Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Buffalo Fight In Bhuragaon :মৰিগাঁৱৰ বৈদ্যবড়ী পথাৰত গোণা মহৰ শিঙৰ ঝণঝণনীত উৰিল ধুলি

জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাছতো গোৱালে পাতিলে মহ যুঁজ,বিশ সহস্ৰাধিক দৰ্শকৰ ভিৰ

publisher by publisher
January 16, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Buffalo Fight In Bhuragaon :মৰিগাঁৱৰ বৈদ্যবড়ী পথাৰত গোণা মহৰ শিঙৰ ঝণঝণনীত উৰিল ধুলি
1
SHARES
13
VIEWS
ShareShareShareShare

Buffalo Fight In Bhuragaon:

সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনাই মৰিগাঁও জিলা প্ৰশাসনে সকলোকে মহ যুঁজ বন্ধ ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ বাবে বিভিন্ন মহ যুঁজ পৰিচালনা সমিতিয়ে মহ যুজ বন্ধ ৰাখে যদিও আজি বৈদ্যবড়ী পথাৰত গোৱাল সকলে মিলি অনুষ্ঠিত কৰিলে মহ যুঁজ।

ADVERTISEMENT

বিভিন্ন প্ৰান্তৰ মহ পালক তথা গোৱাল সকলে যুঁজত অৱতীৰ্ণ কৰোৱা গোনা মহৰ শিঙৰ ঝণঝণনীত ধূলি উৰিল বৈদ্যবড়ী পথাৰত।  আজি বৈদ্যবড়ী পথাৰলৈ পুৱাৰ পৰাই সমাগম ঘটে মহ যুঁজ চাবলৈ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ।

RelatedPosts

Road Accident in Nelee:মৰিগাঁৱৰ শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Morigaon:জুবিনক গাৰ্গক ভালপোৱা যুৱতীৰ মহানুভৱতা

Morigaon Dist.Jail:মৰিগাঁৱত অঘটন ! কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ

WhatsApp Image 2023 01 16 at 7.01.33 PMঅসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ কে সকলোৰে পৰা মহ যুঁজ উপভোগ কৰিবলৈ পহিলা মাঘৰ দিনা বৈদ্যবড়ী পথাৰলৈ পূৰ্বৰ দৰেই সমাগম ঘটে আলহি অতিথিৰ ।

ন্যায়ালয়ৰ বাধা নিষেধৰ প্ৰতি সন্মান জনাই মৰিগাঁও জিলা প্ৰশাসনে মহ যুঁজ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে মহ যুঁজ পৰিচালনা সমিতিয়ে বাতিল কৰিছিল ম’হ যুঁজ। কিন্তু ম’হৰ গোৱাল তথা মহ পালক সকলক কোনেও সৈমান কৰাব নোৱাৰিলে।

সমিতিয়ে ম’হ যুঁজ নাপাতিলেও গোৱাল সকলে মিলি মহ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ গোৱাল সকলে নিজৰ নিজৰ গোণা ম’হ লৈ উপস্হিত হয় বৈদ্যবড়ী পথাৰত। তেওঁলোকে দাবী কৰি যে -গোণা ম’হ বোৰ যুঁজাব নোৱাৰিলে পালন কৰাটো তেওঁলোকৰ বাবে নিৰাপদ নহয়।

গোণা ম’হ যুঁজত অৱতীৰ্ণ কৰাই শান্ত নকৰিলে ক্ষতি কৰিব পাৰে গোৱালৰ। আনহাতে অন্য একাংশৰ মতে মহ যুঁজ ভোগালী উৎসৱৰ এক এৰিব নোৱাৰা অংগ। মহ যুঁজ কেৱল মহৰ যুঁজেই নহয়, ই অসমৰ চহা কৃষকৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ যুঁজ।

আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব কালৰ পৰা বৰ্তমানলৈ বিৰাজমান ই এক জাতীয় পৰম্মৰা। অৱশেষত সকলো জল্পনা কল্পনা অৱসান ঘটাই বৈদ্যবড়ী পথাৰলৈ বিভিন্ন প্ৰান্তৰ শ শ ম’হৰ গোৱালে ঢোলে ডগৰে আগবঢ়াই আনিলে নিজৰ নিজৰ গোণা ম’হ।

বিশ সহস্ৰাধিক দৰ্শকৰ উপস্হিতিত গোৱালৰ বেষ্টনীৰ মাজত অনুষ্ঠিত হ’ল ইহালৰ পিছত সিহাল হিংস্ৰ গোণা ম’হৰ শিহৰণকাৰী যুঁজ। মহৰ বয়সৰ ভিত্তিত গোৱাল সকলে দুটা শাখাত অনুষ্ঠিত কৰিলে মহ যুঁজ ।

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি গোৱালৰ তত্বাবধানত গোণা মহৰ শিঙৰ ঝণঝননীত ধুলি উৰিল বৈদ্যবড়ী পথাৰত। ৩০-৪০ যোৰ গোণামহৰ শিহৰণকাৰী যুঁজেৰে বৈদ্যবড়ীত মহ যুঁজৰ সফল সমাপ্তি ঘটাই গোৱাল সকলে পুণৰ বোমেৰাং কৰিলে ন্যায়ালয়ৰ নিষেধাজ্ঞা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bhugali bihuBhuragaonBuffalo FightMORIGAON
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d