Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Entertainment

Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

publisher by publisher
January 22, 2023
in News, Entertainment
Reading Time: 1 min read
0
Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই
1
SHARES
10
VIEWS
ShareShareShareShare

Kangana Ranaut :

বিতৰ্কৰ বাবেই অধিকাংশ সময় শিৰোনামত থাকে কংগনা ৰণৌট। এইবাৰ অৱশ্যে আন কাৰণতহে প্ৰতিভাৱান অভিনেত্ৰীগৰাকী চৰ্চালৈ আহিছে। অভিনেত্রী, পৰিচালক তথা প্রযোজক হিচাপে কংগনাই সম্প্ৰতি ‘ইমার্জেন্সি’ ছবিৰ চিত্ৰগ্ৰহণ সম্পূর্ণ কৰিছে।

ADVERTISEMENT

চিত্ৰগ্ৰহণৰ ফটো প’ষ্ট কৰিয়ে কংগনাই জনাইছে এক চাঞ্চল্যকৰ তথ্য। ‘ইমার্জেন্সি’ ছবিত কংগনাই দেশৰ প্ৰাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। মূৰত কেঁচা-পকা চুলি, সামান্য মেকআপ, প্রস্থেথিক লুকত ইন্দিৰাৰূপে ইতিমধ্যে তেওঁ নানা মহলৰ প্ৰশংসা লাভ কৰিছে।

RelatedPosts

Kangana Ranaut Flim Shooting : চানডুবিত চলিছে কংগনা ৰণৌটৰ ‘ইমাৰজেন্সী’ৰ শ্বুটিং

kangana Ranaut At Chandubi beel : সৌন্দৰ্যৰাণী চান্দডুবিৰ পাৰত বলীউডৰ মোহময়ী অভিনেত্ৰী কংকনা ৰাণাৱট

Kangana -J P Nadda : ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটে !

এতিয়া কংগনাই সদৰী কৰিছে ছবিখন নিৰ্মাণ কৰাৰ বাবে তেওঁ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। কংগনাই ফটো প’ষ্ট কৰি জনাইছে যে ‘ইমার্জেন্সি’ নিৰ্মাণ কৰাৰ বাবে তেওঁ নিজৰ সকলো সম্পত্তি বন্ধকত ৰাখিবলগীয়া হৈছে।

মুঠ তিনিখন ফটো তেওঁ আপলোড কৰিছে। য’ত দেখা গৈছে ইন্দিৰা গান্ধীৰ বেশতে তেওঁ পৰিচালনাৰ দায়িত্বও পালন কৰিছে। ফটোৰ কেপচনত কংগনাই লিখিছে, ‘অভিনেত্রী হিচাপে ইমার্জেন্সিৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিলো…মোৰ জীৱনৰ অতিশয় গৰ্বৰ এটা পৰ্যায় সম্পূৰ্ণ হ’ল…দেখি এনে লাগিছে যেন এই যাত্রা অতি সহজ আছিল; কিন্তু সেয়া সত্য নহয়…নিজৰ সমগ্ৰ সম্পত্তিৰ পৰা চিত্ৰগ্ৰহণৰ প্ৰথম ফালে ডেংগুত আক্রান্ত হোৱাৰ ঘটনা, মই প্ৰতিটো পদতে পৰীক্ষা দিবলগীয়া হৈছে।’

কংগনাই উল্লেখ কৰিছে যে কেৱল পৰিশ্ৰমৰ মাধ্যমেৰে কাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰি, ইয়াৰ বাবে অদম্য মানসিকতাৰো প্ৰয়োজন।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BolllywoodEmergencyEmergency Hindi filmKangana Ranaut
publisher

publisher

Related Posts

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: