Janata Bhawan Employed Bus Service:জনতা ভৱনৰ কৰ্মচাৰীৰ বাবে বিশেষ বাছ সেৱা

WhatsApp Image 2023 01 16 at 6.03.52 PM

Janata Bhawan Employed Bus Service:

অসম সচিবালয়ত কৰ্মৰত হৈ থকা কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ বাছ সেৱা ব্যৱস্থা কৰিছে ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা জনতা ভৱনৰ চৰকাৰী আবাসগৃহত বসবাস কৰ সকলো কৰ্মচাৰীৰক এতিয়াৰ পৰা কাৰ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে ৷

কৰ্মচাৰীৰ চৰকাৰী আবাস চৌহদৰ পৰা পুৱা কাৰ্যালয়লৈ অনা আৰু বিয়লী পুনৰ আবাসত থৈ অহাৰ বাবে বিশেষ বাছ সেৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰৱৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে মহিলা সকলৰ বাবেহে বাছসেৱা অব্যাহত আছিল ৷

Exit mobile version