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা “এচিভাৰ্ছ এৱাৰ্ড” বঁটাপ্ৰাপ্ত প্ৰতিজন ব্যক্তিলৈ শুভকামনা যঁচাৰ লগতে প্ৰায় ৮০ দশকৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে অসমীয়া সমাজ জীৱনৰ অভিন্ন অংগ হৈ পৰা “সাদিন-প্ৰতিদিন” গোষ্ঠীৰ অনাগত দিনত উত্তৰণৰ দিশে গতি কৰিব বুলি উল্লেখ কৰে ৷

এই অনুষ্ঠানতে বিশিষ্ট নাট পৰিচালক ,আজীৱন নাট্যকৰ্মীলৈ দুলাল ৰয়ক জীৱনযোৰা সাধনা এচিভাৰ এৱাৰ্ডছ-২০২২ প্ৰদান কৰা হয় ৷ বঁটাটি নাট্যকৰ্মী হাতত তুলি দিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু সাদিন গোষ্ঠীৰ মুৰব্বী জয়ন্ত বৰুৱাই ৷

আনহাতে “সাদিন-প্ৰতিদিন” গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰাণ পাই উঠা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ “হেমকোষ” দৃষ্টিহীনসকলৰ সুবিধাৰ্থে ব্ৰেইল সংস্কৰণত মুদ্ৰিত আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Achieve AwardAsomiya PratidinCm Himanta Biswa SarmaEx.President Of IndiaRamnath KovindSadinUSTM
publisher

publisher

Related Posts

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d