Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mansukh Mandaviya : জনবহুল স্থানত মাস্ক পৰিধান আৰু ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ

চীন-জাপান-দক্ষিণ কোৰিয়াসহ চাৰিখন দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি

publisher by publisher
December 21, 2022
in COVID-19, India, News
Reading Time: 2 mins read
0
Mansukh Mandaviya : জনবহুল স্থানত মাস্ক পৰিধান আৰু ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

COVID-19 : মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়া চিকিৎসকক কাৰাদণ্ড জার্মানীত

Mansukh Mandaviya :

চীন, জাপান আৰু দক্ষিণ কোৰিয়াসহ চাৰিখন দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় ৷

ADVERTISEMENT

বুধবাৰে দেশবাসীক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহতৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড: মনসুখ মাণ্ডৱিয়াই ৷

এক টুইটাৰযোগে দেশসমূহত সংক্ৰমণৰ স্থিতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ এই সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে তেওঁৰ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়া বৰ্গৰে এক বৈঠকত মিলিত হৈ পৰ্যালোচনা কৰে ক’ৰণা প্ৰতিহত কৰা সন্দৰ্ভত ৷

তেওঁ কয় “কিছুমান দেশত ক’ভিড বাঢ়ি অহা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় ৷ কোভিড এতিয়াও শেষ হোৱা নাই। এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে সতৰ্ক হ’বলৈ আৰু নিৰীক্ষণ শক্তিশালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । অৱশ্যে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুত আছে কেন্দ্ৰ ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে আন বিশেষজ্ঞসকলৰ সৈতে হোৱা বৈঠকৰ পিছত নীতি আয়োগৰ স্বাস্থ্য সদস্য ড: বিনোদ কুমাৰ পালে কয়,দেশৰ নাগৰিকসকলক ঘৰৰ ভিতৰত আৰু বাহিৰত মাস্ক পিন্ধিবলৈ আহ্বান জনায় আৰু তেওঁলোকক ক’ভিড-১৯ ভেকছিনৰ পালি সাৱধানতাৰে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

পালে আৰু কয়, “যদি আপুনি জনসমাগমৰ মাজত, ঘৰৰ ভিতৰত বা বাহিৰত থাকে তেনেহ’লে মাস্ক ব্যৱহাৰ কৰিব। শিশু বা বয়স্ক লোকসকলৰ বাবে এই নিয়ম অধিক গুৰুত্বপূৰ্ণ। “কেৱল ২৭-২৮ শতাংশলোকে সাৱধানতাৰে ভেকচিন গ্ৰহণ কৰিছে। আনহাতে ড: পালে কয়, এতিয়ালৈকে দেশখনত বিমান চলাচলৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই ।”

উল্লেখ্য যে, চীনত যোৱা মাহত বিৰাট গণ প্ৰতিবাদৰ পিছত শ্বাসৰুদ্ধ হোৱা নিষেধাজ্ঞা শিথিল কৰাৰ পিছৰে পৰা ঘটনাবোৰ বৃদ্ধি হোৱা দেখা গৈছে। তাৰ পাছতে সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে ৷

দৈনিক ক’ভিড টেষ্টৰ গণনাই এই মাহৰ প্ৰথম দুসপ্তাহত নতুন অভিলেখ স্পৰ্শ কৰিছে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি চীনে সোমবাৰে পাঁচটা আৰু দেওবাৰেদুটা মৃত্যুৰ কথা সদৰি কৰিছিল ৷ ইয়াৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা ৫,২৪২ লৈ বৃদ্ধি পায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSMansukh Mandaviya
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d