Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar Stadium : সফল প্ৰতিযোগিতা উপহাৰ দিলেও লাভৱান নহ’ব পৰ্যটন

খালি হৈ পৰিল হোটেল

publisher by publisher
December 19, 2022
in News, International
Reading Time: 2 mins read
0
Qatar Stadium : সফল প্ৰতিযোগিতা উপহাৰ দিলেও লাভৱান নহ’ব পৰ্যটন
1
SHARES
12
VIEWS
ShareShareShareShare

Qatar Stadium :

সুদীৰ্ঘ ১২ বছৰৰ পূর্বে বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰিছিল কাটাৰে। ২০১০ত ফিফাই যেতিয়া কাটাৰক বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদান কৰিছিল, তেতিয়া বহুতেই ইয়াৰ সফলতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল।

ADVERTISEMENT

world cup stadiumইয়াৰ প্ৰধান কাৰণ হৈছে দেশখনত ফুটবলৰ কম জনপ্ৰিয়তা আৰু প্ৰচণ্ড উত্তাপ তথা কঠোৰ ৰক্ষণশীলতা। অৱশ্যে পৰৱৰ্তী ১২টা বছৰত প্রায় তিনিশ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় আৰু এলানি বিতর্ক সত্ত্বেও ক্ষুদ্র উপসাগৰীয় দেশখনে উপভোগ্য বিশ্বকাপৰ লগতে বাণিজ্যিক দিশৰ পৰাও অত্যন্ত সফল প্রতিযোগিতা উপহাৰ দিলে।

RelatedPosts

Great Footballer Pele Passes Away : বৰ্ষৰ শেষত দু:খবৰ : ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শতিকাৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ :

FIFA World Cup 2022 : বিশ্বকাপ ট্রফি লৈ দেশত উভতিল মেছিৰ দল, পুৱাই উত্তাল আর্জেন্টিনা, প্রকাশ্যত ভিডিঅ’

FIFA World Cup : ব্ৰাছেলছত আৰক্ষীৰ স’তে মৰক্কোৰ অনুৰাগীৰ সংঘৰ্ষ

এই বিশ্বকাপৰ সফলতাৰ কথা ফিফায়ো স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। কঠোৰ ৰক্ষণশীলতা সত্ত্বেও প্রতিযোগিতা চলাকালীন বিশেষ বিতৰ্কৰ সূত্ৰপাত নহ’ল।

ইয়াৰ বাবে কাটাৰে কৃতিত্ব লাভ কৰিলেও বিশ্বকাপৰ অন্তত দেশখনে স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত এক কঠিন বাস্তৱৰ সন্মুখীন হ’ব লাগিব।

fifa imagesবিগত প্রায় এটা মাহত কাটাৰৰ ৰাজধানী ড’হাত সাত লাখৰ অধিক ফুটবল অনুৰাগীয়ে ভিৰ কৰি আছিল। এই অনুৰাগীসকল ঘৰলৈ উভতি যোৱাৰ লগে লগে ড’হা খালী হৈ পৰিব।

সমর্থকসকলে ইতিমধ্যে নিজগৃহলৈ উভতি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজত আছে বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী শ্রমিকো। এনে পৰিস্থিতিত বহু বিল্ডিং অর্ধনির্মিত হৈ থকাৰ আশংকা কৰিলে ৰিয়েল এষ্টেট কোম্পানীসমূহে।

সেইদৰে হোটেলসমূহৰ কোঠাবোৰ ক্ৰমান্বয়ে খালী হৈ পৰাৰ সমান্তৰালকৈ বিশ্বকাপৰ খেল অনুষ্ঠিত হোৱা ছখন ষ্টেডিয়ামৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিছে।

বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰত কাটাৰৰ এক বিশেষ দীর্ঘকালীন পৰিকল্পনাও আছিল। নিজৰ ভাবমূর্তি আধুনিকীকৰণৰ সমান্তৰাললৈ ডুবাইৰ লেখীয়াকৈ পৰ্যটন আৰু বাণিজ্যৰ কেন্দ্ৰত পৰিণত হোৱাৰ লক্ষ্য বান্ধি লৈছিল কাটাৰে।

সচৰাচৰ বৃহৎ ক্রীড়া প্রতিযোগিতা আয়োজনৰ জৰিয়তেই বহু চহৰৰ বিকাশৰ বাট মুকলি হয়। অৱশ্যে ব্ৰিটেইনৰ ছাৰে বিশ্ববিদ্যালয়ৰ এক গৱেষণাই দাবী কৰিছে যে এনে বৃহৎ প্রতিযোগিতা আয়োজনৰ পৰা আর্থিকভাৱে লাভান্বিত হোৱা কথাটো আচলতে এক ভ্রান্ত ধাৰণা৷

প্ৰতিযোগিতা সমাপ্ত হোৱাৰ তাৎক্ষণিক পাছতে আয়োজক দেশ বা চহৰখনে আর্থিকভাৱে উন্নতি কৰাৰ কোনো প্রামাণিক তথ্য নাই। কাটাৰো ইয়াৰ ব্যতিক্রম হোৱা নাই।

আনকি বিশ্বকাপ সমাপ্ত হোৱাৰ পূৰ্বেই বহু বিল্ডিং তথা আবাসিক জিলা শূন্য হৈ পৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দুটা সপ্তাহত প্রায় সাত লাখ ৫০ হেজাৰ ফুটবল অনুৰাগী কাটাৰত উপস্থিত হোৱা বুলি আয়োজকে দাবী কৰিছিল।

কাটাৰ চৰকাৰেও দাবী কৰিছিল যে সফল বিশ্বকাপ আয়োজন কৰাত ব্যৰ্থ হ’ব বুলি দাবী কৰা সমালোচক মুখ তেওঁলোকে বন্ধ কৰিবলৈ সক্ষম হৈছে।একেখন চহৰতে বিশ্বকাপৰ খেলসমূহ আয়োজন কৰাৰ বাবে বিভিন্ন দেশৰ সমৰ্থকে একে ঠাইতে ভিৰ কৰি নিজৰ সংস্কৃতি পৰস্পৰৰ মাজত বিলাই দিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে বহুজনেই প্ৰশংসা কৰিছে।

তথাপি কাটাৰখন পৰ্যটকৰ বাবে আগন্তুক দিনতো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব নে নাই, সেয়া এতিয়াও অনিশ্চিত। আজি বিশ্বকাপৰ ফাইনেলিষ্ট দল দুটা আৰু তেওঁলোকৰ সমৰ্থকসকলে কাটাৰৰ পৰা বিদায় লোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ দৃষ্টি আন ক’ৰবাত নিবদ্ধ হ’ব।

তাৰ পাছত কিন্তু কাটাৰৰ প্ৰতি পুনৰ আকৰ্ষণ জন্মিব পৰাকৈ একো নাথাকিল দেশখনত। ফুটবল বিশ্বকাপ কোনো এখন দেশক আয়োজনৰ দায়িত্ব দিয়াৰ পাছত দীৰ্ঘদিনৰ পৰা সেই দেশখনে আন্তঃগাঁথনিত মনোনিবেশ কৰে।

অধিকাংশ ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ কৰা হয়, যাতে প্রতিযোগিতাৰ অন্তত নিজৰ দেশৰ ক্ৰীড়াই ইয়াৰ পৰা লাভৱান হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ ষ্টেডিয়াম বা অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়।

অথচ কাটাৰ এই ক্ষেত্ৰত ব্যতিক্রম। ফুটবলৰ প্ৰতি সাধাৰণ মানুহৰ আকৰ্ষণ থাকিলেও দেশখনত এই খেলৰ ভেটি বৰ সবল নহয়। ফলত দেশখনত উন্নত মানৰ তথা প্ৰতিযোগিতামূলক ফুটবল লীগৰ অভাৱ আছে।

এই অভাৱৰ বাবেই আগন্তুক দিনত ড’হাৰ এই ষ্টেডিয়ামসমূহৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। এতিয়া এই ষ্টেডিয়ামসমূহ হয় ভাঙি পেলোৱা হ’ব বা আন কোনো অনুষ্ঠানলৈ পৰিৱৰ্তিত কৰা হ’ব।

ষ্টেডিয়াম ৯৭৪ নামৰ ষ্টেডিয়ামখন জাহাজ ৰখা কণ্টেইনাৰ ভাঙি নিৰ্মাণ কৰা হৈছিল, তাকো অস্থায়ীভাৱে। এটা ফেশ্বন শ্ব’ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজিত হোৱাৰ পাছতে ষ্টেডিয়ামখন ভাঙি পেলোৱা হ’ব। আন ষ্টেডিয়ামসমূহ হোটেল বা শ্বপিং মললৈ পৰিৱৰ্তিত কৰা হ’ব বা স্থানীয় ফুটবল দলসমূহে খেলিব পৰাকৈ ইয়াৰ আকাৰ সৰু কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FIFA World CupQatar stadium
publisher

publisher

Related Posts

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d