Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ajanta Neug:লেখানুদান সদনত উদ্থাপন বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ৰাজ্যিক ঘৰুৱা উৎপাদন দিনক দিনে বৃদ্ধি

publisher by publisher
February 17, 2026
in Assam
Reading Time: 1 min read
0
Ajanta Neug:লেখানুদান সদনত উদ্থাপন বিত্তমন্ত্ৰী অজন্তা নেওগৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Assam Assembly 3ed Day Session:অসম বিধানসভাৰ অধিবেশনৰ তৃতীয় দিনাও উত্তাল সদন

AIUDF Mla Protest:মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সদনৰ বাহিৰত এআইইউডিএফ বিধায়ক সকলৰ প্ৰতিবাদ

Akhil Gogoi:পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিনত অথন্তৰ

ADVERTISEMENT

Ajanta Neug:

পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয়টো দিনত পূণাংগ বাজেটৰ সলনি ৪ মাহৰ বাবে সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান ৷ নেওগে লেখানুদান দাখিল কৰি দিয়া ভাষণত উল্লেখ কৰে যে ২০১৫-১৬বৰ্ষত বাজেট আছিল ৭২,৫৭৩কোটি টকাৰ। ১০ বছৰত অৰ্থাৎ ২০২৫-২৬বৰ্ষত বাজেটৰ আকাৰ হৈছেগৈ ১,৫৫,৯৬৫ কোটি টকাৰ। ৰাজ্যিক ঘৰুৱা উৎপাদন দিনক দিনে বৃদ্ধি পায়ছে ৷ ৪৫ শতাংশলৈ বৃদ্ধি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন৷ ২০২৫-২৬ বিত্তীয় বর্ষত ৭,৪৫,২৯৩ কোটি টকালৈ বৃদ্ধি হ’ব ৰাজ্যিক ঘৰুৱা উৎপাদন৷ আগন্তুক বৰ্ষত এই বৃদ্ধি ৮,৭১,৪৫১ কোটি টকালৈ বৃদ্ধি হ’ব ৷ একেদৰে অসমে প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অর্থনীতিলৈ অসম পৰিণত হ’ব বুলি মন্তব্য কৰে ৷

আনহাতে কৰ সংগ্ৰহত সফল হৈছে চৰকাৰ সফল হৈছে বুলি দাবী কৰি মন্ত্ৰী গৰাকীয়ে সদনত কয় যে, বছৰি বৃদ্ধি পাইছে ১৩% কৰ সংগ্ৰহৰ পৰিমান | ২০২০-২১ বৰ্ষত কৰ সংগ্ৰহ ১৭,১৩৪ কোটি হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত কৰ সংগ্ৰহ বৃদ্ধি পাই ৩০,০৫২কোটিলৈ ৷

বিত্ত মন্ত্ৰী গৰাকীয়ে হিতাধিকাৰীৰ বাবে এক ভাল খবৰ বুলি সদনত ঘোষণা কৰি কয় , বৃদ্ধ পেঞ্চন ২৫০ৰ পৰা ৪০০লৈ বৃদ্ধি কৰাৰ লগতে বিধৱা পেঞ্চন ৩০০টকাৰ পৰা বৃদ্ধি কৰা হয় ১২৫০টকালৈ ৷এ কেদৰে অংগনৱাড়ী কৰ্মীৰ দৰমহা ৬৫০০ৰ পৰা ৮০০০লৈ বৃদ্ধিৰ বিপৰীতে অংগনৱাড়ী সহায়িকাৰ ৩২৫০ টকাৰ পৰা ৪০০০লৈ বৃদ্ধি কৰা হয় পাৰিতোষিক ৷ আনহাতে ৰান্ধনীৰ দৰমহা ১৫০০ৰ পৰা বৃদ্ধি কৰা হয় ২০০০লৈ ৷ আশাকৰ্মীৰ দৰমহা ৩০০০ৰ পৰা ৪০০০লৈ বৃদ্ধি কৰা হয়। চুপাৰভাইজাৰৰ দৰমহা ৯০০০ৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ একেদৰে মহিলা উদ্যমিতা আঁচনিত বৃদ্ধি পাব হিতাধিকাৰীৰ সংখ্যা ৷

বিত্ত মন্ত্ৰী গৰাকীয়ে সদনত ঘোষণা কৰি কয় ,প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষক-টিউটৰৰ বাবে গুৰুদক্ষিণা’ আঁচনি ৷ শিক্ষাৰ্থীলৈ আগবঢ়োৱা অৱদানক সন্মান জনায় এই আঁচনি ৷ তেজপুৰ-বাইহাটাৰ মাজত নিৰ্মাণ কৰা হব চাৰিলেনযুক্ত পথ ৷একেদৰে নগাঁও-মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব দলং ৷ আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা জাগীৰোডলৈ হ’ব এলিভেটেড কৰিড’ৰ ৷ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ হ’ব এক্সপ্ৰেছ কৰিড’ৰ ৷ গুৱাহাটী, জাগীৰোড, পলাশবাৰীক সংযোগেৰে হ’ব ঔদ্যোগিক কৰিড’ৰ ৷ নগাঁও, ডিফু, উমৰাংছ’, মাজুলী আৰু মানাহত হ’ব বিমানবন্দৰ I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Assembly Budget Sessionbudget submitFinance Minister Ajanta Neug
publisher

publisher

Related Posts

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d