Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Rozgar Mela:গুৱাহাটী, শিলিগুৰি আৰু ডিমাপুৰত ৰোজগাৰ মেলা

দেশৰ ৭১ হাজাৰ যুৱক-যুৱতীক প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বিতৰণ কৰিলে নিযুক্তিপত্ৰ

publisher by publisher
April 13, 2023
in India, Assam, News
Reading Time: 2 mins read
0
National Rozgar Mela:গুৱাহাটী, শিলিগুৰি আৰু ডিমাপুৰত ৰোজগাৰ মেলা
1
SHARES
12
VIEWS
ShareShareShareShare

National Rozgar Mela:

কেন্দ্ৰীয় চৰকাৰে ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ প্ৰায় ৭১,৫০৬ হেজাৰ নিবনুৱাক ইতিমধ্যে নিযুক্তিৰ বাবে নিৰ্বাচিত কৰাৰ পাছত আজি পুৱা ১০-৩০ বজাত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰণ কৰে নিযুক্তিপত্ৰ।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কেতবোৰ পদত নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মাজত বিতৰণ কৰাৰ বাবে দেশৰ ভিন্ন স্থানত অনুষ্ঠিত হয় ৰোজগাৰ মেলা।

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Pm Modi Election Rally in Barpeta: বৰপেটাত বিশাল জনসভাত মোডীৰ উদাত্ত ভাষণ

সেই অনুসৰি উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰ মুখ গুৱাহাটীৰ লগতে নগালেণ্ডৰ ডিমাপুৰ আৰু পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ সদৰ শিলিগুৰিত অনুষ্ঠিত হয় ৰোজগাৰ মেলা ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে দিল্লীৰ পৰা ভাৰ্জুৱেলী ৰোজগাৰ মেলা শুভাৰম্ভ কৰাৰ পাছতে গুৱাহাটীৰ মালিগাঁওৰ ৰং ভৱনত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আয়োজন কৰা ৰোজগাৰ মেলাত অংশ লৈ কেন্দ্ৰীয় জাহাজ,জল পৰিবহণ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিতৰণ কৰে নিযুক্তিপত্ৰ।

WhatsApp Image 2023 04 13 at 1.35.02 PMনিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সৰ্বানন্দ সোণোৱালৰ ভাষণত কয় যে, আগন্তুক ২৫ বছৰত আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ সপোন আছে ।

আজি ৯ বছৰত শক্তিশালী অৰ্থ ব্যৱস্থা গঢ় লৈ উঠিছে। বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত এতিয়া ভাৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰে বিকাশ হৈ আগন্তুক দিনত অৰ্থনৈতিক দিশত ভাৰতবৰ্ষই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
মন্ত্ৰী গৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰা সকলো যুৱক যুৱতীক সততা, নিষ্ঠাৰে, কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান কৰে।
অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা ,এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক সহ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

আনহাতে নাগালেণ্ডৰ বাণিজ্যিক চহৰ ডিমাপুৰৰ ইমলিয়াঞ্জাৰ মে’মৰিয়েল চেন্টাৰত আয়োজিত ৰোজগাৰ মেলাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কেন্দ্ৰীয় প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ বিপৰীতে পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠিত ৰোজগাৰ মেলাত নিযুক্তিপত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমাণিকে।

উল্লেখ্য যে, ৰোজগাৰ মেলাত গুৱাহাটীত ২০৭,শিলাগুৰিত ২২৫ আৰু ডিমাপুৰত ২১৭ গৰাকী নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APPOINTMENT LATTER DISTRIBUTIONNational Rozgar MelaPM Narendra Modi
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d