Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

NIA arrests illegal arms dealer:এনআইএৰ হাতত গ্ৰেপ্তাৰ অন্যতম উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ অস্ত্ৰ ব্যৱসায়ী

উগ্রপন্থী সংগঠনৰ লগতে ব্যক্তিগত পৰ্যায়তো বিদেশী মাৰণাস্ত্ৰ বিক্ৰী কৰিছিল

publisher by publisher
June 1, 2024
in India, News
Reading Time: 2 mins read
0
NIA arrests illegal arms dealer:এনআইএৰ হাতত গ্ৰেপ্তাৰ অন্যতম উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ অস্ত্ৰ ব্যৱসায়ী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Ahmedabad plane Crash: বিমান দুর্ঘটনাৰ শংকাত ভুগিছিল নাংথৈয়ে

Mizuram Police-Assam Rifles Recover Explosives In Joint Operations In Aizwalমিজো আৰক্ষী- অসম ৰাইফলছৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

NIA arrests illegal arms dealer:

দক্ষিণ-পূব এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰৰ পৰা অসমসহ উত্তৰ-পূৰ্বাঞ্চলত চলি থকা মাৰণাস্ত্ৰৰ অবৈধ বজাৰৰ অন্যতম কাণ্ডাৰীৰূপে চিহ্নিত কৰা এজনক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) ই গ্ৰেপ্তাৰ কৰাৰ পাছতে দেশৰ আইন-শৃংখলা ব্যৱস্থাৰ প্ৰতি অহা চৰম ভাবুকিৰ বহু তথ্য পোহৰলৈ আহিছে। মিজোৰামত গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ বাসিন্দা এই লোকজন হ’ল আইজলৰ ছ’ল’মনা ওৰফে মিংগা।

ADVERTISEMENT

উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আমদানি হোৱা মাৰণাস্ত্র আৰু বিস্ফোৰকক লৈ গঢ়ি উঠা বৃহৎ বজাৰখনৰ অন্যতম কাণ্ডাৰী হিচাপে এনআইএই যোৱা ২৬ ডিচেম্বৰত এটা গোচৰ ৰুজু কৰিছিল। হ’ল’মনাৰ লগতে আনজন অভিযুক্ত হ’ল লালমুবানবাম ওৰফে মাংলিয়ানা। ম্যানমাৰৰ বাসিন্দা এই লোকজন অদ্যাপি পলাতক।

এনআইএৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই দুজনে মিলি দক্ষিণ-পূর্ব এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰৰ, গুলি আৰু বিস্ফোৰক প্ৰথমতে মিজোৰামলৈ আমদানি কৰে। মিজোৰামৰ পৰা তেনে সামগ্রী ম্যানমাৰত বাহৰ পাতি থকা উত্তৰ-পূৰ্বাঞ্চলৰ সংগঠনসমূহলৈ যোগান ধৰা হয়। তদন্তত পোহৰলৈ অহা অনুসৰি, আলফা (স্বাধীন) সহ কে’বাটাও উগ্রপন্থী সংগঠনক নিয়মীয়াকৈ এই দুজন অভিযুক্তই মাবণাস্ত্র আৰু বিস্ফোৰক যোগান ধৰি আহিছে। কেতিয়াবা মিজোৰামৰ গোপন স্থানত গঢ়ি তোলা অস্ত্র ভাণ্ডাৰৰ ভঁৰালৰ পৰা আৰু বহু সময়ত মিজোৰামলৈ নানি পোনে পোনে উগ্রপন্থী সংগঠনকো যোগান ধৰা হয়। বিশেষকৈ ম্যানমাৰৰ পৰা খালী হাতেৰে প্ৰৱেশ কৰি ভাৰতত কূটাঘাত কাণ্ডত ব্যৱহৃত বিস্ফোৰক তেনে গুদামৰ পৰাই যোগান ধৰা হয়।

এই দুই অভিযুক্তই ব্যক্তিগত পর্যায়ত মাৰণাস্ত্ৰ বিক্ৰীৰ এখন বৃহৎ বজাৰ চলাই আহিছে। অসমতে বহু লোকৰ হাতত অবৈধ মাৰণাস্ত্ৰ থকাৰ চৰ্চা সঘনে হৈ আহিছে। এনে মাৰণাস্ত্ৰৰ অন্য ব্যৱসায়ী আছে যদিও তাৰ ভিতৰত ছ’ল’মনা আৰু মাংলিয়ানা অন্যতম বুলি চিহ্নিত কৰা হৈছে। এনআইএৰ প্রতিবেদনত এই দুজনব সন্দর্ভত উল্লেখ কৰা হৈছে এনেদ, ‘বৃহৎ পৰিসৰত অবৈধ মাৰণাস্ত্র, গুলি আৰু বিস্ফোৰক যোগানক লৈ উত্তৰ-পূর্বাঞ্চলত চলি অহা বৃহৎ নেটৱৰ্কৰ এই দুজন হ’ল বিশেষ কাণ্ডাৰী।’

মিজোৰামৰ উপৰি ম্যানমাৰৰ সীমাৰ লগত সংলগ্ন হৈ থকা মণিপুৰতো দুয়োজনৰ ব্যৱসায়ৰ ঘাটি আছে। এই দুই ৰাজ্যক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলতে অবৈধ মাৰণাস্ত্ৰৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে আৰু ৰমৰমীয়াকৈ চলি আহিছে। অসম হ’ল ইয়াৰ অন্যতম অংশ।

শেহতীয়াকৈ এনআইএই আইজলৰ ছটা স্থানৰ লগতে অসম-মিজোৰাম সীমান্ততো অভিযান চলায়। যোৱা ২৫ মে’ৰ পবা চলোৱা অভিযানতে ছ’ল’মনা কৰায়ত্ত হয়। এই অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অত্যাধুনিক মাৰণাস্ত্র, গুলি, বিস্ফোৰক সামগ্রী, ডিজিটেল ডিভাইচ আৰু নথিপত্র এআইএ জব্দ কৰে। ধৃত অস্ত্ৰ ব্যৱসায়ীজনৰ সন্ধান অসম আৰক্ষীয়েও দীর্ঘদিনৰ পৰা চলাই আহিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MizuramNIA arrests illegal arms dealer
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d