Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ashok Singhal : মহানগৰীৰ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ লগতে কাহিলীপাৰাত পদপথৰ নলা নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

publisher by publisher
December 19, 2022
in News, Assam
Reading Time: 2 mins read
0
Ashok Singhal : মহানগৰীৰ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ লগতে কাহিলীপাৰাত পদপথৰ নলা নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Ashok Singhal :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালক লগত লৈ গুৱাহাটী মহানগৰীৰ বৰাগাঁও আৰু কাহিলীপাৰাত গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানে থকা আৰু প্ৰস্তাৱিত আৱৰ্জনা ব্যৱস্থাপনা স্থলী (ডাম্পিং গ্ৰাউণ্ড) পৰিদৰ্শন কৰাৰ লগতে কাহিলীপাৰা এলেকাৰ পথৰ কাষৰ নিৰ্মিয়মাণ পদপথ আৰু নলাৰ কাম-কাজো আকস্মিকভাৱে পৰিদৰ্শন কৰে৷

ADVERTISEMENT

0518ff14 abde 4579 a14b 14a27f58faaa 1অঞ্চলটোৰ কে’বাটাও স্থানৰ পদপথত পদব্ৰজে ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে নলা-নৰ্দমা নিৰ্মাণৰ কাম খৰতকীয়া কৰা, কামত গুণগত মান অটুট ৰখা তথা সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উন্মুক্ত মেলহ’লসমূহ যথাসম্ভৱ সোনকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

03d838e5 93e5 480c 8cf1 b073de3eb790ইয়াৰ পূৰ্বে মন্ত্ৰী সিংহলে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত বিষয়া আৰু অভিযন্তাসকলৰ স’তে এখনি পৰিচয়মূলক বৈঠকত অংশগ্ৰহণ কৰে৷

বৈঠকত নিগমত নতুনকৈ নিযুক্ত অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ লগতে লোক নিৰ্মাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ পৰা ডেপুটেশ্যনত অনা সহকাৰী অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলো উপস্থিত থাকে৷

1c31f846 71bd 4a5e 924e 57418c1694baতদুপৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ বানমুক্তকৰণৰ কাম-কাজ নিৰীক্ষণৰ বাবে অতিৰিক্তভাৱে দায়িত্ব অৰ্পণ কৰা জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল ক্ৰমে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ সিং, কৰ্মচাৰী বিভাগৰ সচিব ঘনশ্যাম দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী আদিও আজিৰ বৈঠকত উপস্থিত থাকে৷

বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত বিষয়াসকলক প্ৰতিদিনাই নিজৰ দায়িত্বপ্ৰাপ্ত এলেকাসমূহ ভ্ৰমণ কৰি কাম-কাজৰ নিৰন্তৰ তদাৰকীৰ বাবে নিৰ্দেশ দিয়ে৷

তেওঁ কয় যে গুৱাহাটী মহানগৰীক বানমুক্ত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আৰু এতিয়াৰেপৰা নিয়মীয়াকৈ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ অবিহনে এই সমস্যা সমাধানৰ গত্যন্তৰ নাই৷

ভৰলু, বাহিনীকে ধৰি মহানগৰীৰ প্ৰধান নলাসমূহৰ পৰা নিয়মীয়াকৈ আৱৰ্জনা, গেদ আদি উঠোৱাৰ লগতে এই বোকাসমূহ উপযুক্ত ৰূপত স্থানান্তৰৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে৷ নলাৰ পৰা উঠোৱা বোকাসমূহৰ সঠিক ওজন কৰাৰ বাবে এক বিজ্ঞানসন্মত পদ্ধতি উদ্ভাৱনৰ বাবেও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত মন্ত্ৰী সিংহলে নৱনিযুক্ত বিষয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব ভগাই দিয়াৰ লগতে কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ নিয়মীয়াকৈ তেওঁক অৱগত কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashok SinghalAssamGuwahatiKahilipara
publisher

publisher

Related Posts

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

May 10, 2025
BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ
India

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

May 10, 2025
যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d