Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Nepal Prime Minister : নেপালৰ নতুন প্রধানমন্ত্রী মাওবাদী নেতা প্রচণ্ড

চুক্তি ওলিৰ স'তে, ভাগ কৰা হ'ব পদ

publisher by publisher
December 25, 2022
in International, News
Reading Time: 2 mins read
0
Nepal Prime Minister : নেপালৰ নতুন প্রধানমন্ত্রী মাওবাদী নেতা প্রচণ্ড
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

চুবুৰীয়া নেপালী-পাকিস্তানীতকৈও অসুখী ভাৰতীয়সকল

Nepal Prime Minister :

প্রধানমন্ত্রী শ্বেৰ বাহাদুৰে আজি পুৱা নাটকীয়ভাৱে দেউবাৰ নেতৃত্বাধীন জোঁট ত্যাগ কৰে ।

ADVERTISEMENT

দুপৰীয়া বিৰোধী চিপিএন-ইউএমএল-সহ সৰু দলসমূহে সমর্থনৰ হাত আগবঢ়ায় । তেওঁলোকৰ সমর্থনত নেপালৰ পৰৱর্তী প্রধনামন্ত্রী হয় চিপিএন-মাওয়িষ্ট চেন্টাৰ নেতা পুষ্পকুমাৰ দাহাল ওৰফে ‘প্রচণ্ড’ ।

প্রাক্তন প্রধানমন্ত্রী কেপি শর্মা অ’লিৰ দলৰ স’তে চুক্তি হৈছে প্রচণ্ডৰ দলৰ । দুই দলৰ সিদ্ধান্ত মৰ্মেই প্রধানমন্ত্রী নিৰ্বাচিত হ’ব ।

প্রচণ্ডৰ দাবী মানি তেওঁক প্রথম প্রধানমন্ত্রী নিৰ্বাচিত কৰাৰ বিষয়ত সমৰ্থন জনাইছে অ’লিয়ে । সেয়ে এতিয়া প্রচণ্ডই হৈছে নেপালৰ নতুন প্রধানমন্ত্রী । পাছৰ পৰ্যায়ত প্রধানমন্ত্রী হ’ব অ’লি ।

দেওবাৰে পুৱাই নেপালী কংগ্রেছৰ নেতৃত্বাধীন পাঁচ দলৰ জোঁট ত্যাগ কৰে প্রচণ্ড‌গ । তেওঁক প্রথম পৰ্যায়ত প্রধানমন্ত্রীত্ব দিবলৈ প্ৰস্তুত নহয় প্রধানমন্ত্রী তথা নেপাল কংগ্রেছৰ প্রধান শ্বেৰ বাহাদুৰ দেউবাই ।

আনকি, প্রধানমন্ত্রীৰ লগতে ৰাষ্ট্ৰপতিৰ পদো নিজৰ দখলতে ৰাখিব বিচাৰিছে দেউবাই । চিপিএন-এমচিক সম্প্ৰতি অধ্যক্ষৰ পদেই দিব বিচাৰিছিল । কিন্তু প্রচণ্ড মান্তি নহয় । সেয়ে তেওঁ জোঁট ত্যাগ কৰে ।

ইয়াৰ পাছত দেওবাৰে অ’লিৰ বাছকোটৰ বাসভৱনত গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় প্রচণ্ডৰ নেতৃত্বাধীন চিপিএন-এমচি, ওলিৰ নেতৃত্বাধীন চিপিএন-ইউএমএল, ৰাষ্ট্রীয় স্বতন্ত্র পার্টি (আৰএছপি) আৰু অন্যান্য সৰু সৰু দল । লগতে সকলো দলৰ শীর্ষ নেতাসকলো আছিল ।

নিজৰ মাজত চুক্তি কৰি জোঁট চৰকাৰ গঠন কৰাৰ বিষয়ত সহমত হৈছে দলসমূহ । চিপিএন-এমচি নেতা দেৱ গুৰুংগ‌ই জনায়, নেপালৰ সংবিধানৰ ৭৬ (২) ধাৰা মৰ্মে ১৬৫ জন আইনপ্রণেতাই চুক্তিত স্বাক্ষৰ কৰিছে । এই চুক্তি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব ।

নেপালত হাউছ অৱ ৰিপ্রেজেন্টেটিভছৰ সদস্য সংখ্যা ২৭৫ । তাত ১৬৫ জনৰ সমর্থন পাইছে নতুন জোঁট চৰকাৰে ।

ইয়াৰ ভিতৰত চিপিএন-ইউএমএলৰ ৭৮ জনৰ সমর্থন লাভ কৰিছে নতুন জোঁট চৰকাৰে । প্রচণ্ডৰ দল চিপিএন-এমচিৰ ৩২ জনৰ সমর্থন আছে । আৰএছপিৰ ২০ জন, আৰপিপিৰ ১৪ জন, জেএছপিৰ ১২ জন, জনমত দলৰ ছজন আৰু নাগৰিক উন্মুক্তি পার্টিৰ তিনিজনৰ সমর্থন আছে ।

চিপিএন-ইউএমএলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেলে কয়, ‘‘সংখ্যাগৰিষ্ঠ দল হৈও নেপালী কংগ্রেছ চৰকাৰ গঠন কৰিব পৰা নাই । এতিয়া প্রচণ্ডৰ নেতৃত্বত চিপিএন-ইউএমএলৰ নতুন চৰকাৰ গঠন কৰিবলৈ উদ্যোগী হৈছে । ১৬৫ জন আইনপ্রণেতাই ইয়াত সমর্থন জনাইছে ।’’

প্রসংগত, নেপালৰ নিম্নকক্ষত সংখ্যাগৰিষ্ঠ দল হ’ল নেপালী কংগ্রেছ । তেওঁলোকৰ আসনৰ সংখ্যা ৮৯খন । চৰকাৰ গঠনৰ বাবে ১৩৮ জনৰ সমর্থন প্রয়োজন ।

ইফালে, নতুন জোঁট চৰকাৰৰ ১৬৫ জনৰ সমর্থন আছে । প্রধানমন্ত্রী হোৱাৰ পাছত ৩০ দিনৰ ভিতৰত আস্থাভোটত নিজৰ সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিব লাগিব প্রচণ্ড‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KP Sharma OliNepalNepal Prime MinisterPrachanda
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d