Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

    Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

    Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

    Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

    সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ

    দিল্লীত বিমান সেৱা স্বাভাৱিক, কিন্তু শনিবাৰলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaziranga Hitech Sensor Cemera:ধন নাপাই অসম এৰিলে হায়দাবাদৰ কেমেৰা সংস্থাপনকাৰী সংস্থা

বন্যপ্ৰাণীৰ প্ৰাণৰ শংকা, কাজিৰঙাৰ ৰাজপথত বন্যকুলৰ সুৰক্ষাত ব্যৱহৃত ছেঞ্চৰ কেমেৰা বিকল

publisher by publisher
April 21, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Kaziranga Hitech Sensor Cemera:ধন নাপাই অসম এৰিলে হায়দাবাদৰ কেমেৰা সংস্থাপনকাৰী সংস্থা
1
SHARES
7
VIEWS
ShareShareShareShare

Kaziranga Hitech Sensor Cemera:

বন্যপ্ৰাণীৰ প্ৰাণৰ প্ৰতি শংকা নামি আহিছে কাজিৰঙাৰ ৰাজপথত। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ ৰাজপথৰ এনিমেল কৰিড’ৰত গতিবিধি নিয়ন্ত্রণত ব্যবহৃত সকলোবোৰ হাইট্ৰেক কেমেৰা বিকল হৈ পৰিছে।

ADVERTISEMENT

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ধনৰ অভাৱত বিকল হৈ পৰিছে এই চেঞ্চৰ কেমেৰাসমূহ। ইয়াৰ লগে লগে বগা হাতীত পৰিণত হৈছে কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিজিটেল স্পীড মনিটৰিং ব্যবস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰি, হালধিবাৰী আৰু পানবাৰীৰ এনিমেল কৰিডৰত বন বিভাগে স্থাপন কৰা ছেঞ্চৰ কেমেৰা সংলগ্ন যান-বাহনৰ গতি নিৰীক্ষণ ব্যৱস্থাৰ মৃতপ্রায় অৱস্থাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাৰ ৰাজপথত।

RelatedPosts

Birds count in Kaziranga Sanctuary:কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বিলত জলজ পক্ষী গণনা

Elephant safari opens in Kaziranga National Park:কাজিৰঙাত মুকলি হ’ল পৰ্যটকৰ হাতী ছাফাৰী

WhatsApp Image 2023 04 21 at 6.41.59 PM 1উল্লেখ্য যে, এনিমেল কৰিড’ৰসমূহত যান-বাহনৰ গতি প্রতি ঘন্টাত সৰ্বোচ্চ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি বন বিভাগে গতি নিৰীক্ষণ কৰাৰ বাবে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে ২০১৮ত স্থাপন কৰিছিল ছটাকৈ ছেঞ্চৰ কেমেৰা।

এই কেমেৰা স্থাপনৰ পাছত কিছু নিয়ন্ত্ৰণলৈ আহিছিল যান-বাহনৰ গতিবেগ। কিন্তু এই স্পীড মণিটৰিং’ ব্যৱস্থা এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰাৰ বাবেই অধিক সংখ্যক যান-বাহনৰ গতিবেগ পুনৰ নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে, পথছোৱাত সংঘটিত বহু দুৰ্ঘটনা কেমেৰাত বন্দী হোৱাৰ বাবে তদন্তৰ সুবিধা হৈছিল বনবিভাগৰ। গতিবেগ নিয়ন্ত্ৰণৰ ফলত প্ৰাণ ৰক্ষা পৰিছিল বন্যপ্ৰাণীৰ। কিন্তু এতিয়া কেমেৰা বিকলৰ ফলত এক ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত।

তদুপৰি কৰিড’ৰ অঞ্চলত বিভিন্ন সময়ত ৰখাই থোৱা যানবাহনৰ ক্ষেত্ৰতো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনাইছে সমাজ সচেতন লোকসকলে।

জানিব পৰা মতে, অপ্টিকেল কেমেৰা, থামেল কেমেৰা, স্পীড ছেঞ্চৰ, স্পীড ৰিডাৰকে ধৰি ২১ প্রকাৰৰ বিভিন্ন ডিজিটেল যন্ত্রাংশ স্থাপন কৰিছিল ডিথিলজিক নামৰ হাইদৰাবাদৰ কোম্পানীয়ে।

২০১৮তে সম্পন্ন হৈছিল এই কাম। তেতিয়াৰে পৰা পাঁচজনকৈ কৰ্মচাৰীয়ে চোৱাচিতা কৰিছিল এইসমূহ কেমেৰা। কিন্তু উদ্যান কর্তৃপক্ষই ধন দিব নোৱাৰাত এইসকল কৰ্মচাৰীয়ে দৰমহা নাপাই উভতি যোৱা বুলি জানিব পৰা গৈছে। ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hitech Sensor CemeraKaziranga National Park
publisher

publisher

Related Posts

Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত
News

May 9, 2025
Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
News

Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

May 9, 2025
Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল
News

Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

May 9, 2025
Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
News

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

May 9, 2025
সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ
India

সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ

May 9, 2025
দিল্লীত বিমান সেৱা স্বাভাৱিক, কিন্তু শনিবাৰলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ ! 
India

দিল্লীত বিমান সেৱা স্বাভাৱিক, কিন্তু শনিবাৰলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ ! 

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d