Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ- প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক কৰ্মশালা

বন্যপ্ৰাণীৰ অংগ সম্বন্ধীয় অন্ধবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতাৰ প্ৰয়োজন: উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

publisher by publisher
April 19, 2023
in News, Assam
Reading Time: 2 mins read
0
Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ- প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক কৰ্মশালা
3
SHARES
34
VIEWS
ShareShareShareShare

Orang National Park :

38666d9d 3ffb 4ac8 b90f 0d175185ecd6বন্যপ্ৰাণীৰ অংগ বহু ক্ষেত্ৰত মানুহৰ বাবে উপকাৰী বুলি প্ৰচলিত অন্ধবিশ্বাসসৃষ্ট লোকবিশ্বাস নিৰ্মূল কৰাৰ বাবে সকলো অংশীদাৰৰ জৰিয়তে সাধাৰণ ৰাইজক বিশেষকৈ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি ব্যাপক সজাগতা অভিযান সৃষ্টি কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সঞ্জয় কুমাৰ মেধিয়ে।

ADVERTISEMENT

f8a18104 4597 479a 8ce1 20a354e0b72fওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ: প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক এখন কৰ্মশালাত ভাষণ দি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় পাঠক আৰু মেধিয়ে বন বিভাগ, আৰক্ষী, শুল্ক আদিৰ দৰে তদন্তকাৰী সংস্থাসমূহ বন্যপ্ৰাণী (সুৰক্ষা) সংশোধনী আইন ২০২২ৰ ব্যৱস্থাসমূহৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকে এটা নিশ্চিদ্ৰ তদন্ত পদ্ধতি (বিশেষকৈ গ্ৰেপ্তাৰ আৰু জব্দ কৰাৰ সময়ত) অৱলম্বন কৰিব আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰাত ন্যায়পালিকা-আদালতক সহায় কৰিব পৰাকৈ উপযুক্ত অভিযোগনামা দাখিল কৰিব পাৰে ।

RelatedPosts

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া

Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

834349f1 e3d4 4fe6 83b5 64ea2f502adfঅৱশ্যে দুয়োজন ন্যায়াধীশে বন্যপ্ৰাণীৰ অংগ বিষয়ক লোকবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলোৱাত বিশেষ গুৰুত্ব আৰোপ কৰে যাতে এই সামগ্ৰীসমূহৰ চাহিদা সাংঘাটিকধৰণে হ্ৰাস পায় যাৰ ফলত চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধ হ্ৰাস পাব ।

d3915293 6f59 4d02 b7d7 38aa51aadffe

ন্যায়াধীশ মেধিয়ে বন্যপ্ৰাণী অপৰাধ সংক্ৰান্তীয় এটা গোচৰত এজন লোক ফৰিয়াদীয়ে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।

আনহাতে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰো (এ এছ এল এছ এ) কাৰ্যবাহী অধ্যক্ষ ন্যায়াধীশ পাঠকে বিশেষভাৱে আঙুলিয়াই দিয়ে যে বন্যপ্ৰাণী সুৰক্ষা আইনমতে আদালতৰ সন্মুখত (অভিযুক্ত) দোষী নহয় বুলি প্ৰমাণ কৰাৰ দায়িত্ব অভিযুক্তৰ ওপৰত ন্যস্ত আৰু সেয়েহে দোষী যাতে সাৰি যাব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে তদন্তৰ পদ্ধতি আৰু অভিযোগনামা নিখুঁত হবই লাগিব ।

ডেভিড শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহযোগত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰণ্যক (www.aaranyak.org)ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাখনত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ সদস্য সচিব নয়ন শংকৰ বৰুৱাই বন্যপ্ৰাণী (সুৰক্ষা) আইনখনৰ ব্যৱস্থাৱলী আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহে অৱলম্বন কৰিবলগীয়া উপযুক্ত পদ্ধতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংমণ্ডল বন বিষয়া প্ৰদীপ্ত বৰুৱা প্ৰমুখ্যে বহু বিশিষ্টজনে উপস্থিত থকা কৰ্মশালাখনত প্ৰখ্যত বন্যপ্ৰাণী সংৰক্ষণ বিশেষজ্ঞ, আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বিশ্বত সৰ্বত্ৰে চনি ধৰা বন্যপ্ৰাণী অপৰাধৰ দৃশ্যপটৰ ওপৰত আলোকপাত কৰে ।

ড০ তালুকদাৰে ড্ৰাগছ, মানৱ সৰবৰাহ আৰু অস্ত্ৰৰ চোৰাং বেহাৰ পাছত বন্যপ্ৰাণীৰ ব্যৱসায়ে কিদৰে বিশ্বব্যাপী চতুৰ্থ বৃহত্তম অপৰাধ হিচাপে মূৰ দাঙি উঠিছে তাৰ ব্যাখ্যা কৰে । বিশ্বৰ বন্যপ্ৰাণী অপৰাধী আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী মাজত অসাধু সম্পৰ্কই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনিছে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে ।

তেওঁ লগতে কয় যে ভৌগলিক অৱস্থানগতভাবে উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য সমৃদ্ধ অঞ্চল আৰু সেয়েহে চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধৰ দিশৰ পৰা অতি বিপদসংকুল হৈ আছে।

ন্যায়িক বিষয়া, বন বিভাগৰ প্ৰতিনিধি, অসম আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়া আৰু বন্যপ্ৰাণী অপৰাধ/সংৰক্ষণ খণ্ডৰ লোকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত অংশগ্ৰহণকাৰী আৰু সমল ব্যক্তিসকলৰ মাজত অতি ফলপ্ৰসু মত-বিনিময় হয় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamOrang National ParkWORKSHOP
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d