Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News International

Guinness World Records : একেলগে নটা সন্তান জন্ম দি ১৯ মাহৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল মহিলা

publisher by publisher
December 20, 2022
in News, International
Reading Time: 2 mins read
0
Guinness World Records : একেলগে নটা সন্তান জন্ম দি ১৯ মাহৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল মহিলা
1
SHARES
11
VIEWS
ShareShareShareShare

Guinness World Records :

একেলগে সর্বাধিক সংখ্যক সন্তান জন্ম দি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিলে মালিৰ এগৰাকী মহিলাই। একেলগে নটা সন্তান জন্ম দিলে মহিলাই।

ADVERTISEMENT

চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ন’নুপ্লেট। কিন্তু ইমানদিনে এই ন’নুপ্লেট কেৱল চিকিৎসা বিজ্ঞানৰ গ্ৰন্থতে আৱদ্ধ আছিল।

RelatedPosts

FIFA World Cup 2022 : ফিফা বিশ্বকাপত মৰক্কোৰ জয়ৰ পাছত বেলজিয়ামত বিক্ষোভ, আটক একাধিক সমৰ্থক

২০ বছৰে হেলমেট পিন্ধি আছে যুৱতীয়ে

প্ৰথমবাৰৰ বাবে ২০২১ বৰ্ষত সকলোকে অবাক কৰি মালি নিবাসী এগৰাকী মহিলাই একেলগে প্ৰসৱ কৰিলে নটা সন্তান। হালিমা ছিচে নামৰ মহিলাই এই অভিলেখ ৰচনা কৰিলে।

all getting well joy look 688622948মাত্র ২৫ সপ্তাহৰ গৰ্ভধাৰণৰ পাছতে হালিমাৰ শৰীৰ অসুস্থ হৈছিল। হাস্পতালত দীর্ঘদিন থকাৰ পাছত চিকিৎসাক হালিমাৰ অস্ত্ৰোপচাৰ কৰি নটাকৈ সন্তান জন্ম দিয়ালে।

৩৫ জন চিকিৎসকে হালিমাৰ অস্ত্রোপচাৰ কৰিছিল। হালিমাই একেলগে পাঁচ কন্যা আৰু চাৰিটা পুত্র সন্তান জন্ম দিছিল।

কিন্তু অত্যধিক ৰক্তক্ষৰণৰ ফলত হালিমাৰ স্বাস্থ্যৰ অৱনতি হৈছিল। সদ্যোজাত সন্তানৰ ওজন আছিল মাত্র ৫০০ গ্ৰামৰ পৰা এক কিলোগ্রাম।

সন্তানকেইটা জীয়াই থাকিব নে নাথাকে তাক লৈয়ো চিকিৎসকৰ শংকা হৈছিল। জন্মৰ পাছত সেয়েহে দীর্ঘদিন সন্তানকেইটাক ইনকিউবেটত ৰাখিব লগা হৈছিল।

মালিৰ পৰিৱৰ্তে মৰস্কোৰ চিকিৎসালয়ত হালিমাৰ সম্ভানকেইটাক ৰখা হৈছিল। ১৯ মাহ ধৰি সেই চিকিৎসালয়তে গভীৰ পৰ্যবেক্ষণত ৰখা শিশুকেইটা অৱশেষত সুস্থ-সবলভাৱে ডাঙৰ হৈ উঠিল।

হালিমাৰ স্বামী আবডেলকাদেৰ আৰবিয়ে জনোৱা অনুসৰি, তেওঁলোকৰ ন যমজ সন্তান এতিয়া সম্পূর্ণ সুস্থ আৰু স্বাভাৱিকভাৱে ডাঙৰ দীঘল হৈছে।

নটা সন্তান পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত হালিমা আৰু তেওঁৰ স্বামীয়ে যথেষ্ট কষ্ট কৰিব লগা হৈছে। দীর্ঘদিন মৰস্কোৰ চিকিৎসালয়ত থকাৰ পাছত অলপতে হালিমাই তেওঁৰ নটা সন্তানসহ ঘৰলৈ উভতি আহিল।

একেলগে জন্ম লাভ কৰা নটা সন্তানক এবাৰ চাবলৈ বহু লোকে সম্প্রতি মালিত থকা হালিমাহঁতৰ ঘৰত ভিৰ কৰিছে। বিশ্বত প্ৰথমবাৰ কোনো মহিলাই একেলগে নটা সন্তান জন্ম দিলে।

অলপতে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত হালিমাৰ নাম অন্তর্ভুক্ত হ’ল বিশ্বৰ সৰ্বাধিক সংখ্যক একেলগে সন্তান জন্ম দিয়া মহিলা হিচাপে। হালিমাৰ পূৰ্বে আমেৰিকাৰ এগৰাকী মহিলাই একেলগে সর্বাধিক আঠ সন্তান জন্ম দিছিল।

২০০৯ত নাদিয়া ছুলেমান নামৰ এগৰাকী মহিলাই আঠ যমজ সন্তান জন্ম দি এই অভিলেখ ৰচিছিল। এইবাৰ নাদিয়াৰ অভিলেখ ভংগ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত সৰ্বাধিক সংখ্যক যমজ সন্তান জন্ম দিয়াৰ কৃতিত্ব অর্জন কৰিলে হালিমাই।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: CasablancaHalima CisséMoroccoPregnant
publisher

publisher

Related Posts

Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত
Assam

February 3, 2023
Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !
India

Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

February 3, 2023
Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে
Assam

Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

February 3, 2023
Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল
Assam

Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

February 3, 2023
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

February 3, 2023
Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত
Assam

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

February 3, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: