Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ashok Singhal : মহানগৰীৰ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ লগতে কাহিলীপাৰাত পদপথৰ নলা নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

publisher by publisher
December 19, 2022
in Assam, News
Reading Time: 2 mins read
0
Ashok Singhal : মহানগৰীৰ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ লগতে কাহিলীপাৰাত পদপথৰ নলা নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Ashok Singhal :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালক লগত লৈ গুৱাহাটী মহানগৰীৰ বৰাগাঁও আৰু কাহিলীপাৰাত গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানে থকা আৰু প্ৰস্তাৱিত আৱৰ্জনা ব্যৱস্থাপনা স্থলী (ডাম্পিং গ্ৰাউণ্ড) পৰিদৰ্শন কৰাৰ লগতে কাহিলীপাৰা এলেকাৰ পথৰ কাষৰ নিৰ্মিয়মাণ পদপথ আৰু নলাৰ কাম-কাজো আকস্মিকভাৱে পৰিদৰ্শন কৰে৷

ADVERTISEMENT

অঞ্চলটোৰ কে’বাটাও স্থানৰ পদপথত পদব্ৰজে ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে নলা-নৰ্দমা নিৰ্মাণৰ কাম খৰতকীয়া কৰা, কামত গুণগত মান অটুট ৰখা তথা সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উন্মুক্ত মেলহ’লসমূহ যথাসম্ভৱ সোনকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷

ইয়াৰ পূৰ্বে মন্ত্ৰী সিংহলে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত বিষয়া আৰু অভিযন্তাসকলৰ স’তে এখনি পৰিচয়মূলক বৈঠকত অংশগ্ৰহণ কৰে৷

বৈঠকত নিগমত নতুনকৈ নিযুক্ত অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ লগতে লোক নিৰ্মাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ পৰা ডেপুটেশ্যনত অনা সহকাৰী অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলো উপস্থিত থাকে৷

তদুপৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ বানমুক্তকৰণৰ কাম-কাজ নিৰীক্ষণৰ বাবে অতিৰিক্তভাৱে দায়িত্ব অৰ্পণ কৰা জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল ক্ৰমে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ সিং, কৰ্মচাৰী বিভাগৰ সচিব ঘনশ্যাম দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী আদিও আজিৰ বৈঠকত উপস্থিত থাকে৷

বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত বিষয়াসকলক প্ৰতিদিনাই নিজৰ দায়িত্বপ্ৰাপ্ত এলেকাসমূহ ভ্ৰমণ কৰি কাম-কাজৰ নিৰন্তৰ তদাৰকীৰ বাবে নিৰ্দেশ দিয়ে৷

তেওঁ কয় যে গুৱাহাটী মহানগৰীক বানমুক্ত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আৰু এতিয়াৰেপৰা নিয়মীয়াকৈ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ অবিহনে এই সমস্যা সমাধানৰ গত্যন্তৰ নাই৷

ভৰলু, বাহিনীকে ধৰি মহানগৰীৰ প্ৰধান নলাসমূহৰ পৰা নিয়মীয়াকৈ আৱৰ্জনা, গেদ আদি উঠোৱাৰ লগতে এই বোকাসমূহ উপযুক্ত ৰূপত স্থানান্তৰৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে৷ নলাৰ পৰা উঠোৱা বোকাসমূহৰ সঠিক ওজন কৰাৰ বাবে এক বিজ্ঞানসন্মত পদ্ধতি উদ্ভাৱনৰ বাবেও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত মন্ত্ৰী সিংহলে নৱনিযুক্ত বিষয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব ভগাই দিয়াৰ লগতে কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ নিয়মীয়াকৈ তেওঁক অৱগত কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SinghalAssamGuwahatiKahilipara
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d