Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jal Jeevan Mission : জলজীৱন মিছন ৰূপায়ণত ব্যৰ্থতাৰ দিশত অসম

publisher by publisher
December 29, 2022
in Assam, News
Reading Time: 2 mins read
0
Jal Jeevan Mission : জলজীৱন মিছন ৰূপায়ণত ব্যৰ্থতাৰ দিশত অসম
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

উচ্ছেদ অভিযান চলা লুটুমাৰীত জল জীৱনৰ কোটিটকীয়া আঁচনি

কোটি কোটি টকা আবন্টনৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

Jal Jeevan Mission :

শূন্যৰ পৰা আৰম্ভ কৰা বুলি অসম চৰকাৰে দাবী কৰিলেও বহুচৰ্চিত জলজীৱন মিছন আঁচনি ৰাজ্যখনত ক্ৰমশঃ ব্যৰ্থতাৰ দিশে অগ্ৰসৰ হৈছে সেয়া কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যতে স্পষ্ট হৈছে।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্রণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্যই উন্মোচিত কৰিছে জলজীৱন মিছনৰ ৰূপায়ণত অসম পিছপৰি ৰোৱাৰ সমান্তৰালকৈ পুঁজিৰ অপব্যৱহাৰ হোৱাৰ দিশ।

উল্লেখ্য যে দেশৰ কে’বাখনো ৰাজ্যত যি সময়ত এই আঁচনিখন ৰূপায়ণৰ জৰিয়তে প্রতিঘৰ লোককে টেপৰ পানী যোগান ধৰিবলৈ সক্ষম হৈছে, সেই সময়তে অসমে যোৱা পাঁচ ডিচেম্বৰলৈকে আঁচনিখন ৰূপায়ণত মাথোঁ ৪১.২৬ শতাংশহে অগ্রগতি লাভ কৰিছে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে এই পর্যন্ত আঁচনিখনৰ বাবদ কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া পুঁজিৰ সৰ্বমুঠ ৯৪৭.৮৪ কোটি টকা ব্যয়ত ব্যৰ্থ হৈছে। অপব্যৱহৃত হৈ পৰি ৰোৱা এই বৃহৎ অংকৰ ধনৰ সদ্ব্যৱহাৰ নোহোৱা বাবেই যে অসমত আঁচনিখন ব্যৰ্থতাৰ দিশে অগ্ৰসৰ হৈছে সেই কথা স্পষ্ট হৈ উঠিছে।

উল্লেখ্য যে যোৱা পহিলা এপ্ৰিলত অসমত এই আঁচনিখনৰ ৰূপায়ণৰ বাবদ লাভ কৰা ধনৰ পৰিমাণ আছিল ১৮১৯.২১ কোটি টকা। ইয়াকে ধৰি কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখনৰ বাবদ অসমলৈ আবণ্টন দিছে সৰ্বমুঠ ৬১১৭.৬১ কোটি টকা।

পর্যায়ক্রমে আবণ্টন দি থকা পুঁজিৰ ভিতৰত অসম চৰকাৰৰ অংশ হ’ল ২৫৫.৩৭ কোটি টকা। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আবণ্টন দিয়া ১৫২৯.৪০ কোটি টকাৰ ভিতৰত এতিয়াও ব্যয় কৰিব পৰা নাই ৯৪৭.৮৪ কোটি টকা।

অসমৰ এই অৱস্থাৰ বিপৰীতে দেশৰ আন ভালেকেইখন ৰাজ্যই আঁচনিখন ৰূপায়ণত চমকপ্ৰদ সফলতা অর্জন কৰিছে।অন্ধ্ৰপ্ৰদেশত ইতিমধ্যে আঁচনিখন ৬৬.৬০ শতাংশ ৰূপায়িত হোৱাৰ বিপৰীতে চুবুৰীয়া অৰুণাচলত ৬৭.৩৪ শতাংশ আৰু বিহাৰত এই পর্যন্ত ৯৫.৭৩ শতাংশ ৰূপায়ণ হৈছে।

চত্তিছগড়ত আকৌ এই আঁচনিখন এশ শতাংশই ৰূপায়িত হৈছে। সমান্তৰালকৈ গোৱা আৰু গুজৰাটতো ইতিমধ্যে জলজীৱন মিছনৰ অধীনত ৰাজ্যবাসীয়ে নিয়মীয়াকৈ খোৱাপানী লাভ কৰিছে। হাৰিয়ানাতো এই পর্যন্ত ৯৬.৫০ শতাংশ, কৰ্ণাটকত ৫৮.৫৯ শতাংশ, কোলাত ৪৪ শতাংশ ৰূপায়ণ হৈছে।

উল্লেখ্য যে জলজীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত অসম পিছপৰি ৰোৱাৰ মূলতেই হ’ল ৰাজ্যৰ প্ৰান্তে প্রান্তে নির্মাণ সম্পূৰ্ণ কৰিও আঁচনি আৰম্ভ নকৰাটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠিকাদাৰে আঁচনি নির্মাণ প্রায় সম্পূৰ্ণ কৰাৰ পাছতো ৰাইজে পিছে বিগত এবছৰ ধৰি লাভ নকৰিলে এটোপালো খোৱাপানী।

শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত জলজীৱন মিছনক লৈ অনুষ্ঠিত এক আলোচনাত শাসক-বিৰোধী উভয় পক্ষৰে বহুসংখ্যক জনপ্রতিনিধিয়ে মুকলিকৈয়ে উন্মোচিত কৰিছিল জলজীৱন আঁচনিৰ নামত অসমত অব্যাহত থকা চূড়ান্ত ভেঁকোভাওনাৰ বাস্তৱ চিত্র। একমাত্র ঠিকাদাৰক কাম দিয়াৰ বাবেহে যে জলজীৱন মিছনৰ দৰে এখন গুৰুত্বপূর্ণ আঁচনিক ব্যৱহাৰ কৰা হৈছে সেই কথা স্পষ্ট হৈ উঠিছে।

প্ৰতিখন ৰাজহ গাঁৱতে স্থাপন কৰা জলজীৱন আঁচনিৰ পানী যোগান কেন্দ্ৰৰ নামত ঠিকাদাৰে অনিয়মেৰে কৰা কাম-কাজৰ বাবেহে যে আঁচনিসমূহ নির্দিষ্ট সময়ত সম্পূৰ্ণ হৈ উঠা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আনকি এই আঁচনিখন ৰূপায়ণৰ বাবে এজন ঠিকাদাৰকে বহুসংখ্যক কে’বাখনো গাঁৱৰ কামৰ দায়িত্ব অর্পণ কৰাৰ সূত্ৰে ঠিকাদাৰে সময় দিব নোৱৰাৰ বাবেও যে নিৰ্ধাৰিত সময়তো বহু পানী যোগান আঁচনি অসম্পূৰ্ণ হৈ ৰৈছে।

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীতেই এনেদৰে এটোপালো পানী যোগান নধৰাকৈ সম্পূৰ্ণ হৈও ব্যৱহাৰ নোহোৱাকৈ পৰি ৰৈছে বহুকেইখন আঁচনি। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বতলা গাঁৱত এবছৰ পূৰ্বেই নির্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে ৰাইজে লাভ নকৰিলে টেপৰ পানী।

ফলত আঁচনিৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰি যোৱাৰ পাছত অব্যৱহৃত আঁচনিখনৰ যন্ত্রপাতি মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। গাঁওবাসীয়ে মুকলিকৈ অভিযোগ কৰিছে যে আচলতে পাইপ বহুওৱাৰ নামত গাঁওখনৰ পথসমূহ এফালৰ পৰা খান্দি এই আঁচনিখনে গাঁওখনৰ যাতায়াত ব্যৱস্থাৰ মূল উপাদেয় পথকেইটাহে বিনষ্ট কৰিলে।

এক কথাত গাঁওবাসীৰ বাবে ভালুকৰ সাঙী হৈ পৰিছে এই পানী যোগান আঁচনি দুখন। কেৱল বৰক্ষেত্ৰীতেই নহয়, বিটিআৰৰ বৃহৎ অঞ্চল, বৰপেটা, বজালী, শিৱসাগৰ আদি বিভিন্ন জিলাত এই আঁচনিখন ইতিমধ্যে ব্যৰ্থ আঁচনিৰূপে ক’বলৈ ৰাইজ বাধ্য হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jal Jeevan Mission
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d