Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Budget 2023-24: বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৰাজ্যিক বাজেট

বিত্ত মন্ত্ৰীগৰাকীৰ দ্বিতীয় খন পূৰ্ণাংগ বাজেট

publisher by publisher
March 16, 2023
in India, Assam, News
Reading Time: 5 mins read
0
Assam Budget 2023-24: বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৰাজ্যিক বাজেট
14
SHARES
140
VIEWS
ShareShareShareShare

Assam Budget 2023-24:

আজি অসম বিধানসভাৰ পঞ্চম দিনটোত সদনত বিত্তমন্ত্রী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

ADVERTISEMENT

চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ। মুঠ ঘৰুৱা উৎপাদন- ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰা বুলি উল্লেখ কৰি এই বৰ্ষত অর্থাৎ ২০২২-২৩ বৰ্ষত অধিক ব্যয় কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বাজেট ভাষণত ।

বিত্তমন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে জনমূৰি আয় । বৰ্তমান ৰাজ্যৰ জমা আৰু ঋণৰ অনুপাত ৫৭.৫ শতাংশলৈ বৃদ্ধি হোৱা বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

কিন্তু এই সকলোৰে মাজত বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ নকৰা বিষয়টি হ’ল ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পায় অহা জনমূৰি ঋণৰ পৰিমাণ । ৰাজ্যৰ প্ৰতিজন লোকৰ মূৰত আছে ৩৮ হেজাৰ টকাৰ ঋণ । ১৪ মাৰ্চ, ২০২৩ লৈ ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ’ল ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ।

বিত্তমন্ত্ৰী গৰাকীৰ পূৰ্বৰ ভাষ্য অনুসৰিয়েই, ২০২২ বৰ্ষৰ মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈ কেৱল ৮ মাহতেই ৰাজ্য চৰকাৰে ১৯ হাজাৰ ৩৫৩ কোটি টকা ঋণ লৈছিল ।

মনকৰিবলগীয়া যে,অজন্তা নেওগে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যৰ বাজেটত একত্ৰীকৃত নিধিত মুঠ ১৩৯৪৪৩.৮৮ কোটি টকাৰ প্ৰাপ্তিৰ প্ৰদৰ্শন কৰা হৈছে।

ইয়াৰে ১১৪০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী ধন ২৫৩৫৯.১৯ কোটি টকা মূলধনী শিতানৰ। বিভিন্ন উৎসৰ পৰা অহা একত্ৰীকৃত নিধিৰ আনুমানিক প্ৰাপ্তিৰ তালিকা অনুসৰি ৰাজ্যিক কৰৰ পৰা ৩০০০১.৬৬ কৰহীন ৰাজহ, ৭০১০.৮৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়া ৰাজহ, ৩১৯৫০.৮৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবত ৩১১৩০.৪৮ কোটি টকা বিত্তীয় আয়োগৰ অনুদান, ১০১৮৬.৩৯ কোটি টকা।

বাজেটখনত মুল বিষয় কেইটামান সন্নিৱিষ্ট কৰা হৈছে ৷ উজ্জীৱিত অসমৰ ভেটি নিৰ্মাণৰ লক্ষ্য বাজেটত। দৰিদ্ৰতা, নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্য বাজেটত।

মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটিৰ সীমা অতিক্ৰমৰ লক্ষ্য। চলিত বৰ্ষত ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য। নিষ্পত্তি নোহোৱা গোচৰৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ।

বিত্তমন্ত্ৰীয়ে কয়,চৰকাৰী চাকৰিত এক লাখ নিযুক্তি প্ৰতিশ্ৰুতিৰে চৰকাৰে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ইতিমধ্যে ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে।

ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পর্যায়ো সমাপ্ত হ’ব ৷ মে’ মাহত দিয়া হ’ব ৪০ হেজাৰ নতুন নিযুক্তি ৷

আনহাতে স্বাস্থ্য খণ্ড ব্যাপক অগ্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ লক্ষ্যৰে ৰেচন কাৰ্ড থকা প্ৰায় ২৭ লাখ লোকে ৫ লাখকৈ নগদবিহীন বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ বিষয়ে বাজেট খনত উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে একেদৰে
ৰাজ্য চৰকাৰে ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে।

ইতিমধ্যে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পর্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হৈছে ।

তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ।

বাজেট খনত শিক্ষা খণ্ড সম্পৰ্কত বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন চৰকাৰৰ ১১৯খন আদর্শ বিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা হাতত লৈছে চৰকাৰে।

ইফালে, মঙলদৈত ১০১৬ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে দক্ষতা বিশ্ববিদ্যালয়ৰ কাম চলি আছে বুলিও উল্লেখ কৰে অজন্তা নেওগে।

পলকতে বাজেট খনৰ কিছু কিয়দাংশ :
আত্মসহায়ক গোট সমূহৰ প্ৰতিগৰাকী মহিলা সদস্যৰ একাউণ্টলৈ দিয়া হ’ব এহেজাৰ টকা ৷ অৰুণোদয় আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধি ৷
অৰুণোদয় ২.০ত ১০ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৷ ১৭ লাখৰ পৰা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাব ২৭.৫ লাখলৈ ৷ আঁচনিখনৰ বাবত বাজেটত ধাৰ্য ৩,৪২০ কোটি টকা ৷

কৃষি আয়কৰ ৰেহাই দি অহা তিনিবৰ্ষলৈ কৃষি আইকৰ ৰেহাই ৷

বাল্য বিবাহ সম্পৰ্ক বাজেটত উল্লেখ কৰা হৈছে প্ৰতি ছমাহৰ মুৰে মুৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷২০২৬ ৰ ভিতৰত বাল্যবিবাহ বিহীন অসম গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে ৷

ৰাজ্যৰ শতবৰ্ষ গৰকা নামঘৰ,মন্দিৰ,মছজিদ,গীৰ্জা আৰু গুৰুদ্বাৰলৈ চৰকাৰে আগবঢ়াব ১৫ লাখ টকাৰ অনুদান ৷
অৰুণোদয় হিতাধিকাৰী সকলে চলিত বৰ্ষৰ শেষৰ ফালে লাভ কৰিছে ১৪০০ টকা ৷

ৰাজ্যৰ যুৱক- যৱতীৰ বাবে এটা ভাল খবৰ ৷ এই বৰ্ষৰ মাজ মাহত ৪০ হেজাৰ চাকৰিৰ বিজ্ঞাপন দিব চৰকাৰে ৷
নিবনুৱালৈ স্ব-নিয়োজনৰ বাবে বৃহৎ প্ৰস্তাৱ ৷

১লাখ যুৱক-যুৱতীলৈ ২লাখ টকাৰ এককালীন সাহাৰ্য ৷ ২লাখ নিৱনুৱাৰ বাবে তিনি বছৰত বিনিয়োগ কৰা হ’ব ৫০০০ কোটি টকা ৷
স্ব-নিয়োজনৰ এই বৃহৎ আঁচনিৰ বাবে ১০০০ কোটি আবন্টন বাজেটত ৷ বৈদ্যুতিক বাহনৰ গৰাকীয়ে পাব পঞ্জীয়ন মাচুল ৰেহাই  ৷ ২ শতাংশ ৰেহাই পাব যান-বাহননৰ কৰ  ৷

 ৫০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক দিব এক কোটি টকাকৈ ৷ চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল ৷

ৰাজ্যৰ আঠ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা বাজেটত ৷ মহাবিদ্যালয় কেইখন হ’ল নগাঁও মহাবিদ্যালয়,শিৱসাগৰ মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়,কোকোৰাঝাৰ চৰকাৰী মহাবিদ্যালয়,বঙাইগাঁও মহাবিদ্যালয়,যোৰহাট জে বি মহাবিদ্যালয়,উত্তৰ লখিমপুৰ মহাবিদ্যালয়,শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয় ৷ উল্লেখ্য যে গহপুৰতো হ’ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam AssemblyAssam Budget 2023-24DispurFinance Minister Ajanta Neug
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d