Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    kokrajhar :ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে’ল !

    Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

    Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

    Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home Entertainment

Arijit Singh Live Concert In Kolkata :মুখ্যমন্ত্ৰীক অপমান কৰাৰ অভিযোগত কলকাতাত বাতিল হ’ল অৰিজিৎ সিঙৰ কনচাৰ্ট

publisher by publisher
December 29, 2022
in India, Entertainment, Music, News
Reading Time: 3 mins read
0
Arijit Singh Live Concert In Kolkata :মুখ্যমন্ত্ৰীক অপমান কৰাৰ অভিযোগত কলকাতাত বাতিল হ’ল অৰিজিৎ সিঙৰ কনচাৰ্ট
1
SHARES
13
VIEWS
ShareShareShareShare

Arijit Singh Live Concert In Kolkata :

 নতুন বৰ্ষ উপলক্ষে সমগ্র দেশতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা দেখা গৈছে । ভাৰতীয় সংগীত জগতৰ অন্যতম শীৰ্ষ সংগীত শিল্পী হৈছে অৰিজিৎ সিং ।

ADVERTISEMENT

WhatsApp Image 2022 12 29 at 15.10.14 1আনন্দমুখৰ এই সময়ছোৱাত এই শিল্পীজন আজি মুম্বাই , কালি দিল্লী , কলকাতা আদি কৰি বিভিন্ন ঠাইত সংগীতানুষ্ঠান কৰি থকা পৰিলক্ষিত হৈছে ।

RelatedPosts

Assam Pradesh Congress Youth Committee President Ankita Dutta : সাৰদাৰ গোচৰৰ সন্দৰ্ভত কলকাতাত কংগ্ৰেছৰ অপসাৰিত সভানেত্ৰী অংকিতা দত্তৰ জেৰা আৰম্ভ

Russia Ukraine Conflict : ঐতিহাসিক গণিত-সভা বাতিল, ৰুছ-ইউক্রেইন সমৰৰ ছায়াত আন্ধাৰ বৰাহনগৰৰ শিক্ষাংগন

ভাৰতত কিয় বন্ধ হ’ল পাকিস্তানী শিল্পীৰ গীত ? বিতৰ্কিত প্ৰশ্ন অৰিজিতৰ

কিছুদিন পাছত কলকাতাৰ অন্য এটা লাইভ কনচাৰ্টত উপস্থিত থকাৰ কথা আছিল শিল্পীজন । কলকাতাৰ ইক’পাৰ্কে আয়োজন কৰা এই কনচাৰ্টৰ টিকটৰ মূল্য আছিল ২৫ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ।

কিন্তু এতিয়া খবৰ প্ৰকাশ পাইছে যে, ৫০ হাজাৰ টকা দিলেও অৰিজিতৰ সংগীতানুষ্ঠান প্ৰত্যক্ষ কৰিব নোৱাৰিব কোনো অনুৰাগীয়ে । যিহেতু অৰিজিতৰ এই কনচাৰ্ট বাতিল কৰা হৈছে ।

WhatsApp Image 2022 12 29 at 15.10.14প্ৰাপ্ত তথ্য অনুসৰি , কিছুদিন পূৰ্বে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল এই জনপ্ৰিয় শিল্পীজন ।

য’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্মুখত তেওঁ ” গেৰুৱা ” শীৰ্ষক গীতটো পৰিবেশন কৰিছিল । সেইলৈ চ’ছিয়েল মিডিয়াত শিল্পীজনক সাংঘাতিক ধৰণে ট্ৰোল কৰা দেখা গৈছিল ।

এতিয়া অৰিজিতৰ কনচাৰ্ট বাতিল হোৱাত মুখ্যমন্ত্ৰীৰ সন্মুখত ” ৰং দে গে তু মোহে গেৰুৱা ” গীত পৰিবেশন কৰা বাবে এই শ্ব’ বাতিল হোৱা বুলি চৰ্চা হৈছে ।

কিন্তু অৱশেষত ইক’পাৰ্কে অৰিজিতৰ কনচাৰ্ট বাতিল হোৱাৰ কাৰণ উল্লেখ কৰি কয় যে , শিল্পী জনৰ উপস্থিতি উপলক্ষে ইক’পাৰ্কত সাংঘাতিক জনসমাবেশৰ কথা চিন্তা কৰিয়েই এই শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে ।

ইফালে কনচাৰ্ট বুকিং কৰি শিল্পীজনক আগধন হিচাপে পাঁচলাখ প্ৰদান কৰিছিল সংস্থাটোৱে । ইয়াৰ পাছতো হঠাৎ এই কনচাৰ্ট বাতিল কৰা কথাটো সহজভাৱে লোৱা নাই অনুৰাগীয়ে ।

প্ৰকাশিত খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ সন্মুখত শিল্পীগৰাকীয়ে ‘গেৰুৱা ‘ শীৰ্ষক গীত পৰিবেশন কৰা বাবেহে এই কনচাৰ্ট বাতিল কৰা হয় ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Arijit SinghKolkataLive Concert
publisher

publisher

Related Posts

kokrajhar :ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে’ল !
Assam

June 3, 2023
Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক
India

Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

June 3, 2023
Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !
India

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

June 2, 2023
Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !
Assam

Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

June 2, 2023
Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি
Assam

Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

June 2, 2023
Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !
Assam

Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

June 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: