Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Urban :সৰ্বভাৰতীয় স্তৰত প্ৰশংসিত হৈছে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ কাম-কাজ

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিৰ অধ্যয়ণৰ বাবে তামিলনাডু চৰকাৰে প্ৰেৰণ কৰিলে বিষয়াৰ দল

publisher by publisher
December 5, 2022
in Assam, India, News
Reading Time: 3 mins read
0
Assam State Urban :সৰ্বভাৰতীয় স্তৰত প্ৰশংসিত হৈছে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ কাম-কাজ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Union Home Minister Visit Guwahati: বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

Assam State Urban :

নগৰীয়া দৰিদ্ৰতা নিৰ্মূল আৰু নগৰাঞ্চলৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ আৰ্থ-সামাজিক সবলীকৰণৰ লক্ষ্যৰে কাম কৰা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ শেহতীয়া কাম-কাজসমূহে সৰ্বভাৰতীয় স্তৰত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ বলিষ্ঠ নেতৃত্বত চহৰৰ দৰিদ্ৰ লোকসকলৰ বহনক্ষম জীৱিকা সৃষ্টি তথা ই-কমাৰ্চৰ ক্ষেত্ৰত ৰাজ্যখনে অৰ্জন কৰা সাফল্য এতিয়া দেশৰ অন্যান্য ৰাজ্যসমূহৰ বাবেও আদৰ্শ হৈ পৰিছে ৷

ADVERTISEMENT

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ এই অসম আৰ্হিৰ অধ্যয়ণৰ বাবে ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত অলপতে তামিলনাডু চৰকাৰৰ বিষয়াৰ এটা দলে অসম ভ্ৰমণ কৰে ৷

ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান [এন ইউ এল এম], অসমৰ উল্লেখনীয় পদক্ষেপসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা এই দলটোৱে এন ইউ এল এম, অসমৰ বিষয়াসকলৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে ৷

এন ইউ এল এমৰ তামিলনাডু ৰাজ্যিক গোটৰ মিছন সঞ্চালক, যুটীয়া সঞ্চালক, ৰাজ্যিক মিছন পৰিচালক, এম আই এছ বিশ্লেষক আৰু যুৱ পেছাদাৰীসকলেৰে গঠিত ভ্ৰমণকাৰী দলটোলে অসমৰ চহৰ অঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত বয়ন প্ৰতিষ্ঠান, আচাৰ বনোৱা উদ্যোগ, থলুৱা অসমীয়া খাদ্য, কাঠফুলা প্ৰসংস্কৰণ আদি বিভিন্ন উদ্যোগ পৰিদৰ্শন কৰে ৷

দলটোৱে গুৱাহাটী পৌৰ নিগমৰ মহানগৰ জীৱিকা কেন্দ্ৰ [চিটি লাইভলিহুডছ চেণ্টাৰ]ও পৰিদৰ্শন কৰে, য’ত আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ৷

তামিলনাডু চৰকাৰৰ দলটোৱে গুৱাহাটীৰ গীতা নগৰত অৱস্থিত নগৰীয়া গৃহহীনসকলৰ আশ্ৰয় কেন্দ্ৰ [শ্বেল্টাৰ ফৰ আৰ্বান হোমলেছ]টিও পৰিদৰ্শন কৰে ৷

অসম ভ্ৰমণকালত লাভ কৰা অভিজ্ঞতাক লৈ তামিলনাডু চৰকাৰৰ বিষয়াৰ দলটোৱে অতিশয় সন্তুষ্টি প্ৰকাশ কৰে আৰু এন ইউ এল এম, তামিলনাডুৰ কাম-কাজত এই অভিজ্ঞতা যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে ৷

আনহাতে, নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিৰ অধ্যয়ণৰ বাবে মিজোৰাম চৰকাৰৰ এটা দলো অতি সোনকালেই অসম ভ্ৰমণলৈ আহিব বুলি এন ইউ এল এম, অসমৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State UrbanGuwahati VisitLivelihood MissionTamalnadu Officer Team
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d