Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DGP G P Singh : অপৰাধ ৰোধ আৰু পুৰণি গোচৰ নিষ্পত্তি খৰটকীয়া কৰিবলৈ নিৰ্দেশ ডি জি পিৰ

থানাৰ তথ্যপাতি ডিজিটেলাইজ কৰি তিনি মাহৰ ভিতৰত সম্পূৰ্ণৰ নিৰ্দেশ

publisher by publisher
February 16, 2023
in India, Assam, News
Reading Time: 2 mins read
0
DGP G P Singh : অপৰাধ ৰোধ আৰু পুৰণি গোচৰ নিষ্পত্তি খৰটকীয়া কৰিবলৈ নিৰ্দেশ ডি জি পিৰ
3
SHARES
25
VIEWS
ShareShareShareShare

DGP G P Singh:

ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ তথা গোচৰ নিষ্পত্তি বাবে শেহতীয়াকৈ অসম আৰক্ষীত নতুনকৈ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক( অপৰাধ) ৰ স’তে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক বৈঠকত মিলিত হয় ৷

ADVERTISEMENT

বৈঠকতে বহুদিনৰ পৰা থানা সমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত ক্ষিপ্ৰতাৰে কৰিবলৈ জিলা আৰক্ষী আধীক্ষক সকললৈ নিৰ্দেশ দিয়ে সঞ্চালক প্ৰধান গৰাকীয়ে ৷

RelatedPosts

Three sub-inspectors of Bashishta Police station Reserved closed:বশিষ্ট আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ তদন্ত ঘোষণা

Funeral of IPS officer Shiladitya Chetia will be held Today:আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন হ’ব আই পিএছ বিষয়া শিলাদিত্য চেতিয়াৰ নশ্বৰদেহ

Ulfa(I) Cadre Surrender:ডিজি পি জি সিঙৰ উপস্থিতিত আত্মসমর্পণ চাৰি আলফা (স্বাঃ)ৰ কেডাৰ

একেদৰে থানা সমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰ সমূহ তৎকালীনভাৱে তদন্ত কৰি কেনেদৰে ক্ষীপ্ৰতাৰে চাৰ্জশ্বীট দাখিল কৰিব পাৰি তাৰ ওপৰতো বিষদভাৱে আলোচনা কৰা হয় বৈঠক খনিত ৷

এতিয়াৰ পৰা থানা সমূহত গোচৰৰ সংখ্যা হ্ৰাস কৰা,গোচৰ পঞ্জীয়ন ডিজিটেল চিষ্টেম কৰা আৰু গোচৰৰ ক্ষেত্ৰত চৰকাৰী অধিবক্তাক যথাযথভাৱে থানা সমূহে সহায় কৰাৰ লগতে অভিযুক্তক দোষী সাব্যস্তকৰণৰ বাবে সাক্ষীৰ উপস্থিতি নিশ্চিতৰ বাবে এছ পি সকলক নিৰ্দেশ দিয়ে জি পি সিঙে ৷

বিশেষকৈ ৰাজ্যৰ থানাসমূহত বহু বছৰৰ পৰা নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহ কম সময়ৰ ভিতৰত তদন্ত কৰি চাৰ্জশ্বীট দিব পাৰি তাৰ ওপৰত পৰ্যালোচনা কৰে ৷

জিলাসমূহত অপৰাধজনিত ঘটনা নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা, গোচৰ পঞ্জীয়ন, বিচাৰ প্ৰক্ৰিয়াত লোক অধিবক্তাক যথাযথ সহযোগিতা প্ৰদান কৰাৰ লগতে আদালতত অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বাবে সাক্ষীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলাসমূহৰ আৰক্ষীক নিৰ্দেশ দিয়ে ডিজিপি জিপি সিঙে ৷

আনহাতে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক আৰু উপ-মহাপৰিদৰ্শকৰ মাণ্ডলিক কাৰ্যালয়ত প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠক ৷

একেদৰে গুৱাহাটীস্থ চি আই ডি মুখ্য কাৰ্যালয়ত মহানগৰ আৰক্ষী আৰু পুলিচ হেড কোৱাৰ্টাৰে যুটীয়াভাৱে বৈঠকত মিলিত হ’ব ৷বৈঠকত দীৰ্ঘদিনৰ পৰা তদন্তবিহীন ভাৱে পৰি থকা গোচৰ সমূহ নিৰীক্ষণ,সন্ধানহীন লোকৰ গোচৰ সমহ তৎকালীনভাৱে কৰাৰ লগতে তদন্তত বিজ্ঞানসন্মত ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ যাবতীয় নিৰ্দেশনা দিয়ে ডি জি পি গৰাকীয়ে ৷

উল্লেখ্য যে যিবোৰ জিলাই গোচৰৰ তদন্ত ক্ষীপ্ৰতাৰে কৰাৰ ক্ষেত্ৰত গাফিলতি কৰে তাৰ জবাবদিহি হ’ব লাগিব বুলি সতৰ্ক কৰি দিয়ে জি পি সিঙে ৷

আনহাতে অপৰাধ ৰোধৰ ক্ষেত্ৰত গ্ৰামাঞ্চল সমূহত গাঁওৰক্ষী বাহিনীৰ জৰিয়তে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ডিজিটেলাইজ কৰিবলৈ আহ্বান জনাই ডিজি পি গৰাকীয়ে প্ৰত্যেক খোলা দিনত জিলাৰ আৰক্ষী অধীক্ষক সকলে নিজ নিজ কাৰ্যালয়ত দুঘণ্টাৰ বাবে আৰক্ষী দৰবাৰ অনুষ্ঠিত কৰি ৰাইজৰ পৰা পোনপটীয়াকৈ ওজৰ-আপত্তি গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Police HeadquarterDgp Gp SingState Crime Conference
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d