Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Atul Bora : আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য কৰাই আমাৰ লক্ষ্য : অতুল বৰা

publisher by publisher
March 12, 2023
in News, Assam
Reading Time: 2 mins read
0
Atul Bora : আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য কৰাই আমাৰ লক্ষ্য : অতুল বৰা
1
SHARES
11
VIEWS
ShareShareShareShare

Atul Bora :

আজি দৰং জিলাৰ মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত মঙলদৈ লোকসভা সমষ্টি ভিত্তিক দলীয় কৰ্মকতা সন্মিলনত সভাপতিত্ব কৰি বৰাই কয় যে অসম তথা উত্তৰ পূবাঞ্চলক লৈ কংগ্ৰেছৰ দৃষ্টিভংগী কোনো সলনি নহ’ল। জৱাহৰলাল নেহেৰুৰ পৰা বৰ্তমানৰ কংগ্ৰেছ সভাপতি মল্লিকা অৰ্জুন খৰ্গেলৈ একে দৃষ্টি ভংগীতে আছে কংগ্ৰেছ।

ADVERTISEMENT

এই কংগ্ৰেছৰ পৰা অসম তথা উত্তৰ পূবাঞ্চলৰ উন্নয়নৰ কোনো আশা কৰিব নোৱাৰি। তেওঁ কয় যে অগপ বিজেপি দলৰে মিত্ৰতা আছে আৰু আগন্তুক দিনলৈ ই থাকিব।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাই আদৰণি ভাষণ দিয়া দলীয় কৰ্মকতা সন্মিলন খনত সভাপতি বৰাই আৰু কয় যে আন্দোলন দল সুকীয়া বিষয়।

অগপ কোনো ছাত্র সংগঠন নহয় ই এটা ৰাজনৈতিক দলহে বুলি তেওঁ কয়। তেওঁ কয় যে কোনো এটা দল ক্ষমতাত থাকিল বুলিয়েই যোগ যোগান্তৰলৈ ক্ষমতা নাথাকে। সেয়া আমাক ইতিহাসে কৈছে।

দুবাৰকৈ ক্ষমতাত থকা আমাৰ দলটোৱে ১২৬ খন আসনৰ ভিতৰত ন খনত বিজয়ী হৈছোঁ। সেয়েহে কোনোবাই সমালোচনা কৰিলেও আমি এখোজ আগুৱাই এখোজ পিছুৱাই পৰিৱৰ্তিত পৰিস্থিতিৰ স’তে আগুৱাই যাব বিছাৰিছো।

আমাৰ দলৰ বহু নেতা ইতিমধ্যে আঁতৰি গৈছে, কেৱল তৃণমূল কৰ্মীয়েহে আমাৰ দলটো ধৰি ৰাখিছে। সেয়েহে তৃণমূল কৰ্মীৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলিব লাগিব। সভাপতি বৰাই যিকোনো মূহুৰ্ততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব পাৰে বুলি কৈ পঞ্চায়ত নিৰ্বাচনলৈ দলীয় কৰ্মী সকলক সাজু হ’বলৈ আহবান জনায়।

উল্লেখ্য যে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ, কলাইগাওঁ, ছিপাঝাৰ, দলগাঁও, নলবাৰী ৰঙিয়া, কমলপুৰ, পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ অগপৰ বিধান পৰিষদৰ দলীয় কৰ্মকতা সকলৰ উক্ত সন্মিলনত অংশগ্ৰহণ কৰি দলৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে অগপ দলটো এতিয়া এটা শক্তিশালী ৰাজনৈতিক দল।

ই সদায়েই অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰি যাব। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখনত দলটিৰ ন জন নিৰ্বাচিত বিধায়কৰ লগতে প্ৰাক্তন মন্ত্ৰী ডঃ জয়নাথ শৰ্মা, মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, দলৰ উপসভাপতি মনোজ শইকীয়া সুনীল ডেকাৰ লগতে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, দলৰ কৃৰ্ষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, কেন্দ্ৰীয় নেতা অতুল গোস্বামী, ৰমেশ ডেকাই অংশগ্ৰহণ কৰে।

উল্লেখ্য যে বিজেপি দলৰ দখলত থকা মঙলদৈ লোকসভা সমষ্টিটো আগন্তুক নিৰ্বাচনত অগপ দলক এৰি দিবলৈ তৃণমূল কৰ্মী সকলে দাবী কৰিছে।

দুবাৰকৈ অগপৰ সাংসদৰ দখলত থকা মঙলদৈ লোকসভা সমষ্টিটো পুনৰ অগপ দলে দখল কৰিব পাৰিব বুলি তৃণমূল কৰ্মী সকলে দাবী কৰা বিষয়টো তাৎপৰ্য বহন কৰিছে।

আনহাতে মঙলদৈ বিধানসভা আৰু কলাইগাওঁ বিধানসভা সমষ্টিৰ কিছু অংশ লৈ গঠিত মুদৈবৰী বিটিচি পৰিষদীয় সমষ্টিটো অগপ দলক এৰি দিবলৈ মিত্ৰ বিজেপি দলক আহবান জনাইছে অন্যাৰ্থ মুদৈবৰী সমষ্টিত অগপই নিজাববীয়াকৈ প্ৰতিদন্দিতা কৰি হলেও সমষ্টিটো দখল কৰিব বুলি অধিকাংশ কৰ্মীয়ে দাবী উথাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAtul BoraDarrang
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d