Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি

চেমিম চুলতানা আহমেদ সভাপতি,ধনজিৎ কুমাৰ দাস সাধাৰণ সম্পাদক নির্বাচিত

publisher by publisher
March 30, 2023
in India, Assam, News
Reading Time: 1 min read
0
Jua 27th Conference In Manas:মানাহত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক দুদিনীয়া অধিবেশনৰ সামৰণি
2
SHARES
22
VIEWS
ShareShareShareShare

Jua 27th Conference In Manas :

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী লজত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জার্নেলিষ্ট ইউনিয়ন অফ অসম (জুৱা)ৰ ২৭ সংখ্যক বার্ষিক অধিবেশনৰ আজি সামৰণি পৰে।

ADVERTISEMENT

এই উপলক্ষে  পুৱা পতাকা উত্তোলন কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ সভাপতি বেদৱত লহকৰ আৰু স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি চেমিম চুলতানা আহমেদে। তাৰ পাছতেই লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভা।

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

সাংবাদিক মনোহৰ ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু ধনজিৎ কুমাৰ দাসে সম্পাদকীয় প্রতিবেদন পাঠ কৰা সভাত ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠক, জার্নেলিষ্ট ইউনিয়ন অফ অসমৰ কাৰ্যকৰী সভাপতি চেমিম চুলতানা আহমেদ, পলাশ ৰঞ্জন দাস, সমীৰণ চৌধুৰী, ৰূপম কাকতি ,কেশৱ বৰুৱাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ সাংবাদিকে অংশগ্রহণ কৰে।

সভাত জার্নেলিষ্ট ইউনিয়ন অফ অসমৰ পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন বি সমিতিখনৰ সভাপতিৰূপে নিৰ্বাচিত হয় চেমিম চুলতানা আহমেদ, সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাস, উপ-সভাপতি পলাশ ৰঞ্জন দাস, সমীৰণ চৌধুৰী, অজিত বসুমতাৰী,ৰূপম কাকতি আৰু সবিতা লহকৰ আৰু যুটীয়া সম্পাদক মনোহৰ ৰাজবংশী,জ্যোতিৰ্ময় চক্ৰৱৰ্তী, কোষাধ্যক্ষ কল্লোল শ‍ইকীয়া, প্ৰচাৰ সচিব পল্লৱী শ‍ইকীয়া,মনোৰঞ্জন মৰাণ। মুঠ ৪১ জনীয়া সদস্যবে উক্ত সমিতিখন গঠন কৰা হয়।

উল্লেখ্য সুদীৰ্ঘ ২৭ বছৰৰ মূৰকত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ নৱগঠিত সমিতিখনত জ্যেষ্ঠ সাংবাদিক চেমিম চুলতানা আহমেদ প্ৰথমগৰাকী মহিলা সভাপতিৰূপে সর্বসম্মতিক্রমে নির্বাচিত হয়।

সভাৰ পাছতেই ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতার্থ পাঠকে সম্প্রতি সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ শিথিলতাৰ ওপৰত মন্তব্য কৰি কয়, ‘আজিৰ দিনত চৰকাৰৰ ফালৰপৰা সাংবাদিকৰ স্বাধীনতা যেনে কথা কোৱাৰ স্বাধীনতা বাতৰি প্ৰকাশ কৰাৰ স্বাধীনতা আদিৰ ওপৰত হেঁচা আৰু আক্ৰমণ আহিছে।

চৰকাৰক যদি আমি সমালোচনা কৰো তেতিয়া চৰকাৰে আমাৰ সাংবাদিক সকলোকেই হওঁক বা সাধাৰণ নাগৰিকেই হওঁক সমালোচনা কৰিব নোৱাৰাকৈ হেঁচা এটা দিয়ে।

কেতিয়াবা এনেকুৱা হৈ আহিছে যে যদি কোনো মন্ত্রী-বিধায়কে কোনো চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গাফিলতি কৰে তেতিয়া সাংবাদিকে নিজৰ কৰ্তব্যৰ ভিতৰত থাকি প্ৰশ্ন কৰে যে আপুনি দিয়া প্রতিশ্রুতি মতে কামবোৰ হৈ নুঠিল কিয় তেতিয়া সেই সাংবাদিক গৰাকীকেই ভয়-ভীতি দেখুৱাই চৰকাৰী কামত বাধা দিয়া বুলি পুলিচ লগাই গ্ৰেপ্তাৰ কৰা হয় ।

তেতিয়া বুজিব লাগিব যে আমাৰ দেশত সাংবাদিকৰ স্বাধীনতা সংকুচিত হৈ আহিছে। আমি আশা কৰিম চৰকাৰে যাতে মুক্ত সাংবাদিকতাক মূল্য দিয়ে।

দুদিনীয়া অধিবেশনৰ কাৰ্যসূচীমৰ্মে মঙলবাৰে সন্ধিয়া শিবিৰ মুকলিৰ লগতে প্রতিনিধি সভা অনুষ্ঠিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 27th ConferenceBahbariJournalists Union Of AssamManas National Park
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d