Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Pollution : শ্বাসৰুদ্ধ দিল্লীত প্ৰথামিক বিদ্যালয় বন্ধ থাকিব শনিবাৰৰ পৰা

‘ভয়াৱহ’ প্ৰদূষণত সিদ্ধান্ত চৰকাৰৰ

publisher by publisher
November 4, 2022
in India, News
Reading Time: 1 min read
0
Delhi Pollution : শ্বাসৰুদ্ধ দিল্লীত প্ৰথামিক বিদ্যালয় বন্ধ থাকিব শনিবাৰৰ পৰা
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Delhi Pollution :

দিল্লীত প্ৰাথমিক বিদ্যালয় বন্ধ । সম্প্ৰতি শিশুসকলক ঘৰতে থকাৰ পৰামর্শ দি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কয়, দিল্লীৰ বায়ু শ্বাস লোৱাৰ উপযুক্ত হ’লে প্রাথমিক বিদ্যালয়সমূহ মুকলি কৰা হ’ব । ইয়াৰ উপৰি উচ্চ প্রাথমিক বিদ্যালয় অব্যাহত থাকিলেও, ছাত্র-ছাত্রীসকলক বিদ্যালয়ৰ মুকলি প্ৰাংগনত থকা নিষেধ কৰিছে দিল্লী প্রশাসনে ।

ADVERTISEMENT

দিল্লীত সম্প্ৰতি ২৭৫৫ খন প্রাথমিক বিদ্যালয় আছে । উচ্চ প্রাথমিক বিদ্যালয় আছে ৯৩৯ খন । তদুপৰি ৩৭৭ খন মাধ্যমিক স্তৰৰ আৰু ১৬৮৪ খন উচ্চ মাধ্যমিক বিদ্যালয় মিলাই মুঠ ৫৭৫৫ খন বিদ্যালয় আছে দিল্লীত ।

ইয়াৰে শনিবাৰে অর্থাৎ পাঁচ নৱেম্বৰৰ পৰাই বন্ধ হ’ব ২৭৫৫ খন বিদ্যালয় । শুকুৰবাৰে এই ঘোষণা কৰি দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে জনায়, সম্প্ৰতি উচ্চ প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহ বন্ধ কৰা নাই ।

অৱশ্যে লগতে তেওঁ কয়, এই বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে যেন বিদ্যালয়ৰ বাহিৰত মুকলি প্ৰাংগনত সময় নকটায় । লগতে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাজপথত যোৰ-বিযোৰ নিয়মো নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে প্ৰদূষণ মোকাবিলাত গাড়ীৰ নম্বৰ প্লেটৰ সংখ্যাৰ ভিত্তিত যোৰ-বিযোৰ প্রকল্প আৰম্ভ কৰিছিল দিল্লী চৰকাৰে । এই প্রক্রিয়াত কিছু পৰিমাণে হ’লেও প্ৰদূষণ হ্ৰাস কৰাত সফল হৈছিল দিল্লী । সাম্প্রতিক প্ৰদূষণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেয়ে পুৰণি নীতি অৱলম্বন কৰিব বিচাৰিছে দিল্লী চৰকাৰে।

বৃহস্পতিবাৰে দিল্লী-এনচিআৰ-ত বায়ুৰ গুণমান শোচনীয় হোৱাৰ পৰিপ্রেক্ষিতত চাৰি স্তৰীয় ‘একছন প্লেন’ বাস্তৱায়নৰ সিদ্ধান্ত লৈছে ‘দ্য কমিছন অৱ এয়াৰ কোৱালিটি মেনেজমেন্ট’এ ।

সেই পৰিকল্পনা অনুযায়ী, দিল্লী-এনচিআৰ-ত নিষিদ্ধ কৰা হৈছে পুৰণি ইঞ্জিনৰ ডিজেল গাড়ীৰ ব্যৱহাৰ । কেৱল মাত্র বিএছ-৬ ইঞ্জিনযুক্ত আৰু জৰুৰী সেৱাত থকা যানবাহনে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব ।

প্রশাসনৰ তৰফৰ পৰা বৈদ্যুতিক আৰু চিএনজি চালিত ট্রাকৰ উপৰি অন্য ট্রাক দিল্লীত প্রৱেশ কৰাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । অৱশ্যে এই নিয়মৰ পৰা ৰেহাই দিয়া হ’ব ঔষধৰ দৰে অত্যাৱশ্যকীয় পণ্য বহনকাৰী ট্রাকসমূহক ।

দিল্লী-এনচিআৰ হাইৱে, উড়ালপুল, অ’ভাৰব্রিজ, পাইপলাইন নির্মাণ আৰু ধ্বংসৰ কামো সম্প্ৰতি স্থগিত ৰখা হ’ব । লগতে বিশুদ্ধ ইন্ধনত কাম নকৰা কলকাৰখানাসমূহকো কাম বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে । কেৱল মাত্র গাখীৰ বা দুগ্ধজাত দ্রব্যৰ উদ্যোগ আৰু জীৱনদায়ী চিকিৎসা সৰঞ্জাম প্রস্তুতকাৰক কাৰখানাসমূহ এই বিধিনিষেধৰ পৰা ৰেহাই পাব ।

দিল্লীত এদিনৰ ব্যৱধানত যোৰ-বিযোৰ নম্বৰ প্লেটযুক্ত গাড়ী পথত ওলোৱাৰ যি নিয়ম আৰম্ভ হৈছিল সেয়া অধিক কঠোৰভাৱে মানি চলাৰ নির্দেশ দিয়া হৈছে । অৱশ্যে বিদ্যালয় বন্ধ থাকিলেও অনলাইন পঠদান অব্যাহত থাকিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalDELHIPollutionSchool Closed
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d