Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Green Coriander Storing Tips : চিঙি অনা ধনীয়া পাত সজীৱ কৰি ৰখাৰ ঘৰুৱা টিপছৰ বিষয়ে জানিবলৈ পঢ়ক –

publisher by publisher
December 15, 2022
in Lifestyle
Reading Time: 1 min read
0
Green Coriander Storing Tips : চিঙি অনা ধনীয়া পাত সজীৱ কৰি ৰখাৰ ঘৰুৱা টিপছৰ বিষয়ে জানিবলৈ পঢ়ক –
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

জিমলৈ যাওক, কিন্তু সাৱধান…

Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

Weight Loss Tips : দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

Green Coriander Storing Tips :

আলু পিটিকা, বেঙেনা পিটিকা , বিভিন্ন ৰন্ধন আদিত ধনীয়া পাতে অনন্য স্বাদ বৃদ্ধি কৰে । কিন্তু এই ধনীয়া পাত আমি বেছি দিনলৈ সজীৱ কৰি ৰাখিব নোৱাৰো । বিশেষকৈ বজাৰৰ পৰা কিনি অনা ধনীয়া পাত এদিনলৈও সজীৱ কৰি ৰাখিবলৈ আমাৰ অসুবিধা হয় । তেনেক্ষেত্ৰত আমি অতি সহজ উপায়েৰে ধনীয়া পাত কিছুদিনলৈ সজীৱ কৰি ৰাখিব পাৰো ।

ADVERTISEMENT

প্লাষ্টিক বেগ ব্যৱহাৰ কৰক : শীত কালত ধনীয়া পাত সংৰক্ষণ কৰি ৰাখিবলৈ আমি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিব পাৰো । প্ৰথমতে আমি ধনীয়া পাতখিনি ধুই এখন টিচ্যু পেপাৰেৰে লাগি থকা পানীখিনি শুকুৱাই এটা প্লাষ্টিকৰ বেগত ভৰাই থলে, অন্তত দুই সপ্তাহ পৰ্যন্ত ভাল হৈ থাকে ।

পানীত ৰাখক : ধনীয়া পাত সংৰক্ষণ কৰিবলৈ আমি পানীও ব্যৱহাৰ কৰিব পাৰো । তাৰকাৰণে আমি এগিলাচ পানীত ধনীয়া পাতখিনি ডুবাই ৰাখিলে এসপ্তাহলৈ সংৰক্ষণ কৰি ৰাখিব পাৰো ।

ফ্ৰিজত ৰাখক : শীত কালত ধনীয়া পাত ফ্ৰিজত ৰাখিলেও সজীৱ হৈ থাকে । তাৰকাৰণে প্ৰথমতে আমি ধনীয়া পাতখিনি ধুই শুকুৱাই এদিন সাধাৰণ উত্তাপত ৰাখি পিছদিনা পুৱা এটা বায়ু সোমাব নোৱাৰা টেমাত ভৰাই ৰাখি থলে বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰো ।

এখন পাতল কপাহী কাপোৰেৰে ঢাকি ৰাখক : এখন পাতল কাপোৰেৰে ঢাকি ৰাখিলেও ধনীয়া পাত বহুদিনলৈ ভাল হৈ থাকে । তাৰবাবে প্ৰথমতে ধনীয়া পাতখিনি ধুই ভালদৰে পানী শুকালে এখন পাতল কাপোৰেৰে ঢাকি থৈ দিলেও ২০-২৫ দিন পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি ।

টিচ্যু পেপাৰ ব্যৱহাৰ কৰক : শীতত ধনীয়া পাত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ টিচ্যু পেপাৰ ব্যৱহাৰ কৰিব পাৰি । তাৰবাবে ধনীয়া পাতখিনি ধুই টিচ্যু পেপাৰেৰে মেৰিয়াই এটা বায়ু সোমাব নোৱাৰা টেমাত ভৰাই থলেও বহু দিনলৈ সজীৱ হৈ থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: coriander leavesstoringTips
publisher

publisher

Related Posts

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d