Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Govt Award : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

ঘোষণা হ'ল ‘অসম বৈভৱ,অসম সৌৰভ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰাপকৰ নাম

publisher by publisher
January 4, 2023
in Assam, News
Reading Time: 2 mins read
0
Assam Govt Award : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Assam Govt Award :

জনতা ভবনত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা জৰুৰী কেবিনেট বৈঠকত এই বৰ্ষৰ ‘অসম বৈভৱ,অসম সৌৰভ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰাপক সকলৰ নাম সমূহৰ ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷

ADVERTISEMENT

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ৷

সেই অনুসৰি অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক।

আনহাতে ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ বটা আগবঢ়োৱা হয় অসমৰ নাট্য জগতৰ পিতামহ স্বৰূপ কৃষ্ণ ৰয়,স্বৰ্ণ কন্যা নয়নমণি শইকীয়া,বিশিষ্ট যুৱ বিজ্ঞানী বিনয় কুমাৰ শইকীয়া,যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা:শশীধৰ ফুকনক ৷

একেদৰে ৰাজ্য তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’ আগবঢ়োৱা হয় নৱগ্ৰহ শ্মশানত দীৰ্ঘদিন ধৰি শ-দাহৰ ক্ষেত্ৰত সহায় কৰি শ্মশানবন্ধু ৰূপে পৰিচিত হৈ পৰা ধূতিমালা ডেকা, নলবাৰীত মীন বিপ্লৱৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱা ডাঃ দেৱজিৎ বৰ্মন,মানস অভয়াৰণ্যত টুৰিষ্ট গাইড ৰূপে পৰ্যটকৰ মাজত জনপ্ৰিয় হৈ পৰা ৰুষ্টম বসুমতাৰী, তিনিচুকীয়াৰ চিংফৌ ধাবাৰ স্বত্বাধিকাৰ মাঞ্জলা, প্ৰকৃতপ্ৰেমী বিনন্দ হাতীবৰুৱা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱা,কল্যাণী ৰাজবংশী ( চন্দ্ৰপুৰ বহাগী আত্মসহায়ক গোটৰ সদস্যা), শীলা গোৱালা (জবকা চাহ বাগিচাৰ আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ(বয়লাৰ কণীৰ উৎপাদক), সৰ্বেশ্বৰ বসুমতাৰী(হাইব্ৰিড অমিতা খেতিয়ক), মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা(নাৰ্চাৰী উদ্যোগী) , দয়াল গোস্বামী (মুখা শিল্পৰ বাটকটীয়া) আৰু ডা: ছৈয়দ ইফতিকাৰ আহমেদ(এইচ আই ভি বিশেষজ্ঞ)লৈ।

সংবাদমেলত বঁটা প্ৰাপক সকলৰ নাম সমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে কোনো এটা ভাল দিনত বঁটা সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ’ব। আনহাতে পুৰ্বৰ দৰে প্ৰাপক সকলক বঁটাৰ স’তে ক্ৰম অনুযায়ী পাঁচ লাখ,তিনি লাখ আৰু দুই লাখকৈ দিয়া হ’ব বুলিও উল্লেখ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govt AwardHimanta Biswa Sarma
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d