Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia -Ukraine War : দিনত নাপিত, নিশা ড্ৰ’ণ চিকাৰী

publisher by publisher
February 21, 2023
in International
Reading Time: 2 mins read
0
Russia -Ukraine War : দিনত নাপিত, নিশা ড্ৰ’ণ চিকাৰী
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

পোলেণ্ডৰ আকাশমাৰ্গত প্ৰৱেশ ৰাছিয়াৰ ড্ৰোন!সতৰ্কতা জাৰি,

ইউক্রেনত পুনৰ ক্ষেপণাস্ত্র আক্ৰমণ ৰাছিয়াৰ, মৃত অন্তত ১০

North Korea sends 10,000 troops to help Russia:ৰাছিয়াক সহায়ৰ বাবে ১০,০০০ সৈনিকক প্ৰেৰণ উত্তৰ কোৰিয়াৰ

Russia -Ukraine War :

বিগত এবছৰে ইউক্ৰেইনৰ হৈ যুদ্ধ কৰিছে বহু ছদ্মবেশী সৈনিকে দিনৰ ভাগত এজন সাধাৰণ নাপিত, এখন স্থানীয় চেলুনত কাম কৰে। অথত নিশা হ’লেই তেওঁ পৰিণত হয় ছদ্মবেশী ‘ড্ৰ’ন চিকাৰী’ত।

ADVERTISEMENT

৪১ বছৰীয়া অ’লেকজেণ্ডাৰ ছামছুৰৰ এতিয়া সেয়াই পৰিচয়। তেওঁ ওজন ছদ্মবেশী সৈনিক। অ’লেকজেণ্ডাৰৰ দৰে হেজাৰ হেজাৰ ইউক্রেনীয় নাগৰিকে বিগত প্রায় এবছৰ ধৰি এইদৰেই দেশৰ হকে গোপনে যুদ্ধ অব্যাহত ৰাখিছে।

তেওঁলোক হৈছে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ স্বেচ্ছাসেৱী যোদ্ধা। অহা ২৪ ফেব্ৰুৱাৰীত যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ব। যিমানেই দিন আগুৱাই আহিছে, সিমানেই ৰুছ আক্ৰমণৰ গতি বৃদ্ধি পাইছে।

প্রতিদিনেই অসংখ্য ৰুছ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন গুলি কৰি ধ্বংস কৰি আছে ইউক্রেইনৰ সেনা বাহিনীয়ে। সম্প্ৰতি অ’লেকজেণ্ডাৰ ইউক্ৰেইনৰ স্থলবাহিনীৰ সদস্য।

তেওঁৰ দৰে আৰু বহুতো সাধাৰণ মানুহে ইউক্রেইনৰ স্থলবাহিনীত যোগদান কৰিছে। এইসকলৰ কোনোবা যদি ব্যৱসায়ী, আন কোনোবা আকৌ আইনজীবী। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত মেচিনগান আৰু অন্যান্য অস্ত্র মেৰামতি কৰি তেওঁলোকক দিয়া হৈছে।

এই অস্ত্ৰৰ সাহায্যতে ইৰানত নির্মিত শ্বাহিদ-১৩৬ ড’ন গুলি কৰি নমাই আছে তেওঁলোকে।অ’লেকজেণ্ডাৰে কয়, ‘মই অত্যন্ত আনন্দিত। কিয়। কাৰণ মই দেশৰ হকে যুদ্ধ কৰিছো। দেশৰ মানুহক ৰক্ষা কৰিছো।’

ইয়াৰ সমান্তৰালকৈ অব্যাহত আছে ৰোজগাৰৰ জীৱন। সদায় অ’লেকজেণ্ডাৰ চেলুনত উপস্থিত হয়। মানুহৰ স’তে কাম কৰে, গ্ৰাহকৰ চুলি কাটে, সকলোৰে স’তে আড্ডা দিয়ে।

অ’লেকজেণ্ডাৰে জনায় যে তেওঁ কেতিয়াও পলায়ন কৰা নাছিল, ক’ৰবালৈ গৈ লুকাই থকা নাছিল। তেওঁৰ দেশত প্ৰৱেশ কৰি হেজাৰ হেজাৰ ৰুছ সেনাই যুদ্ধ কৰিছে। সেয়ে তেওঁ সংগ্রাম চলাই আছে ।

তেওঁ কয়, “শত্ৰু আহি যেতিয়া ঘৰৰ দুৱাৰত উপস্থিত, তেতিয়াতো কিবা কৰিবই লাগিব। মইতো ৰক্ষা কৰিবই লাগিলহেঁতেন।’সেনাবাহিনীয়ে প্ৰদান কৰা কেমোফ্লেক্সৰ যি পোছাকযোৰ অ’লেকজেণ্ডাৰে পিন্ধে, তাত বহুতো বেজ লগোৱা আছে।

তাৰ ভিতৰত এটাত লিখা আছে ‘ড্ৰ’ন হাণ্টাৰ’। কেৱল ড্ৰ’ন চিকাৰেই নহয়, দেশৰ বাবে তেওঁ এই যুদ্ধত বহু কামেই কৰিছে।সাধাৰণ মানুহৰ ঘৰে ঘৰে খাদ্য প্ৰেৰণৰ কাম কৰিছে। যুদ্ধৰ মাজত গৃহবন্দী হৈ পৰা লোকসকলক উদ্ধাৰৰ কামো কৰিছে।

নিজৰ চেলুনতো অ’লেকজেণ্ডাৰে সেনাৰ পোছাক পৰিধান কৰিয়ে কাম কৰে। অৱশ্যে যুদ্ধৰ প্ৰসংগত তেওঁ কাৰো স’তে কথা নাপাতে। তেওঁ কয়,‘জীৱনটো শান্তিৰ হওক, সেয়াই কাম্য। তাৰ মাজত ‘অন্ধকাৰ’ৰ কথা পাতিবলৈ ভাল নালাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barber In Ukranin daysGuise Of The Army At NightRussia Ukraine War
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d