Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

    Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

    Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

    Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

    Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Puffed rice :  মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

    Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

World Meteorological Organization : চলিত বৰ্ষত ভয়ংকৰ বতৰৰ আগজাননী

ৰাজ্যবাসীলৈ সতৰ্কবাণী জাৰি কৰিলে ‘ৱৰ্ল্ড মেট্ৰ'লজিকেল অর্গেনাইজেছন’ - এ

publisher by publisher
February 16, 2023
in News, Assam
Reading Time: 3 mins read
0
World Meteorological Organization : চলিত বৰ্ষত ভয়ংকৰ বতৰৰ আগজাননী
2
SHARES
15
VIEWS
ShareShareShareShare

World Meteorological Organization :

প্রচণ্ড গ্ৰীষ্মপ্ৰৱাহ, খৰাং সদৃশ পৰিৱেশ অথবা ভয়ংকৰ বানপানীৰ স’তে সহাৱস্থান কৰিবলৈ সাজু হওক! পাৰ হৈ যোৱা বছৰটোতকৈও চলিত ২০২৩ত দেশৰ আন ৰাজ্যৰ লগতে অসমবাসীয়েও সন্মুখীন হ’ব লাগিব প্রকৃতিয়ে সৃষ্টি কৰা ভয়ংকৰ প্ৰত্যাহ্বানৰ।

ADVERTISEMENT

‘ৱৰ্ল্ড মেট্ৰ’লজিকেল অর্গেনাইজেছনে’ শেহতীয়াকৈ প্ৰকাশ কৰা ‘প্ৰভিজনেল ষ্টেট অৱ দ্য গ্ল’ৱেল ক্লাইমেট ইন ২০২২ ৰিপৰ্ট’ত দেশৰ আন ৰাজ্যসমূহৰ লগতে অসমতো চলিত বৰ্ষত প্রকৃতিয়ে বিভীষিকাৰ সৃষ্টি কৰিব বুলি আগজাননী দিছে।

RelatedPosts

No Content Available

মূলতঃ জলবায়ু পৰিৱৰ্তনৰ পাৰ্শ্বক্ৰিয়াৰূপে অনাগত দিনত অসমবাসীয়ে সন্মুখীন হ’ব লাগিব এনে প্রাকৃতিক দুৰ্যোগৰ। ব্যাপক হাৰত বনভূমি হ্ৰাস তথা উদ্যোগ আৰু কল-কাৰখানাৰ পৰা নিৰ্গত প্ৰদূষিত পৰিৱেশে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ পৰিণতিত অসমকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত বতৰৰ স্থিৰতা নিৰ্ণয়ত অন্যতম ভূমিকা লোৱা হিমালয়ৰ হিম ভাণ্ডাৰ ব্যাপক হাৰত গলিব বুলি আগজাননী দিয়া হৈছে।

সমান্তৰালকৈ ইণ্টাৰনেছনেল ৰেচকিউ কমিটী (আইআৰচি)য়ে চলোৱা ‘ইমাৰজেন্সি ৱাটছলিষ্ট ২০২৩’ শীৰ্ষক অধ্যয়নৰ প্ৰতিবেনত কোৱা হৈছে যে সমগ্র বিশ্বতে চলিত বৰ্ষত প্রাকৃতিক দুর্যোগে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ পৰিণতিত প্ৰায় ৩৩৩৯.২ নিযুত লোকক মানৱীয় সহায়ৰ প্ৰয়োজন হ’ব৷

অর্থাৎ প্রাকৃতিক দুৰ্যোগৰ পৰিণতিত সৃষ্টি হ’ব পৰা দুর্ভিক্ষ বা আন কোনো প্রাকৃতিক প্রলয়ে দিশহাৰা কৰি তুলিব বিশ্ববাসীক। লক্ষ্যণীয়ভাৱে চলিত বৰ্ষত দেশৰ আন ৰাজ্যৰ লগতে অসমেও ভয়াৱহ প্রাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব লাগিব বুলি ‘ৱৰ্ল্ড মেট্ৰ’লজিকেল অর্গেনাইজেছনে’ দিয়া সতর্কবাণীৰ সময়তে অসমত ইতিমধ্যে পৰিস্ফুট হৈছে প্ৰকৃতিৰ ভাৰসাম্যহীন পৰিৱেশ।

আশ্চৰ্যকৰ হ’লেও এয়াই সত্য যে যোৱা অক্টোবৰৰ পৰা বৰ্তমানলৈকে ৰাজ্যত নাই পর্যাপ্ত বৰষুণ। ইণ্ডিয়া মেট্ৰ’লজিকেল ডিপার্টমেন্টে আজি প্ৰকাশ কৰা প্রতিবেদন মতে, চলিত বৰ্ষত অৰ্থাৎ যোৱা পহিলা জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে অসমত স্বাভাৱিক হাৰতকৈ ৬৯ শতাংশ বৰষুণ ঘাটি হৈছে।

এই পৰিসংখ্যা বৃহৎ ঘাটিৰূপে চিহ্নিত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগটোৱে। বিভাগটোৱে প্ৰকাশ কৰা প্ৰতিবেদন মৰ্মে অসমত এই সময়ছোৱাত ২৫.৫ মিলি মিটাৰ বৰষুণ হ’ব লাগিছিল যদিও এই স্বাভাৱিক হাৰৰ পৰিৱৰ্তে ৰাজ্যখনত বিগত ৪৫ টা দিনত বৰষুণৰ পৰিমাণ আছিল মাথোঁ ৭.৯ মিলি মিটাৰহে।

কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই বুলিও ভৱিষ্যদ্বাণী কৰিছে যে অসমত প্ৰান্তীয়ভাৱে ছেগা-চোৰোকাকৈ বৰষুণ পৰিলেও সামগ্ৰিকভাৱে ৰাজ্যখনত স্বাভাৱিক হাৰৰ বৰষুণ পৰাৰ তাৎক্ষণিক বৰষুণ পৰাৰ সম্ভাৱনা ক্ষীণ।

উল্লেখ্য যে বিগত ২০২২ত মুঠতে ৩৬৫ দিনৰ ভিতৰত অসমবাসীয়ে ১৪৩ টা দিনেই সন্মুখীন হৈছিল প্রতিকূল বতৰৰ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা শেহতীয়া প্রতিবেদন মতে, বিগত বছৰটোত অসমত প্ৰায় নিয়মীয়াকৈ অস্বাভাৱিক হাৰৰ বৰষুণ, বজ্ৰপাত, ধুমুহা আৰু বানপানীৰ দৰে প্ৰাকৃতিক পৰিঘটনাত প্ৰাণ হেৰুৱাইছিল ৩০১ জন লোকে।

বছৰটোত ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিনষ্ট হৈছিল ২,৪৫,৮৩৭ হেক্টৰ কৃষিভূমি আৰু ধ্বংস হৈছিল ৩,০৬,৩৬২টা বাসগৃহ। বছৰটোত প্রাকৃতিক দুর্যোগত মৃত্যু ঘটিছিল ৫৪,৯৪৮টা পশুধন। উল্লেখ্য যে সৰ্বভাৰতীয় পৰ্যায়ত বিগত বছৰটোত সামগ্ৰিকভাৱে ৩১৪টা দিনেই আছিল প্রাকৃতিক দুর্যোগে সৃষ্টি কৰা বিভীষিকাময় দিন।

সমগ্ৰ দেশত এনেবোৰ প্রাকৃতিক পৰিঘটনাত প্ৰাণ হেৰুৱাইছিল ৩,০২৬ জন লোকে। ক্ষতিগ্ৰস্ত হৈছিল প্রায় ১.৯৬ নিযুত হেক্টৰ কৃষিভূমি। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত যোৱা বছৰৰ তুলনাত চলিত বছৰটোত প্ৰাকৃতিক দুর্যোগে আৰু অধিক ভয়ংকৰ ৰূপ ল’ব বুলি গৱেষকসকলে দিয়া আগজাননীৰ মূলতে হ’ল অঞ্চলটোত ব্যাপক হাৰত অব্যাহত থকা বন ধ্বংস যজ্ঞ।

ভাৰত চৰকাৰে প্ৰকাশ কৰা ফৰেষ্ট ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিগত বৰ্ষৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে বিগত ২০১৯ৰ পৰা ২০২১লৈ এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যত সৰ্বমুঠ ১,০২০ বর্গ কিলোমিটাৰ বনভূমি হ্রাস পাইছিল।

সমগ্ৰ দেশৰ মুঠ বনভূমিৰ ভিতৰত ২৩.৭৫ শতাংশ বনভূমি পৰিৱেষ্টিত হৈ আছে উত্তৰ-পূৰ্বাঞ্চলত। লক্ষ্যণীয় যে অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলত বনভূমি হ্রাস পোৱাৰ বিপৰীতে একেটা সময়তে সমগ্ৰ দেশত গড় হিচাপত বনভূমিৰ পৰিমাণ ১,৫৪০ বর্গ কিলোমিটাৰ বৃদ্ধিহে পাইছে।

এই পৰিসংখ্যাই প্রকট কৰি তুলিছে জলবায়ু পৰিৱৰ্তনে দেশৰ আন ৰাজ্যৰ তুলনাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অধিক কুপ্ৰভাৱ পেলোৱাৰ সম্ভাৱনা।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: World Meteorological Organization
publisher

publisher

Related Posts

Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
India

March 29, 2023
Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
Assam

Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

March 29, 2023
Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী
Assam

Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

March 29, 2023
Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত
Assam

Moran Fire : মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

March 29, 2023
Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ
Assam

Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

March 29, 2023
Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ
India

Job : ভাল খবৰ ! গুজৰাট উচ্চ ন্যায়ালয়ত খালী আছে চিভিল জজৰ পদ

March 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: