Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Powerful Earthquake Strikes In Morocco Kills At Least 632 People :ভয়ংকৰ ভূমিকম্পত তচনচ মৰক্কো

তাছপাতৰ দৰে খহি পৰে ওখ ওখ অট্টালিকা, সৰ্বত্ৰে এতিয়া কান্দোনৰ ৰোল , মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম

publisher by publisher
September 9, 2023
in Uncategorized
Reading Time: 2 mins read
0
Powerful Earthquake Strikes In Morocco Kills At Least 632 People :ভয়ংকৰ ভূমিকম্পত তচনচ মৰক্কো
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হঠাৎ ভাঙি পৰিল দুটা অট্টালিকা!

Morocco bans animals Sacrifice:সমাগত ঈদ ঊল আজহাৰত কোৰবানি দিয়াত নিষেধাজ্ঞা !

Guinness World Records : একেলগে নটা সন্তান জন্ম দি ১৯ মাহৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল মহিলা

Powerful Earthquake Strikes In Morocco Kills At Least 632 People :

শুকুৰবাৰে নিশা উত্তৰ আফ্ৰিকান দেশ মৰক্কোত সংঘটিত এক ভয়ংকৰ ভূমিকম্পত কমেও ৬৩২ জন লোক নিহত হোৱাৰ উপৰিও ৩২৯ জন লোক আহত হৈছে  বুলি দেশ খনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে জানিব দিয়ে ৷ আহতসকলৰ ভিতৰত ৫১ জনৰ অৱস্থা সংকটজনক ৷

ADVERTISEMENT

এই ভূমিকম্পত প্ৰথমাবস্থাত ২৯৬জন লোক নিহত হোৱাৰ খবৰ আহিছিল যদিও বৰ্তমান মৃতকৰ সংখ্যা বৃদ্ধি পায় ৬৩২জনলৈ ৷ উল্লেখ্য যে, ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ আছিল এই ভূমিকম্প । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত উৎপন্ন হয় ৷

ৰাজধানী চহৰ ৰাবাটৰ পৰা মাৰাকেচলৈকে নিশা সংঘটিত ভূমিকম্পৰ পাছতে নাগৰিক সকলে ভয়ত ৰাস্তা আৰু উপ-পথত দৌৰি গৈছিল ৷ উল্লেখ্য ৰাবাট হৈছে দেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী।

ভূমিকম্পৰ মুল কেন্দ্ৰস্থল মাৰাকেচ ওচৰৰ আসনি নামৰ পাহাৰীয়া গাওঁখনৰ বাসিন্দা মণ্টাচিৰ ইত্ৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আসনিত থকা বেছিভাগ ঘৰ বিধস্ত হৈ পৰিছে ৷

আমাৰ চুবুৰীয়াসকল ধ্বংসস্তূপৰ তলত আছে ৷ তেওঁলোক জীৱিত হৈ আছেনে সেয়াও সন্দেহ আছে ৷ যিসকল আমি জীয়াই আছো সকলো মিলিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছো ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।”

ইপিনে দেশ খনৰ মৰ্কানৰ নাগৰিকসকলে ভূমিকম্পৰ পিছত শ্বেয়াৰ কৰা ভিডিঅ’ বোৰত পৰিলক্ষিত হয় অট্টালিকাবোৰ ধ্বংসস্তূপ আৰু ধুলিলৈ পৰিণত হৈছিল। মাৰাকেচৰ ঐতিহাসিক পুৰণি চহৰ, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ চাৰিওফালে থকা আইকনিক ৰঙা দেৱালৰ কিছু অংশো ক্ষতিগ্ৰস্ত হৈছিল।

আনহাতে ঠায়ে ঠায়ে বিস্তৰ ক্ষয়-ক্ষতি হোৱালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাত নিহত তথা আহতৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱালৈ চাই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে দেশ খনৰ প্ৰশাসনে এই পৰ্যন্ত আনুষ্ঠানিকভাবে মৃতকৰ সংখ্যা আৰু আহতৰ সংখ্যা ঘোষণা প্ৰকাশ কৰা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 329 injured632 Person DeathMoroccoPowerful Earthquake Strikes
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d