Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Actress Hemamalini : নলবাৰী ৰাস মহোৎসৱত কে’বালাখলোকৰ সমাগম

বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী উপস্থিতিত উৎসাহিত ৰাসস্থলী

publisher by publisher
November 15, 2022
in Assam, News
Reading Time: 1 min read
0
Actress Hemamalini : নলবাৰী ৰাস মহোৎসৱত কে’বালাখলোকৰ সমাগম
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Actress Hemamalini :

ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰৰ এঘাৰদিনীয়া ৰাসমহোৎসৱ অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই যোৱা নিশা উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী তথা ড্ৰিম গাৰ্ল খ্যাত হেমামালিনী।

ADVERTISEMENT

এসময়ৰ দেশৰ চলচ্চিত্ৰ অনুৰাগীৰ মুখতে উচ্চাৰিত প্ৰৱীণ অভিনেত্ৰী গৰাকীক চাবলৈ সমাগম হয় প্ৰায় কে’বা লক্ষাধিক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ বিপুল হৰ্সোল্লাসৰ মাজেৰে অভিনেত্ৰী গৰাকীক নলবাৰীৰ গনেশ মন্দিৰ চ’কৰ পৰা পুস্পসজ্জিত এখন বিলাসী ভিনটেজ বাহনত উঠাই প্ৰায় দুই কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি হৰিমন্দিৰ প্ৰাংগণলৈ আদৰি অনা হয় ৷

ৰাসস্থলীৰ মুলক্ষেত্ৰলৈ অহাৰ পিছত গণেশ মন্দিৰত ৰাসোৎসৱ উদযাপন সমিতিৰ সভপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু আন সদস্যবৰ্গই বলিউডৰ স্বনামধন্য অভিনেত্ৰী হেমামালিনীক শৰাই,জাপি,মুগা-পাটৰ চাদৰ- মেখেলা,কাহৰ শৰাই আৰু থলুৱা খাদ্য সামগ্ৰীৰ টোপোলাৰে উস্ম আদৰনী জনায় ৷ ইয়াৰ পিছত মথুৰাৰ সাংসদ গৰাকীয়ে হৰিমন্দিৰত সেৱা জনায় ৰাসোৎসৱৰ মুল মণ্ডপত প্ৰৱেশ কৰি শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ দ্বাৰা প্ৰযোজিত জীৱন্ত ৰাস উদ্বোধন কৰে৷
উদ্বোধনী ভাষণত প্ৰৱীণ সাংসদ গৰাকীয়ে কয়, মই ভগৱান শ্ৰীকৃষ্ণৰ ওপজাভূমি মথুৰা- বৃন্দাবনৰ সাংসদ৷ ৰামায়ণ- মহাভাৰতৰ যুগতে বৃন্দাবনত ভগৱন্ত শ্ৰীকৃষ্ণই ৰাসক্ৰীড়াত অংশ লৈ গোপীসকলৰ স’তে৷ মানৱ প্ৰেম আৰু আধ্যাত্মিক চিন্তাচৰ্চাৰে মনুস্যৰ মাজত এক ভক্তি ৰসৰ সৃষ্টি কৰি শ্ৰীকৃষ্ণৰ সেই ৰাসলীলাক নলবাৰীতো মৃন্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰাৰ যি প্ৰয়াস চলোৱা হৈছে তাৰ বাবে শলাগৰ পাত্ৰ হৰিমন্দিৰ পৰিচালনা সমিতি৷ সমিতিৰ পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ৰাস এক মানৱ প্ৰেমৰ অন্য এক নিৰ্দশন বুলি অভিহিত কৰে মথুৰাৰ সাংসদ গৰাকীয়ে ৷

উল্লেখ্য ৰাসোৎসৱৰ গাম্ভীৰ্যপূৰ্ণ অনুস্থানক প্ৰৱীণ অভিনেত্ৰীৰ স’তে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা সহ বহু কেই গৰাকী গণমাধ্য ব্যক্তি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ActressAssamHemamaliniNALBARIRakh
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজ্বলাইছি বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d